09/02/2026
Warmest wishes to HS and HSLC students
Raniganj Near UCO Bank CSP
09/02/2026
Warmest wishes to HS and HSLC students
Alima Begum ,Ankur
নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত জ্বিলিকি উঠিল অসমৰ গৌৰৱ ধুবুৰী জিলাৰ টেৰাকোটা শিল্প।
ধুবুৰী জিলাৰ আশাৰীকান্দি অঞ্চলৰ মৃৎ শিল্পীসকলে "হীৰা মাটি" ত পৌৰাণিক কাহিনী, জীৱন প্ৰণালী ইত্যাদি খুদিত কৰি বিশেষভাৱে প্ৰস্তুত কৰা এই টেৰাকোটা শিল্পক ২০২৪ বৰ্ষত GI টেগ প্ৰদান কৰা হৈছে। বিশেষকৈ সৰলা বালা দেৱীৰ দৰে শিল্পীৰ নেতৃত্বত ধুবুৰী জিলাৰ আশাৰীকান্দি অঞ্চলৰ মহিলা আত্মসহায়ক গোটসমূহে এই টেৰাকোটা শিল্পৰ উত্তৰণৰ বাবে কাম কৰি আহিছে।
আজিৰ এই গৌৰৱৰ মুহূৰ্তত সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছো। অসমবাসী গৌৰৱান্বিত।
Isha Devi, Class IX
14/09/2025
Half Yearly Examination 2025
Sub:SOCAIL SCIENCE
Class :X
14/09/2025
Half Yearly Examination 2025
Sub: English Question
Class :X
14/09/2025
Shout out to my newest followers! Excited to have you onboard! Aminur Islam, Rabiul Islam, Jahangir Alom Pramanik, Ritul Ali, B Khan, Washim Akram, Nur Mehbub Ahmed, Saidur Rahaman Rahaman, Mohasin Mondal, Nasrin Parvin, Rofikul Ali, Rexii Tamanna Jannat, Raju Alom Raju Alom, Nilufa Begum
05/09/2025