Vector Coaching Centre, Dhubri

Vector Coaching Centre, Dhubri VECTOR COACHING CENTRE :Here Physics, Chemistry and Maths Tuition is Available from cls 11 to Bsc

26/04/2026
 #অভিনন্দন ✨  Coaching Centre, Dhubri ৰ ফালৰ পৰা HSLC পৰীক্ষাত সফল হোৱা সকলো প্ৰাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।  ...
10/04/2026

#অভিনন্দন ✨
Coaching Centre, Dhubri ৰ ফালৰ পৰা HSLC পৰীক্ষাত সফল হোৱা সকলো প্ৰাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
🌟তোমালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই এই সফলতা আনিছে।
তোমালোকৰ এই সাফল্যত আমি গৌৰৱান্বিত আৰু আগন্তুক জীৱনৰ বাবে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। ✨

  up
08/04/2026

up

Class : IX and X will start from 1st week of April/2026 Class : XI & XII will start from 20th April/2026
24/03/2026

Class : IX and X will start from 1st week of April/2026
Class : XI & XII will start from 20th April/2026

04/02/2026

অহাকালি পুৱা ৮ বজাৰ পৰা কলাহাট কেম্পাছত SSC GD ক্লাছ আৰম্ভ হ’ব। সকলো ছাত্ৰ-ছাত্ৰীক উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল।

03/02/2026

Dhubri campus: Classes have already started
Kalahat campus: Will start from 5th February
GD


Interested candidates may collect the form from   &
31/01/2026

Interested candidates may collect the form from
&

📢 বিশেষকৈ Dhubri আৰু west Dhubri অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেSSC GD Coaching✅ SSC GD ৰ সম্পূৰ্ণ syllabus কভাৰ✅ Written আ...
28/01/2026

📢 বিশেষকৈ Dhubri আৰু west Dhubri অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে
SSC GD Coaching
✅ SSC GD ৰ সম্পূৰ্ণ syllabus কভাৰ
✅ Written আৰু Physical দুয়ো পৰীক্ষাৰ উন্নত প্রস্তুতি
✅ Zero level ৰ পৰা আৰম্ভ কৰি exam-oriented training
✅ নিয়মিত practice class আৰু mock test
✅ অভিজ্ঞ শিক্ষক-শিক্ষিকাৰ তত্বাৱধান
👉 Dhubri আৰু Kalahat দুয়ো ঠাইত সুবিধাজনক ব্যৱস্থা
👉 সীমিত আসন উপলব্ধ — আগতীয়াকৈ নামভৰ্তি কৰক।
GD

(SI)

Address

Dhuburi

Alerts

Be the first to know and let us send you an email when Vector Coaching Centre, Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category