08/01/2026
২০২৬ চনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায়ীসভা।
A programme of higher education,
Teaching in a private school.
ল'ৰা ছোৱালীৰ ভবিষ্যত উন্নতি কল্পেই আমি এইখন শিক্ষানুষ্ঠান পাতিছোঁ। আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক উন্নত শিক্ষা দিবলৈ এনেকুৱা জাতীয় বিদ্যলয়ত ভৰ্তি কৰি দিয়ক। অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰী ভৰ্তি কৰা হয়, প্ৰতি বছৰ এপ্ৰিল মাহত।
08/01/2026
২০২৬ চনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায়ীসভা।
প্ৰতিটি শিশুলৈ "শিশু দিৱস"ৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ।
05/09/2025
আজি শিক্ষক দিৱসত জোনাকী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱসৰ গ্ৰহণ কৰে। তেখেতক সম্বৰ্ধনা জনোৱাৰ কিছু দৃশ্য।
15/08/2025
আজি ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে সাজিকাচি বিদ্যালয়লৈ আহিছে।
18/02/2025
Students of JJB
14/02/2025
ভৰ্ত্তি চলি আছে
আপোনাৰ ফুল কমলীয়া শিশুটি লৈ #শিশু_দিৱসৰ বহুত বেছি শুভেচ্ছা আৰু মৰম ।
21/01/2024
WhatsApp Guardian group
JJB Guardian Group WhatsApp Group Invite
21/01/2024
জোনাকী জাতীয় বিদ্যালয়ত আপোনাৰ ল'ৰা বা ছোৱালী পঢ়ে নেকি? বিদ্যালয়ৰ তৰপৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ জাননীসমূহ পাই থাকিবলৈ তলত দিয়া লিংকত ক্লিক কৰি ৱাটচএপ গোটত যোগদান কৰক 👇
JJB Guardian Group WhatsApp Group Invite
| Monday | 9am - 2:30pm |
| Tuesday | 9am - 2:30pm |
| Wednesday | 9am - 2:30pm |
| Thursday | 9am - 2:30pm |
| Friday | 9am - 2:30pm |
| Saturday | 9am - 12:30pm |