06/03/2020
৩/৩/২০২০তাৰিখে INDIGO ADOPTION PROGRAM,SRFএ আয়োজন কৰা একাডেমিক মেলাৰ কিছু আলোকচিত্ৰ শেহতীয়াকৈ হ'লেও দিলো। সেইদিনা অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত বিদ্যালয়ৰ ছাত্ৰী #পিংকী হেমৰম প্ৰথম স্থান আৰু #দেবিকা গগৈ দ্বিতীয় স্থান,কুইজ প্ৰতিযোগিতাত #পৰী দুৱৰা আৰু #অম্লিতা মূড়া দ্বিতীয় স্থান, চিত্ৰাংকন প্ৰতিযোগিতাত #মনীষা বৰুৱা দ্বিতীয় স্থান, school managing committee supportive award দ্বিতীয় স্থান, supportive community members পুৰস্কাৰ, শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ(Best student) পুৰস্কাৰ ক্ৰমে #পিংকী হেমৰম আৰু অম্লিতা মূড়াই পায় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে।