Ouphulia High School ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়

  • Home
  • India
  • Dibrugarh
  • Ouphulia High School ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়

Ouphulia High School ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয় 🎓 "১৯৫৯ চনত প্ৰতিষ্ঠিত, ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে গুণগত শিক্ষাৰ লগতে নৈতিকতা, শৃংখলাবদ্ধতা আৰু ব্যক্তিগত বিকাশৰ ওপৰত গুৰুত্ব দিয়ে।

Fresh energy and big plans! Here is the Student Union for 2026-27. We wish them all the best as they begin their term an...
06/06/2026

Fresh energy and big plans! Here is the Student Union for 2026-27. We wish them all the best as they begin their term and work to serve our students.

বিশ্ব পৰিৱেশ দিৱস উদযাপন 🌿বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু হৰ্ণবিল যুৱ আৰু পৰিৱেশ...
05/06/2026

বিশ্ব পৰিৱেশ দিৱস উদযাপন 🌿

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু হৰ্ণবিল যুৱ আৰু পৰিৱেশ সংঘৰ সহযোগত আজি বিভিন্ন কাৰ্যসূচীৰে দিনটো উদযাপন কৰা হয়। এই উপলক্ষে বৃক্ষৰোপণ, সজাগতা কাৰ্যসূচী তথা পৰিৱেশ সংৰক্ষণৰ ওপৰত বক্তৃতা প্ৰদান কৰা হয়।

05/06/2026
🎉🇮🇳 𝐇𝐞𝐚𝐫𝐭𝐢𝐞𝐬𝐭 𝐂𝐨𝐧𝐠𝐫𝐚𝐭𝐮𝐥𝐚𝐭𝐢𝐨𝐧𝐬! 🇮🇳🎉We are immensely proud to congratulate our two former students on their remarkable ach...
04/06/2026

🎉🇮🇳 𝐇𝐞𝐚𝐫𝐭𝐢𝐞𝐬𝐭 𝐂𝐨𝐧𝐠𝐫𝐚𝐭𝐮𝐥𝐚𝐭𝐢𝐨𝐧𝐬! 🇮🇳🎉

We are immensely proud to congratulate our two former students on their remarkable achievement of being selected as 𝐀𝐠𝐧𝐢𝐯𝐞𝐞𝐫𝐬.

🌟 𝐒𝐡𝐢𝐯𝐚𝐦 𝐓𝐚𝐦𝐚𝐧𝐠 (Batch of 2023)
🌟 𝐏𝐫𝐢𝐲𝐚𝐦 𝐑𝐚𝐢 (Batch of 2022)

Your dedication, discipline, and hard work have earned you this prestigious opportunity to serve the nation. You are an inspiration to the current students of our school and a source of pride for the entire school community.

We wish both of you great success, courage, and honour in your journey ahead as Agniveers.

✨ 𝐂𝐨𝐧𝐠𝐫𝐚𝐭𝐮𝐥𝐚𝐭𝐢𝐨𝐧𝐬 𝐚𝐧𝐝 𝐛𝐞𝐬𝐭 𝐰𝐢𝐬𝐡𝐞𝐬 𝐟𝐨𝐫 𝐚 𝐛𝐫𝐢𝐠𝐡𝐭 𝐚𝐧𝐝 𝐬𝐮𝐜𝐜𝐞𝐬𝐬𝐟𝐮𝐥 𝐟𝐮𝐭𝐮𝐫𝐞! ✨

– Ouphulia High School Family

🇮🇳✨

অহা ইং ১৩/০৬/২০২৬ (শনিবাৰ) তাৰিখে হ'বলগীয়া সদৌ অসম‌ আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতাখনৰ কাৰ্যসূচী। সকলোৰে উপস্থিতি আ...
30/05/2026

অহা ইং ১৩/০৬/২০২৬ (শনিবাৰ) তাৰিখে হ'বলগীয়া সদৌ অসম‌ আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতাখনৰ কাৰ্যসূচী। সকলোৰে উপস্থিতি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কামনা কৰিলোঁ।

22/05/2026









🌟 ALL ASSAM INTER-INSTITUTIONAL QUIZ COMPETITION 2026 🌟🎓 Organized by Ouphulia High School, Dibrugarh📅 13 June 2026⏰ 10:...
20/05/2026

🌟 ALL ASSAM INTER-INSTITUTIONAL QUIZ COMPETITION 2026 🌟

🎓 Organized by Ouphulia High School, Dibrugarh

📅 13 June 2026
⏰ 10:30 AM onwards
📍 Ouphulia High School, Dibrugarh

🏆 Prize Money
🥇 ₹10,000
🥈 ₹7,000
🥉 ₹5,000

✔ Open to students from Class IX to P.G. level
✔ Maximum 2 participants per team
✔ Individual participants are also welcome
✔ Cross-institutional teams are not allowed
✔ Multiple teams from the same institution may participate
✔ Valid ID Card / Bonafide Certificate is mandatory
✔ Preliminary round will be conducted before the Grand Finale
✔ Decision of the Quiz Master will be final and binding

📝 Registration Fee: ₹200
📅 Last Date: 10 June 2026

Click the Link below to register now
https://docs.google.com/forms/d/e/1FAIpQLSeIY1K-rKMJAl1NAjH4rHZLBDGD6nib4hcpvRR0H4CaF0qeFA/viewform?usp=header

📞 Contact:
8474800583 / 7002610906 / 8011931851

🧠 Test your knowledge & compete with the best minds across Assam!

Rules & Regulations 1. Only Regular students of Class IX- PG can participate in the competition 2. One team can have only 2 participants. Only 6 teams will qualify for the final round. 3. Participants have to bring ID Cards & Permission letter provided by their respective institutes. 4. Lunch will b...

সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলা আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে আজি বিদ্যালয় প্ৰাংগণত এখন শিক্ষক-...
15/05/2026

সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলা আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে আজি বিদ্যালয় প্ৰাংগণত এখন শিক্ষক-অভিভাৱক সভা সফলতাৰে সম্পন্ন হয়। সভাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতি, নিয়মীয়া উপস্থিতি আৰু শৃংখলাবদ্ধতাৰ ওপৰত বিস্তৃত আলোচনা কৰি শিক্ষকসকলে অভিভাৱকসকলৰ পূৰ্ণ সহযোগিতা কামনা কৰে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু সামাজিক বিকাশ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সভাত এটা 'মাতৃ গোট' গঠন কৰা হয়, যিয়ে বিদ্যালয়ৰ উন্নয়নত সক্ৰিয় ভূমিকা ল’ব।
লগতে, বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক 'সদৌ অসম আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা'ৰ বিষয়েও আলোচনা কৰা হয় আৰু অভিভাৱকসকলে এই অনুষ্ঠানটো সফল কৰিবলৈ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

10/05/2026

Address

Dibrugarh
786613

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 12pm

Alerts

Be the first to know and let us send you an email when Ouphulia High School ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Ouphulia High School ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়:

Shortcuts

Share