Chilarai Academy M.E.School, Dhubri

Chilarai Academy M.E.School, Dhubri Educational Institution

09/06/2026

Practical demonstration:
Fats contained in dry fruits
Academic M.E. School

04/06/2026
চিলাৰায় একাডেমী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়ত্ৰী মাননীয়া মায়াৰানী ৰায় বাইদেউ ৩১/০৩/২০২৬ তাৰিখে অৱসৰ গ্ৰহণ ক...
11/05/2026

চিলাৰায় একাডেমী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়ত্ৰী মাননীয়া মায়াৰানী ৰায় বাইদেউ ৩১/০৩/২০২৬ তাৰিখে অৱসৰ গ্ৰহণ কৰে । সেয়েহে তেখেতৰ এই বিদায় ক্ষণত আজি আমাৰ বিদ্যালয়ৰ পৰা শ্ৰদ্ধাৰ বাইদেউক সম্বৰ্দ্ধনা অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো 🙏

চিলাৰায় একাডেমী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়ত্ৰী শ্ৰীমতি ৰিজৱানা ফাৰহীন মাহাশয়া, মাধ্যমিক বিদ্যালয়ত নতুন কৈ ...
31/12/2025

চিলাৰায় একাডেমী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়ত্ৰী শ্ৰীমতি ৰিজৱানা ফাৰহীন মাহাশয়া, মাধ্যমিক বিদ্যালয়ত নতুন কৈ যোগদান কৰাৰ বাবে আমাৰ বিদ্যালয়ৰ পৰা আজি তেখেতক সম্বৰ্ধনা জনোৱা হয়।

চিলাৰায় একাডেমী মধ্য ইংৰাজী বিদ্যালয়ত ১১তম্ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
21/06/2025

চিলাৰায় একাডেমী মধ্য ইংৰাজী বিদ্যালয়ত ১১তম্ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

Address

R. K. Mission Road
Dhubri
783324

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Chilarai Academy M.E.School, Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category