As GK STUDY

As GK STUDY Education is a power full think of human life .শিক্ষা হৈছে মানৱ জীৱনৰ সম্পূৰ্ণ চিন্তা কৰা এক শক্তি

14/03/2023

শংকৰ দেৱৰ জন্ম কত হৈছিল?
1.যোৰহাট
2.বৰদোৱা
3.শিৱসাগৰ
4.তেজপুৰ

14/03/2023

কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল?
1.১৯০১ চনত
2.১৯৮৫ চনত
3.১৯৬৩ চনত
4.১৯৫০ চনত

14/03/2023

Wings of Fire গ্ৰন্থখনৰ লিখক কোন?
1.কৌটিল্য
2.এ পি জে আব্দুল কালাম
3.মহাত্মা গান্ধী
4.ৰবীন্দ্ৰ নাথ ঠাকুৰ

14/03/2023

গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল?
1.১৯৪৮ চনত
2.১৯৪৬ চনত
3. ১৯৪৯ চনত
4.১৯৪৫ চনত

14/03/2023

ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?
1.১৯৮৬ চনত
2.১৯৮৭ চনত
3. ১৮৮৫ চনত
4.১৮৮৮ চনত

13/03/2023

কোন চনত চুকাফাই চৰাইদেউত ৰাজধানী নিৰ্মান কৰিছিল?
1.১২৫৩ চনত
2.১২০৬ চনত
3.১২৫৫ চনত
4.১২৬৮ চনত

13/03/2023

আহোম সকলৰ প্ৰথম ৰাজধানী আছিল?
1.চৰাইদেউ
2.শিৱ সাগৰ
3.গড় গাঁও
4.যোৰহাট

আহোম ৰজা সকলৰ মূখ্য ৰাণীক কি নামেৰে জনা  গৈছিল?      1.পাৰ্বতিয়া কুঁৱৰী       2.তামলী কুঁৱৰী       3.ৰাইডিঙিয়া কুঁৱৰী   ...
13/03/2023

আহোম ৰজা সকলৰ মূখ্য ৰাণীক কি নামেৰে জনা গৈছিল?
1.পাৰ্বতিয়া কুঁৱৰী
2.তামলী কুঁৱৰী
3.ৰাইডিঙিয়া কুঁৱৰী
4.বৰ কুঁৱৰী

13/03/2023

ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে পোৱা একমাত্ৰ উপহাৰটো কি আছিল?
1.ছাতি
2.ঘোঁৰা
3.হাতী
4.টুপি

13/03/2023

কোনজন বৰ্মন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল?
1.সমুদ্ৰ বৰ্মন
2.পূষ্য বৰ্মন
3.ভাস্কৰ বৰ্মন
4.ভূতি বৰ্মন

13/03/2023

আহোম আৰু মগোলৰ মাজত হোৱা শেষ যুদ্ধ খনৰ নাম কি আছিল?
1.আলাবৈৰ যুদ্ধ
2.লতাকটা ৰণ
3.ইটাখুলিৰ ৰণ
4.শৰাইঘাটৰ যুদ্ধ

13/03/2023

অসমত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ নেতা কোন আছিল?
1.কনকলতা
2.লাচিত বৰফুকন
3.মণিৰাম দেৱান
4.পিয়লি বৰুৱা

Address

P. S Bilasipara Dist Dhubri
Dhubri
783348

Website

Alerts

Be the first to know and let us send you an email when As GK STUDY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share