DUIET Boys Hostel 1

DUIET Boys Hostel 1 DUIET BOYS HOSTEL 1
GURU PRASAD DAS CHATRA NIVAS
গুৰু প্ৰসাদ দাস ছাত্ৰ নিবাস

DUIET INTERBATCH’25 •3rd Sem Trophys🔥 •Batches collide, legends rise. This is where rivalry gets real.
28/10/2025

DUIET INTERBATCH’25
•3rd Sem Trophys🔥
•Batches collide, legends rise. This is where rivalry gets real.

20/10/2025

Pre Diwali 🪔

Let the light of Diwali illuminate your heart and soul, bringing peace, prosperity, and endless happiness into your life...
18/10/2025

Let the light of Diwali illuminate your heart and soul, bringing peace, prosperity, and endless happiness into your life✨🪔

Follow this link to join my WhatsApp group: https://chat.whatsapp.com/LcgANjw0ukRBa4Ki1vR4sDনমস্কাৰ, মই শুভাংগ বৰঠাকুৰ।ঐ...
28/09/2024

Follow this link to join my WhatsApp group: https://chat.whatsapp.com/LcgANjw0ukRBa4Ki1vR4sD

নমস্কাৰ, মই শুভাংগ বৰঠাকুৰ।ঐতিহ‍্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক আৰু প্রযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ সপ্তম ষাণ্মাসিকৰ এজন ছাত্ৰ লগতে মণিৰাম দেৱান ছাত্ৰ নিৱাসৰ মই এজন আৱাসী । আগন্তুক ২০২৪-২৫ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ উদ্দেশ্যে আজি মই মোৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ । মোৰ এই যাত্ৰাত আপোনালোক সকলোৰে সহায় সহযোগিতা, সমৰ্থন আৰু গঠনমূলক দিহা পৰামৰ্শ বিনম্ৰতাৰে কামনা কৰিলোঁ । আমি একেলগে নাহৰৰ দেশৰ উত্তৰণ আৰু উন্নয়নৰ লগতে সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যোৱাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ হওঁ আহক ।।

মোৰ একমাত্র লক্ষ্য, একমাত্র সপোন আৰু উদ্দেশ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হকে কাম কৰাৰ ৷ আহক এই যাত্ৰাৰ সহযাত্ৰী হওঁ...

-আপোনালোকৰ আশীর্বাদ বিচাৰি

শুভাংগ বৰঠাকুৰ
সপ্তম ষাণ্মাসিক
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক আৰু প্রযুক্তি বিদ্যা প্ৰতিষ্ঠান
(DUIET)
মণিৰাম দেৱান ছাত্ৰ নিৱাস

11/07/2024
14/04/2024

‘অতিকৈ চেনেহৰ বহাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু , তাতোকৈ চেনেহৰ বহাগৰ বিহুটি , নাপাতি কেনেকৈ থাকো’ সকলো অসমবাসীক চেনেহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালো। 🤍❤️

Address

Dibrugarh
786004

Alerts

Be the first to know and let us send you an email when DUIET Boys Hostel 1 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to DUIET Boys Hostel 1:

Shortcuts

Share

Category