A K Mondal Memorial Jatiya Bidalaya, Salkata

A K Mondal Memorial Jatiya Bidalaya, Salkata Principal
contact number
9954163493

Prayer time  ❤️30/04/2026
30/04/2026

Prayer time ❤️

30/04/2026

আমাৰ বিদ্যালয়ত নিজাববীয়াকৈ পঞ্জীয়ন ( registration) (class Nine)ৰ ব্যৱস্থা আছে। - আমাৰ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত প...
11/04/2026

আমাৰ বিদ্যালয়ত নিজাববীয়াকৈ পঞ্জীয়ন ( registration) (class Nine)ৰ ব্যৱস্থা আছে।
- আমাৰ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ ( HSLC examination center) শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় ( salkata J.P.H.S school)

UDISE CODE :- 18020332515

Registration No:- Dhubri 2024/PR-10/4

SEBA Recognised Code No :- 06H1006

Our staff our Strength
Only quality education can change your future❤️

ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনাক ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা নৱম আ...
11/04/2026

ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনাক ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কোনো চৰকাৰী, প্ৰাদেশিক মাধ্যমিক বিদ্যালয়, বা স্বীকৃতিপ্ৰাপ্ত ভেঞ্চাৰ বিদ্যালয়ৰ নামত পঞ্জীয়নৰ অনুমতি নিদিব।

আলহামদুলিল্লাহআমাৰ বিদ্যালয় এ. কে. মণ্ডল মেমোৰিয়াল জাতীয় বিদ্যালয় শালকাটা ৰ পৰা 91.33% পাই ফকিৰগঞ্জ অঞ্চলত থকা শালকাট...
10/04/2026

আলহামদুলিল্লাহ

আমাৰ বিদ্যালয় এ. কে. মণ্ডল মেমোৰিয়াল জাতীয় বিদ্যালয় শালকাটা ৰ পৰা 91.33% পাই ফকিৰগঞ্জ অঞ্চলত থকা শালকাটা পৰীক্ষা কেন্দ্ৰ আৰু হামিদাবাদ পৰীক্ষা কেন্দ্ৰ দুয়োটাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি বিদ্যালয়ৰ লগতে অত্ৰ অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।

গণিত বিভাগত 100/ 100 লাভ কৰিছে ।

২০২৬-২০২৭ বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে ১ এপ্ৰিলৰ পৰা অনলাইন পঞ্জীয়ন প’ৰ্টেল মুকল...
01/04/2026

২০২৬-২০২৭ বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে ১ এপ্ৰিলৰ পৰা অনলাইন পঞ্জীয়ন প’ৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ।

Admission is going on 2026-27❤️
24/03/2026

Admission is going on 2026-27❤️

কোনোবাই মোক কৈছে আমাৰ স্কুলৰ registration (class ix) ৰ ব্যৱস্থা নাই সেইকাৰণে প্ৰমাণ সহকাৰে দিছোঁ School Code -06H1006Sch...
18/02/2026

কোনোবাই মোক কৈছে আমাৰ স্কুলৰ registration (class ix) ৰ ব্যৱস্থা নাই সেইকাৰণে প্ৰমাণ সহকাৰে দিছোঁ
School Code -06H1006
School Name -A.K.Mondal Memorial Jatiya Vidyalaya
মানুহে জীৱনত বহু সপোন দেখে, আৰু তাৰ ভিতৰত এটা সপোন পূৰণ হোৱাটো অসাধাৰণ আনন্দ আৰু প্ৰাপ্তিৰ বিষয়। এই সাফল্যই প্রমাণ কৰে যে আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰে আগুৱাই গলে সপোনবোৰ কেৱল নিশাৰ সপোন হৈ নাথাকি দিঠকত পৰিণত হয়, যিয়ে জীৱন জীয়াই থকাৰ প্ৰেৰণা যোগায়।

সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু বান্ধবীলৈপৱিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনালোঁ ❤️
18/02/2026

সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু বান্ধবীলৈ
পৱিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনালোঁ ❤️

২০২৫-২০২৬ শিক্ষা বর্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগীয়া সমুহ ছাত্র-ছাত্রীলৈ এ, কে মণ্ডল মেমোৰিয়াল জাতীয় বিদ...
09/02/2026

২০২৫-২০২৬ শিক্ষা বর্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগীয়া সমুহ ছাত্র-ছাত্রীলৈ এ, কে মণ্ডল মেমোৰিয়াল জাতীয় বিদ্যালয় ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

আগন্তুক হাইস্কুল শিক্ষান্ত (HSLC)  পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ মৰমৰ ছাত্ৰ-ছাত্ৰীলৈ মোৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ...
09/02/2026

আগন্তুক হাইস্কুল শিক্ষান্ত (HSLC) পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ মৰমৰ ছাত্ৰ-ছাত্ৰীলৈ মোৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
পিতৃ-মাতৃৰ আশীৰ্বাদ আৰু তেওঁলোকৰ প্ৰতি ভক্তি ভাৱ ৰাখি তোমালোকে আগবাঢ়ি যোৱা।
মোৰ দৃঢ় বিশ্বাস যে, তোমালোকে এই পৰীক্ষাত সফলতাৰে উজ্বলি উঠিব পাৰিবা।
তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

07/02/2026

Morning Assembly ❤️

Address

Dhubri
783330

Website

Alerts

Be the first to know and let us send you an email when A K Mondal Memorial Jatiya Bidalaya, Salkata posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category