নগাচাপৰি প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Dibrugarh
  • নগাচাপৰি প্ৰাথমিক বিদ্যালয়

নগাচাপৰি প্ৰাথমিক বিদ্যালয় পোহৰৰ দিশে আগুৱাই যাওঁ।

01/01/2026

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো নৱবৰ্ষৰ প্ৰথম দিনটোতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় প্ৰাক্তন প্ৰধান শিক্ষকৰ লগতে জ্যেষ্ঠ সকলক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।
01-01-2026

শিক্ষামূলক ভ্ৰমণ..NHPC 29-12-2025
30/12/2025

শিক্ষামূলক ভ্ৰমণ..NHPC
29-12-2025

ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত..20-12-2025
22/12/2025

ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত..
20-12-2025

14/11/2025
বিদ্যালয়ত শিশু দিৱস উৎযাপন...
14/11/2025

বিদ্যালয়ত শিশু দিৱস উৎযাপন...

পঞ্চম শ্ৰেণীৰ ছাত্র-ছাত্ৰী আনুষ্ঠানিক বিদায় সম্বৰ্ধনা, লগতে বিগত বৰ্ষৰ দৰে এইবছৰো বৰ্ষশ্ৰেষ্ঠ ছাত্ৰীৰ বঁটা প্ৰদান কৰা হয়...
05/04/2025

পঞ্চম শ্ৰেণীৰ ছাত্র-ছাত্ৰী আনুষ্ঠানিক বিদায় সম্বৰ্ধনা, লগতে বিগত বৰ্ষৰ দৰে এইবছৰো বৰ্ষশ্ৰেষ্ঠ ছাত্ৰীৰ বঁটা প্ৰদান কৰা হয়।এইবছৰৰ বৰ্ষশ্রেষ্ঠ ছাত্ৰীৰ বঁটা প্ৰদান কৰা হয় পঞ্চম শ্ৰেণীৰ মেধাবী ছাত্ৰী অনুষ্কা মুণ্ডাক।বঁটাত আছে এটি ট্ৰফী,মানপত্ৰ আৰু 500 টকাৰ আৰ্থিক সাহায্য।

উৎসৱ বিদ্যাৰম্ভ 2025-26..
01/04/2025

উৎসৱ বিদ্যাৰম্ভ 2025-26..

নৱবৰ্ষৰ প্ৰথম দিনটোতে পৰিচালনা সমিতিৰ দ্বাৰা শিক্ষক শিক্ষয়িত্ৰীসকলক আদৰণি জনোৱা হয়।লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা ...
01/01/2025

নৱবৰ্ষৰ প্ৰথম দিনটোতে পৰিচালনা সমিতিৰ দ্বাৰা শিক্ষক শিক্ষয়িত্ৰীসকলক আদৰণি জনোৱা হয়।লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা অপৰিসীম অৱদান আগবঢ়াই অহা জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বৃক্ষৰূপন কৰা হয়।তাৰোপৰি ছাত্র-ছাত্ৰীসকলে তেখেতসকলৰ চৰণত প্ৰাৰ্থনা জনায় বছৰটো যাতে মঙ্গলময় হৈ তাৰবাবে আশীৰ্বাদ গ্ৰহণ কৰে।

বহাগী আদৰণি 2024
12/04/2024

বহাগী আদৰণি 2024

Address

Dibrugarh

Telephone

+919101177302

Website

Alerts

Be the first to know and let us send you an email when নগাচাপৰি প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to নগাচাপৰি প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category