২৫নং গোলকগঞ্জ

২৫নং গোলকগঞ্জ

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ২৫নং গোলকগঞ্জ, Community College, kaldoba part 1, Dhubri.

24/03/2026

Same bird another day in the forest nestig peacefuly

22/03/2026

Hello guess here you can see a bird which is is similler with the nature

04/03/2026

সত্য ঘটনা

06/09/2025

Joy shiv chandi
Please join my page for writing about unique topics
Deferent subject and many more..
Thank you

15/11/2024

Maa bhawani jall baron maha saptami

26/07/2019
24/10/2018

অখিল দা লৈ বুলি উত্তৰ দিলোঁ ভালকৈ পঢ়িব দে ।।ধন্যবাদ ।।

প্ৰসঙ্গ ---
অখিল গগৈৰ মিথ্যাচাৰ ও ২কোটি হিন্দু-বাঙ্গালী ও আজি প্ৰতিবাদী কাৰ্যসূচী।

অসমৰ অখিল গগৈয়ে আজি কলে যে যদিহে প্ৰস্তাৱিত 'সংশোধিত নাগৰিকত্ব বিল২০১৬ পাছ হয় ,
তেনেহলে ২(দুই) কোটি হিন্দু-বাংলাদেশীৰে অসম ভৰি পৰিব !!!

কথাটো অলপ দকৈ ভাবি চালেই গম পাব যে কি ভয়ংকৰ গোকাট মিছা কথা এটা কোৱা হ'ল । এই মিছা কথাৰ সূত্ৰ ধৰি অসমৰ মিথ্যাচাৰী আৰবৰ আৰ্থিক অনুদানেৰে মস্তি কৰি থকা বুদ্ধিজীবী-সাংবাদিকসকলে তিলক তাল বনাবলৈ প্ৰতিযোগিতাত উঠিপৰি লাগিব আৰু লাভ একো নহলেও কিছু লোকৰ মনত সন্দেহ আৰু অবিশ্বাসৰ এটা বীজৰোপন হব পাৰে ।
আৰু তাৰে চেলুলৈ অসমৰ তথা বহি:ৰাজ্যৰ কিছুমান অশুভ শক্তিয়ে গা কৰি উঠিব পাৰে বুলি এই লিখকৰ ধাৰণা হৈছে ।
প্ৰথম কথা:- সংশোধিত নাগৰিকত্ব বিল২০১৬ মতে, "ইছলামিক বাংলাদেশ , ইছলামিক পাকিস্তান আৰু ইছলামিক আফগানিস্তানৰ পৰা ২০১৪ চনৰ ৩১ডিচেম্বৰলৈকে অহা অমুছলিম অৰ্থাৎ হিন্দু , শিখ , বৌদ্ধ, জৈন আৰু খ্ৰীষ্টান ধৰ্মীয় লোক যদিহে ধৰ্মীয় ও প্ৰাণৰ মমতাত নিৰ্যাতনৰ বলি হৈ আহিছে ,
তেওঁলোকক ভাৰতবৰ্ষত আশ্ৰয় আৰু নাগৰিকত্ব দিয়া হব ।"

অনুগ্ৰহ কৰি শাৰীটো আকৌ এবাৰ ভালকৈ পৰি চাওঁক ।
ইয়াত এবাৰো উল্লেখ আছে নে নতুনকৈ আৰু মানুহ অনা হব বুলি ?
নাই , ২০১৪ চনৰ ৩১ ডিচেম্বৰ অন্তিম তাৰিখ ।

ইয়াত কতো হিন্দু বাঙালিৰ কথা উল্লেখ নাই । হয় , যিহেতু বাংলাদেশত হিন্দু বাঙালি লোকসকলেও ইছলামিক দেশ বাংলাদেশী ধৰ্মীয় নিৰ্যাতনৰ বলি হৈছে ,
সেয়ে তেওঁলোকৰ মাজত যিসকলে২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে আহিছে তেওঁলোকে ভাৰতত আশ্ৰয় লৈ আছেই আৰু তেওঁলোকেও নাগৰিকত্ব পাব ।
আৰু এটা ভয় অখিল গগৈ আৰু কোম্পানীয়ে দেখুৱাই আছে যে ,
দুই কোটি হিন্দু বাঙালীলোক নতুনকৈ আহিব বা ভৰি পৰিব !!!!
যদিও নতুনকৈ লোক অহাৰ কথা বিলখনত উল্লেখ কৰা হোৱা নাই ,তথাপিও তৰ্কৰ খাতিৰত ২কোটি হিন্দু বাঙালীলোক কত পাব ?
"বাংলাদেশ ইছলামী প্ৰজাতন্ত্ৰ " নামৰ যি দেশ ভাৰতবৰ্ষই পাকিস্তান ভাগ কৰি বনাই দিছে তাত ২০১১ চনৰ লোকপিয়ল মতে ১কোটি ১৬ লাখ হিন্দুহে ৰৈছেগৈ !
তাৰে পৰা দুই কোটি কেনেকৈ আনিব পাৰি তাক কল্পনাতো নহয় বীজগণিত পাটীগণিত , কেলকুলাছ কৰিও মইতো পোৱা নাই !
আমাৰ ৰাজনীতিৰ পাশা খেলৰ কূটনৈতিক শকুনিবোৰে কেনেকৈ মিলাব ভাবি ভাবি মই বুৰ্বক আৰু মূৰ্খ বণি যাওঁ ।

আৰু এটা কথা মই যি অনুভৱ কৰোঁ সকলো শৰণাৰ্থী অকল অসমলৈ আগতেও অহা নাই ,
বেলেগ বেলেগ ৰাজ্যলৈ গৈছে ।
ইয়াত এটা কথা কম ,
বিলখনত আৰু এটা অধ্যয় যুক্ত হোৱা উচিত বুলি মই বিবেচনা কৰোঁ ।
অসমত আৰু নতুন শৰণাৰ্থী আনিব নালাগে আৰু অতিৰিক্ত শৰণাৰ্থী অসমৰ পৰা বেলেগ বেলেগ ৰাজ্যত সংস্থাপিত কৰিব লাগে ।

আৰু এটা প্ৰস্তাৱৰ আলোচনা/বিতৰ্ক আৰম্ভ হৈছে বা চলি আছে আৰু মই সেই প্ৰস্তাৱটো সমৰ্থন কৰোঁ ।
আপোনাৰ সুচিন্তিত মতামত কমেণ্ট বক্সত দি বাধিত কৰিব বুলি আশা কৰিলোঁ ।

ক)পশ্চিমবঙ্গত প্ৰায় চাৰে তিনি কোটি অবৈধ বাংলাদেশী মুছলমান আছে ।
খ ) বাংলাদেশত প্ৰায় ১ কোটি ১০ লাখমান হিন্দু বাঙালী আছে ।
গ) অসমত প্ৰায় ৭০ লাখ হিন্দু বাঙালী আছে ।

বিনিময় বা হস্তান্তৰ কৰা হওঁক ।
পশ্চিম বংগৰ মুছলিম খিনি বাংলাদেশ পঠিওৱা হওঁক আৰু অসম আৰু বাংলাদেশৰ সকলো হিন্দু বাঙালীক পশ্চিম বংগত সংস্থাপিত কৰা হওঁক ।

জটিল সমস্যাৰ সহজ ও স্থায়ী সমাধান হব ।

না ৰহেগা বাঞ্ছ না ৰহেগী বাশৰী ।

জয় শ্ৰীৰাম ।।🚩🚩🚩🚩

শুভ সন্ধ্যা ।।

বেরিয়ে এলো আসল সত্য! ঠিক এইভাবেই বিশ্বাসঘাতকতা করা হয়েছিল নেতাজি সুভাষচন্দ্র বসুর সাথে। Bengali News 23/10/2018

বেরিয়ে এলো আসল সত্য! ঠিক এইভাবেই বিশ্বাসঘাতকতা করা হয়েছিল নেতাজি সুভাষচন্দ্র বসুর সাথে। Bengali News ভারত ১৯৪৭ সালে তৈরি হওয়া কোনো দেশ নয়, এটা বিশ্বের সবথেকে প্রাচীন ও মহান দেশ। হিন্দুদের একতার অভাবে ইংরেজরা কবজা কর...

22/10/2018

রাজবংশী প্রথা মেনেই হালযাত্রা করে জমি চাষ বনমন্ত্রীর

মাথাভাঙ্গা :- রাজবংশী প্রথা মেনেই ভারপ্রাপ্ত বনমন্ত্রী বিনয়কৃষ্ণ বর্মন জমিতে হাল যাত্রা পুজো করে নিজের জমি চাষ করলেন । উত্তরপূর্ব ভারতের রাজবংশী সম্প্রদায় এর মানুষ দুর্গা পুজো শেষে দশমীর দিন নিজ জমিতে হালযাত্রা পুজো করে এবং জমি চাষ করে । পুজোর উপকরণ হিসাবে থাকে পান সুপারি , ঝরা ফুল (ষোলা দিয়ে তৈরি ), কলা গাছের ঢনা দিয়ে তৈরি চাইলন বাতি , ধান , দূব্বাঘাস , সিঁদুর প্রভূতি । বিশেষ করে গরুর হাল যাদের আছে তাঁরা এই হালযাত্রা পুজো করতো । সময়ের সাথে পরিবর্তন হয়ে মানুষ গরুর হাল ছেড়ে ট্রাক্টর দিয়ে জমি চাষ করে । তাই এই পুজো উঠে যাচ্ছে । রাজ্যের বনমন্ত্রী বিনয়কৃষ্ণ বর্মন হালযাত্রা পুজো করার পর ট্রাক্টর দিয়ে জমি চাষ কড়ে রাজবংশী সম্প্রদায় প্রথাকে টিকিয়ে রাখার বার্তা দিলেন ।

Want your school to be the top-listed School/college in Dhubri?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Kaldoba Part 1
Dhubri
783335