01/07/2022
Prize distribution ceremony 2022
Photography club Dibrugarh Polytechnic
Dibrugarh Polytechnic Students Union 2021-22
01/07/2022
Prize distribution ceremony 2022
Photography club Dibrugarh Polytechnic
05/06/2022
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ডিব্ৰুগড় পলিটেকনিক ৰ চৌপাশত বৃক্ষৰোপণ কৰা কিছু মূহুৰ্ত ।
06/05/2022
First day of College week festival. Special thanks to Photography club Dibrugarh Polytechnic for capturing the beautiful moments.
04/05/2022
03/01/2022
ডিব্ৰুগড় পলিটেকনিকৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী ৰিম্পী গগৈ স্বাস্থ্য জনিত কাৰণত আমাৰ মাজৰ পৰা অকালতে আতৰি যায়। ছাত্ৰী গৰাকীৰ অকস্মাত বিয়োগত আমি ডিব্ৰুগড় পলিটেকনিক ছাত্ৰ একতা সভাই গভীৰ শোক প্ৰকাশ কৰিছোঁ।ছাত্ৰী গৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
You will be missed 😭😭।।
31/12/2021
ডিব্ৰুগড় পলিটেকনিকৰ কেন্টিন Cafeteriaৰ গৃহৰ শুভ উদ্বোধন।।
29/12/2021
শপত গ্ৰহণ অনুষ্ঠান।। ডিব্ৰুগড় পলিটেকনিক ছাত্ৰ একতা সভা ২০২১-২২।।
| Monday | 9am - 5pm |