মোৰ প্ৰিয় বিদ্যালয়;চাচাজী

  • Home
  • India
  • Dibrugarh
  • মোৰ প্ৰিয় বিদ্যালয়;চাচাজী

মোৰ প্ৰিয় বিদ্যালয়;চাচাজী বিদ্যালয়ৰ বাহিৰে ভিতৰে।

বিদ্যালয় পৰিয়ালৰ বাবে অতি দুখৰ দিন।    সকলোৰে প্ৰিয়ভাজন জ্যেষ্ঠ শিক্ষক জয়ন্তদাৰ কৰ্মজীৱনৰ আজি শেষৰটো দিন।অৱশ্যে তেখেতৰ আ...
30/05/2026

বিদ্যালয় পৰিয়ালৰ বাবে অতি দুখৰ দিন।
সকলোৰে প্ৰিয়ভাজন জ্যেষ্ঠ শিক্ষক জয়ন্তদাৰ কৰ্মজীৱনৰ আজি শেষৰটো দিন।অৱশ্যে তেখেতৰ আনুষ্ঠানিক বিদায় সভাখনি পৰৱৰ্তী মাহতহে হ'ব।
বিদ্যালয়ৰ প্ৰয়োজন পূৰাই ৰিটেইলৰ শিক্ষা দিবলৈ কমদিনৰ বাবে অহা সৰল মনৰ গৰাকী সৌভিক চাৰৰো বিদ্যালয়ত আজি শেষৰটো দিন।
আনফালে অভিলেখসংখ্যক অভিভাৱকৰ উপস্থিতেৰে বিদ্যালয়ত "জাগৰণ সভা"।

বিদ্যালয়ত আজি প্ৰাচীৰ পত্ৰিকা 'দাপোন'ৰ ১৮ সংখ্যক সংখ্যাটি শুভ উন্মোচন কৰা হয়।উন্মোচনী কাৰ্যত আমাক সহযোগ কৰে স্থানীয় সমাজ...
27/05/2026

বিদ্যালয়ত আজি প্ৰাচীৰ পত্ৰিকা 'দাপোন'ৰ ১৮ সংখ্যক সংখ্যাটি শুভ উন্মোচন কৰা হয়।উন্মোচনী কাৰ্যত আমাক সহযোগ কৰে স্থানীয় সমাজসেৱক ভবিন গগৈ আৰু ধৰণী গগৈদেৱে।নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা এই পত্ৰিকাখনে বিদ্যালয়ৰ বৌদ্ধিক যাত্ৰাক আৰু ত্বৰান্বিত কৰিব বুলি আশা কৰিলোঁ।

শনিবৰীয়া চৰাত অনুষ্ঠিত সাধুকোৱা প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকল।
26/05/2026

শনিবৰীয়া চৰাত অনুষ্ঠিত সাধুকোৱা প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকল।

প্ৰতিভা কেতিয়াও লুকাই নাথাকে।তাৰ উৎকৃষ্ট উদাহৰণ ডাঙি ধৰি বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী হিমাক্ষী গোঁ‌হায়ে খণ্ড পৰ্যায়ৰ দ...
22/05/2026

প্ৰতিভা কেতিয়াও লুকাই নাথাকে।তাৰ উৎকৃষ্ট উদাহৰণ ডাঙি ধৰি বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী হিমাক্ষী গোঁ‌হায়ে খণ্ড পৰ্যায়ৰ দেওনা পাৰ হৈ জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াডত সুন্দৰ প্ৰদৰ্শন দেখুৱাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ ল'লে তাই কেৱল আমাৰ বিদ্যালয়ৰ বাবেই নহয় অঞ্চলটোৰেই সম্পদ হ'ব পাৰিব সেয়া নিশ্চিত।

বিদ্যালয়ত জয়ন্তদা আৰু ৰাণীমাবাৰ সৌজন্যত আজি আয়োজন কৰা হয় "সম্প্ৰীতি ভোজন"।পাঁ‌চ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে সকলো শিক্ষক শি...
22/05/2026

বিদ্যালয়ত জয়ন্তদা আৰু ৰাণীমাবাৰ সৌজন্যত আজি আয়োজন কৰা হয় "সম্প্ৰীতি ভোজন"।পাঁ‌চ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ বাবে আয়োজন কৰা এই সুস্বাদু ভোজনৰ নেপথ্যত দুয়োজনৰ যি শ্ৰম;মহানুভৱতা আৰু আন্তৰিকতা সংপৃক্ত হৈ আছিল তাৰবাবে চাচাজী পৰিয়ালে দুয়োজনলৈ গভীৰ কৃতজ্ঞতা জনালোঁ।

বিদ্যালয়ত আজি নৱাগত আদৰণি;মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনাৰ লগতে মুকলি বিহু অনুষ্ঠিত কৰা হয়।অ...
30/04/2026

বিদ্যালয়ত আজি নৱাগত আদৰণি;মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনাৰ লগতে মুকলি বিহু অনুষ্ঠিত কৰা হয়।অনুষ্ঠানৰ শুভাৰম্ভণিত প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চুবেদাৰ আৰ জি সিং দেৱে।অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিহু হুচৰি ;ঝুমুৰ আৰু মটক গাভৰু বিহু প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

২৮ এপ্ৰিল তাৰিখে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক জয়ন্ত কুমাৰ গগৈয়ে বিদ্যালয়লৈ এটি বহুমূলীয়া আলমিৰা আৰু এখন টেবুল দান হিচাপে আগব...
29/04/2026

২৮ এপ্ৰিল তাৰিখে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক জয়ন্ত কুমাৰ গগৈয়ে বিদ্যালয়লৈ এটি বহুমূলীয়া আলমিৰা আৰু এখন টেবুল দান হিচাপে আগবঢ়ায়।বিদ্যালয় পৰিয়ালৰ হৈ তেখেতক গভীৰ কৃতজ্ঞতা জনোৱাৰ লগতে শুভ মূহুৰ্তটি ইয়াতেই সামৰি থলোঁ।

দুখৰীয়া স্মৃতি।
18/03/2026

দুখৰীয়া স্মৃতি।

বিদ্যালয়ত ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস।
26/01/2026

বিদ্যালয়ত ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস।

সহকৰ্মী পুষ্পাৰ ঘৰত ভোজ দহা।
24/01/2026

সহকৰ্মী পুষ্পাৰ ঘৰত ভোজ দহা।

Address

Dibrugarh

Telephone

+9613526301

Website

Alerts

Be the first to know and let us send you an email when মোৰ প্ৰিয় বিদ্যালয়;চাচাজী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category