Pokalagi Senior Basic School

Pokalagi Senior Basic School A provincialised M. V School Chagolia

15/08/2025

# # #

বিদ্যালয়ৰ বাবে গৌৰৱ: শেহতীয়াকৈ হোৱা জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ণৰ বাবে হোৱা বাঁচনি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছা...
26/03/2025

বিদ্যালয়ৰ বাবে গৌৰৱ: শেহতীয়াকৈ হোৱা জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ণৰ বাবে হোৱা বাঁচনি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী আফছানা চুইটি চুমনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । সকলোৰে মৰমৰ মেধাবী ছাত্ৰীগৰাকীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ ।

আজি অনুষ্ঠিত LAC পৰ্যায়ৰ খেল মহাৰণত ১৭ বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰে গঠিত ...
20/12/2024

আজি অনুষ্ঠিত LAC পৰ্যায়ৰ খেল মহাৰণত ১৭ বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰে গঠিত ছাগলীয়া পঞ্চায়ত দলটোৱে চেম্পিয়নৰ খিতাপ লাভ কৰে ।
#সু-খবৰ যে, এই দলটোৰ ৫ জন খেলুৱৈয়ে ইতিমধ্যে জিলা ভিত্তিত খেলিবলৈ নিৰ্বাচিত হৈছে । এই সফলতাৰ বাবে দলৰ খেলুৱৈ সকলৰ লগতে প্ৰশিক্ষকসকলক আন্তৰিক শুভেচ্ছা যাচিলোঁ ।

১ম ফটোত আমাৰ বিদ্যালয়ৰ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰে গঠিত ছাগলীয়া GP ক প্ৰতিনিধিত্ব কৰা ১৬ বছৰ অনুৰ্ধ ফুটবল দলটো । LAC পৰ্য...
16/12/2024

১ম ফটোত আমাৰ বিদ্যালয়ৰ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰে গঠিত ছাগলীয়া GP ক প্ৰতিনিধিত্ব কৰা ১৬ বছৰ অনুৰ্ধ ফুটবল দলটো । LAC পৰ্যায়ত খেল মহাৰণত চুড়ান্ত খেলৰ বাবে অৰ্হতা লাভ কৰিছে ।
২য় ফটোত আমাৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰীৰে গঠিত পোকালাগী GP ক প্ৰতিনিধিত্ব কৰা ছোৱালী কাবাডী দলটো । এই দলটোৱে ইতিমধ্যে LAC পৰ্যায়ত চেম্পিয়নৰ খিতাপ লাভ কৰিছে ।

26/09/2024

Group Learning--
Old Video-

শোক বাৰ্তা: আমাৰ বিদ্যাৰ ৭ম শ্ৰেণীৰ ছাত্ৰী মৰমী ৰায় কালি ঘৰৰ কাষতে এটি পুখুৰীত লগৰীয়াৰ সৈতে গা ধূবলৈ গৈ দুৰ্ভাগ্যক্ৰমে প...
22/09/2024

শোক বাৰ্তা: আমাৰ বিদ্যাৰ ৭ম শ্ৰেণীৰ ছাত্ৰী মৰমী ৰায় কালি ঘৰৰ কাষতে এটি পুখুৰীত লগৰীয়াৰ সৈতে গা ধূবলৈ গৈ দুৰ্ভাগ্যক্ৰমে পানীত ডুবি যায় আৰু মৃত্যমুখত পৰে । শিশুটিৰ মৃত্যুত আমি খুবেই মৰ্মাহত হৈ পৰিছোঁ । মৃত ছাত্ৰীগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

17/09/2024

Old video--

14/09/2024

#২০২৩ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন অনুষ্ঠানৰ ভিডিঅ'--

পুৰণি ফ'টো--
08/09/2024

পুৰণি ফ'টো--

05/09/2024

পুৰণি ভিডিঅ'--

শিক্ষক দিৱস উদযাপনৰ কেইটিমান মূহূৰ্ত--
05/09/2024

শিক্ষক দিৱস উদযাপনৰ কেইটিমান মূহূৰ্ত--

আজৰি সময়ৰ খেল ।ছোৱালীবোৰেও সমান গুৰুত্ব পাব লাগে ।
27/08/2024

আজৰি সময়ৰ খেল ।
ছোৱালীবোৰেও সমান গুৰুত্ব পাব লাগে ।

Address

Chagolia Part/2
Dhubri

Telephone

+917002749613

Website

Alerts

Be the first to know and let us send you an email when Pokalagi Senior Basic School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share