Ushapur High School

Ushapur High School Ushapur Higher Secondary School is provincialised co-educational and day school.

From its origin in 1958, the School has always had a distinctive character and has built a bright society in the world.

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত তামূলী ছাৰে বিদ্যালয়ৰ কৃতিমান ছাত্ৰ - ...
09/05/2024

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত তামূলী ছাৰে বিদ্যালয়ৰ কৃতিমান ছাত্ৰ - ছাত্ৰীক "প্ৰান্তিক" আৰু "মৌচাক" প্ৰদান কৰি উৎসাহিত কৰে। ছাৰলৈ বিদ্যালয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।🙏

হাইস্কুল শিক্ষান্তু পৰীক্ষাত পুনৰবাৰ ১০০% ফলাফলেৰে জিলিকিল আমাৰ ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় । সমূহ পৰীক্ষাৰ্থী ও অভি...
20/04/2024

হাইস্কুল শিক্ষান্তু পৰীক্ষাত পুনৰবাৰ ১০০% ফলাফলেৰে জিলিকিল আমাৰ ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় । সমূহ পৰীক্ষাৰ্থী ও অভিভাৱক, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী তথা সমূহ শুভাকাংশীলৈ বিদ্যালয়ৰ পৰিয়ালৰ পৰা অভিনন্দন🙏

 #শুভবাৰ্তা কালি অনুষ্ঠিত হৈ যোৱা ৬২ সংখ্যক শিক্ষক দিৱস উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনে শৈক্ষিক উত্তৰণৰ স্বীকৃতি স্বৰূপে ...
06/09/2023

#শুভবাৰ্তা
কালি অনুষ্ঠিত হৈ যোৱা ৬২ সংখ্যক শিক্ষক দিৱস উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনে শৈক্ষিক উত্তৰণৰ স্বীকৃতি স্বৰূপে ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক "বিশেষ পাৰদৰ্শিতা" বঁটা আগবঢ়ায় 🙏 । বিদ্যালয়ৰ এই সাফল্যতাত বিদ্যালয়ৰ সম্পদস্বৰূপ বিদ্যাৰ্থীসকল, বিদ্যালয়ৰ পৰিচালনা সমিতিকে আদি কৰি সমূহ শুভাকাংশী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ🙏। আপোনালোকৰ উৎসাহ-প্ৰেৰণাই ভৱিষ্যতেও বিদ্যালয়খনৰ গৰিমা অক্ষুণ্ণ ৰাখিব বুলি আমি আশাবাদী ।

22/04/2022

বসন্ত উৎসৱ, ২০২২

Address

Ushapur Higher Secondary School
Dibrugarh
786614

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 5pm
Friday 9am - 3:30pm
Saturday 9am - 12:30pm

Alerts

Be the first to know and let us send you an email when Ushapur High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Ushapur High School:

Shortcuts

Share

Category