08/09/2021
DBH Center For Studies in Performing Arts, Dibrugarh University
Dr. Bhupen Hazarika Center For Studiet in performing arts, Dibrugarh University
08/09/2021
26/06/2021
পৰিৱেশ্য কলা (Performing Arts) বিভাগ,
ড॰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন স্নাতক , স্নাতকোত্তৰ আৰু বতৰ্মান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ হৈ এটা দলে অসমৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত পৰিৱেশ্য কলা শিক্ষা আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া আৰু স্থায়ী নিযুক্তি লাভ নকৰা সন্দৰ্ভত ক্ৰমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, মাননীয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰো৷
শিক্ষা আৰু সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা সংস্থাপনৰ ক্ষেত্ৰত উদ্যোগ ল’ব পৰা কিছু সময়োচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে স্মাৰক প্ৰদান কৰো৷
উল্লেখযোগ্য যে উক্ত শিক্ষাথীৰ্সকলৰ তৰফৰপৰা ক’ভিড মহামাৰীৰ চিকিৎসা শিতানত ব্যয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নগদ২৫,৬০০.০০[পঁচিশ হাজাৰ ছশ] টকা মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত প্ৰদান কৰা হয়৷
Click here to claim your Sponsored Listing.
Location
Category
Telephone
Website
Address
Dibrugarh