Tengapani Janajati M.E. School

Tengapani Janajati M.E. School A Trusted Upper Primary School under Block-Khowang.. Dist-Dibrugarh(Assam).. PIN- 786613

11/04/2025

ছাত্ৰ-সংসদৰ শপত গ্ৰহণ অনুষ্ঠান..

আমাৰ বিদ‍্যালয়ৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ ছাত্ৰ-সংসদৰ নিৰ্বাচনী অনুষ্ঠান..
11/04/2025

আমাৰ বিদ‍্যালয়ৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ ছাত্ৰ-সংসদৰ নিৰ্বাচনী অনুষ্ঠান..

উৎসৱ বিদ‍্যাৰম্ভ ২০২৫- ২০২৬২০২৪-২০২৫ শিক্ষাবৰ্ষৰ সফল পৰিসমাপ্তি । এই শিক্ষাবৰ্ষত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, গুণোৎসৱৰ গুৰু দ...
29/03/2025

উৎসৱ বিদ‍্যাৰম্ভ ২০২৫- ২০২৬

২০২৪-২০২৫ শিক্ষাবৰ্ষৰ সফল পৰিসমাপ্তি । এই শিক্ষাবৰ্ষত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, গুণোৎসৱৰ গুৰু দায়িত্বকে ধৰি আন তিতা-মিঠা বিভিন্ন অভিজ্ঞতা লভিলো । লগতে আমাৰ বিদ‍্যালয়ৰ ৯ জনীয়া সহকৰ্মীৰ দলটোৰ পৰা আমাৰ অতি শ্ৰদ্ধাৰ প্ৰনিভা দেউৰী বাইদেউক আজিৰ দিনটোতে আনুষ্ঠানিক বিদায় জনাবলগীয়া হ’ল । বাইদেউ আপোনাৰ লগত পাৰ কৰা প্ৰতিটো ক্ষণ চিৰস্মৰণীয় হৈ ৰ’ব । শেষত আপোনাৰ সু-স্বাস্থ‍্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ॥

19/03/2025

আমাৰ বিদ‍্যালয়ৰ শিক্ষাগুৰুদ্বয়ে পৰিৱেশন কৰা জ‍্যোতি সংগীত

উৎসৱ বিদ‍্যাৰম্ভ ২০২৫-২০২৬
19/03/2025

উৎসৱ বিদ‍্যাৰম্ভ ২০২৫-২০২৬

Address

Tengakush Gaon, PO/Bamunbari
Dibrugarh
786613

Opening Hours

Monday 7:30am - 3:30pm
Tuesday 7:30am - 3:30pm
Wednesday 7:30am - 3:30pm
Thursday 7:30am - 3:30pm
Friday 7:30am - 3:30pm
Saturday 7:30am - 1pm

Telephone

+919435285650

Website

Alerts

Be the first to know and let us send you an email when Tengapani Janajati M.E. School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Tengapani Janajati M.E. School:

Shortcuts

Share

Category