Jonaky Jatiya Bidyalaya, Shimulchala

Jonaky Jatiya Bidyalaya, Shimulchala A programme of higher education,
Teaching in a private school.

ল'ৰা ছোৱালীৰ ভবিষ্যত উন্নতি কল্পেই আমি এইখন শিক্ষানুষ্ঠান পাতিছোঁ‌। আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক উন্নত শিক্ষা দিবলৈ এনেকুৱা জাতীয় বিদ্যলয়ত ভৰ্তি কৰি দিয়ক। অংকুৰৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰী ভৰ্তি কৰা হয়, প্ৰতি বছৰ এপ্ৰিল মাহত।

২০২৬ চনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায়ীসভা।
08/01/2026

২০২৬ চনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায়ীসভা।

14/11/2025

প্ৰতিটি শিশুলৈ "শিশু দিৱস"ৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ।

08/09/2025
আজি শিক্ষক দিৱসত জোনাকী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱসৰ গ্ৰহণ কৰে। তেখেতক সম্বৰ্ধনা জনোৱাৰ কিছু দৃশ্য।
05/09/2025

আজি শিক্ষক দিৱসত জোনাকী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱসৰ গ্ৰহণ কৰে। তেখেতক সম্বৰ্ধনা জনোৱাৰ কিছু দৃশ্য।

আজি ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে সাজিকাচি বিদ্যালয়লৈ আহিছে।
15/08/2025

আজি ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে সাজিকাচি বিদ্যালয়লৈ আহিছে।

Students of JJB
18/02/2025

Students of JJB

ভৰ্ত্তি চলি আছে
14/02/2025

ভৰ্ত্তি চলি আছে

14/11/2024

আপোনাৰ ফুল কমলীয়া শিশুটি লৈ #শিশু_দিৱসৰ বহুত বেছি শুভেচ্ছা আৰু মৰম ।

WhatsApp Guardian group
21/01/2024

WhatsApp Guardian group

WhatsApp Group Invite

জোনাকী জাতীয় বিদ্যালয়ত আপোনাৰ ল'ৰা বা ছোৱালী পঢ়ে নেকি? বিদ্যালয়ৰ তৰপৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ জাননীসমূহ পাই থাকিবলৈ তলত...
21/01/2024

জোনাকী জাতীয় বিদ্যালয়ত আপোনাৰ ল'ৰা বা ছোৱালী পঢ়ে নেকি? বিদ্যালয়ৰ তৰপৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ জাননীসমূহ পাই থাকিবলৈ তলত দিয়া লিংকত ক্লিক কৰি ৱাটচএপ গোটত যোগদান কৰক 👇

WhatsApp Group Invite

Address

Jonaki Jatio Bidyalaya
Dhubri
783330

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 12:30pm

Telephone

+919365775781

Website

Alerts

Be the first to know and let us send you an email when Jonaky Jatiya Bidyalaya, Shimulchala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jonaky Jatiya Bidyalaya, Shimulchala:

Shortcuts

Share

Category