লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ঃ হীৰক জয়ন্তী

  • Home
  • India
  • Dibrugarh
  • লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ঃ হীৰক জয়ন্তী

লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ঃ হীৰক জয়ন্তী লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ হীৰক জয়ন্তীবৰ্ষৰ স্মৃতি ভগ-বতৰা আৰু সংৰক্ষণৰ বাবে এই পৃষ্ঠা।

21/11/2022
27/10/2022
20/10/2022

লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ শীৰ্ষ গীত

কথা সুৰ : শোণিত গগৈ
সংগীত : তৰুণ তন্ময়
গীটাৰ : মন আকাশ শইকীয়া
বাঁহী : দীপাংকৰ বৰ্মণ
বাণীবদ্ধক : উজ্জ্বল আৰং (সৃষ্টি)
শব্দ সংমিশ্ৰণ : দিগন্ত বৰদলৈ
ক'ভাৰ ডিজাইন : উদয় হাতীবৰুৱা (ৰিজু)
কণ্ঠ : প্ৰণৱ লুখুৰাখন,ৰিদীপ ৰংকিট,মীৰ দ্বীপ গগৈ,কৰুণা সন্দিকৈ, দিজু বৰুৱা,ভীষ্ম ৰাগ চাংমাই,মুন প্ৰাঞ্জল বৰুৱা, বিনোদ গগৈ, মিলি সন্দিকৈ, জ্যোতিতৰা বৰপাত্ৰগোহাঁই

উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সৌজন্যত ১৯৯৪ শিক্ষান্ত বৰ্ষৰ ছাত্র ছাত্ৰীসকলৰ দ্বাৰা বিদ্যালয়ৰ নামত উৎসৰ্গিত !

হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠান উদ্ যাপনৰ প্ৰস্তুতিৰ কিছুমান স্মৃতি
18/10/2022

হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠান উদ্ যাপনৰ প্ৰস্তুতিৰ কিছুমান স্মৃতি

18/02/2022

এৰি অহা দিনৰ কথাবোৰ আপোনাৰ জানো ক’বলৈ মন নাযায়? সেইযে শৈশৱৰ শেষত কৈশোৰ প্ৰাপ্তিৰ দিনবোৰ। যিখন বিদ্যালয়ৰ অবিহনে আপোনাৰ স্মৃতিবোৰ আধৰুৱা হৈ ৰয়। মনত জানো নপৰে সেই শিক্ষাগুৰুবৃন্দ, লগৰীয়াহঁতৰ কথা? লগ পালেই কম কম লগি থকা কথাবোৰ প্ৰকাশ কৰক এই পেজৰ যোগেদি।
আপোন বিদ্যালয়খনিৰ স্মৃতিবোৰৰে হীৰক জয়ন্তীৰ জীপাল কৰি তোলৰ লগতে অনুভৱবোৰ ভগাই লওক আৰু সাঁচি ৰাখক চিৰ দিনলৈ।

আপোনাৰ আনুভৱ লিখি পঠিয়াওক এই পেজৰ মেছেজ বক্স নতুবা প্ৰকাশক কৌশিক জাপিসজীয়া গগৈ লৈ। অথবা তলৰ লিংকত ক্লিক কৰক।
https://wa.link/539s9d

Address

Lengeri
Dibrugarh
786613

Website

Alerts

Be the first to know and let us send you an email when লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ঃ হীৰক জয়ন্তী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category