Sankardev Sishu Niketan, Baterhat

Sankardev Sishu Niketan, Baterhat It's a Primary-Secondary Institution Under Shishu Shiksha Samiti,Assam. Founded in the year of 2000.

27/10/2025

আমাৰ নিকেতনৰ ৰূপালী জয়ন্তী উপলক্ষে
১৬-১১-২০২৫ তাৰিখত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ:
*প্ৰতিক্ষা ডেকা*

সকলো প্ৰাক্তন আচাৰ্য আচাৰ্য্যা/ছাত্ৰ ছাত্ৰীক  অহা ৩ নবেম্বৰ তাৰিখে নিকেতনত আমন্ত্ৰণ জনালোঁ।
29/10/2024

সকলো প্ৰাক্তন আচাৰ্য আচাৰ্য্যা/ছাত্ৰ ছাত্ৰীক অহা ৩ নবেম্বৰ তাৰিখে নিকেতনত আমন্ত্ৰণ জনালোঁ।

শিক্ষক দিৱস উপলক্ষে মৰমৰ ছাত্ৰ ছাত্ৰী সকলে আয়োজন কৰা এক স্মৰণীয় মূহুৰ্ত ছাত্ৰ-ছাত্ৰী সকললৈ অশেষ ধন্যবাদ ❤️
05/09/2024

শিক্ষক দিৱস উপলক্ষে মৰমৰ ছাত্ৰ ছাত্ৰী সকলে আয়োজন কৰা এক স্মৰণীয় মূহুৰ্ত
ছাত্ৰ-ছাত্ৰী সকললৈ অশেষ ধন্যবাদ ❤️

২৩/০৮/২৪ ইং তাৰিখে গোলকগঞ্জ সংকুল অনুষ্ঠিত হোৱা জ্ঞান বিজ্ঞান মেলা
24/08/2024

২৩/০৮/২৪ ইং তাৰিখে গোলকগঞ্জ সংকুল অনুষ্ঠিত হোৱা জ্ঞান বিজ্ঞান মেলা

৭৮ তম স্বাধীনতা দিৱস উপলক্ষে নিকেতনত উদযাপন কৰা কিছুমান কাৰ্যক্ৰম।
15/08/2024

৭৮ তম স্বাধীনতা দিৱস উপলক্ষে নিকেতনত উদযাপন কৰা কিছুমান কাৰ্যক্ৰম।

আজি নিকেতনত হৈ যোৱা নিৰীক্ষণ ৰ কিছুমান মুহূৰ্ত১০/০৬/২০২৪
10/06/2024

আজি নিকেতনত হৈ যোৱা নিৰীক্ষণ ৰ কিছুমান মুহূৰ্ত
১০/০৬/২০২৪

19/04/2024 তাৰিখে হৈ যোৱা সংকুল খেলৰ কিছুমান মুহুৰ্ত
30/04/2024

19/04/2024 তাৰিখে হৈ যোৱা সংকুল খেলৰ কিছুমান মুহুৰ্ত

Address

Baterhat
Dhubri
783335

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Sankardev Sishu Niketan, Baterhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category