Grade Potential

Grade Potential Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Grade Potential, Education, Halakura, Dhubri.

19/03/2025
19/03/2025

Our experience faculty


08/03/2025

অহা ইং ১৫ মাৰ্চৰ পৰা ষষ্ঠম আৰু নৱম শ্ৰেণীত নামভৰ্তি কৰিবলগীয়া ছাত্ৰ - ছাত্ৰীৰ বাবে বিনামূলীয়া আৰু প্ৰদৰ্শন মূলক শ্ৰেণী ( Free Demo class) ৰ শুভাৰম্ভ কৰা হব I


22/02/2025

📢📢 Good News 📢

আপোনালোকৰ "শীলভদ্ৰ একাডেমী" খন ১৮-০২-২০২৫ ইং তাৰিখৰ পৰা চৰকাৰী স্বীকৃতি প্ৰাপ্ত হৈছে।

সন্মানীয় অভিভাৱক অভিভাৱিকা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকলোক জনাবলৈ পাই সুখী হৈছো যে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়, কাহিলীপাৰা ,গুৱাহাটীৰ পৰা ১৮-০২-২৫ তাৰিখে প্ৰকাশিত Provisional Prior Permission Certificate মতে আমাৰ একাডেমী খনক এতিয়া প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ (I--XII) শ্ৰেণীলৈকে শিক্ষা প্ৰদানৰ অনুমতি দিছে।

চৰকাৰৰ এই স্বীকৃতি প্ৰাপ্ত একাডেমী খনে শিক্ষা আৰু সামাজক উন্নতিৰ ফালে লৈ যোৱাৰ পথ সুগম কৰিছে। অভিভাৱক, ছাত্ৰ-ছাত্ৰী ,একাডেমী খনৰ সৰ্বাংগীন বিকাশ কামনা কৰা সকলোৰ একনিষ্ঠ মনোভাৱ আৰু অঞ্চলৰ প্ৰত্যেকজন উদাৰ মানুহৰ সহায়- সহযোগিতাৰ বাবেই হয়তো এই সফলতা সম্ভোপৰ হৈছে। এটা বছৰ যেনেকৈ সহায়-সহযোগিতা আৰু সমৰ্থন কৰিলে অনাগত দিনত যাতে এনেকৈ আপোনাৰ- আপোনালোকৰ সহায়ৰ হাত পোৱা যায় একাডেমী খন তাৰে কামনা কৰিছে।

ধন্যবাদ
একাডেমী পৰিচালনা সমিতি।

Sheelabhadra Academy


19/02/2025

🎤📚ADMISSION OPEN FOR
Classes - VI ( Six), IX ( Nine)& XI ( Eleven)

📚🗓️Session - 2025-2026
For More Information
👇Contact
☎️6900129216, 9365510386
📧Email- [email protected]
🏃Hurry up! seats is limited

Sheelabhadra Academy

Address

Halakura
Dhubri

Website

Alerts

Be the first to know and let us send you an email when Grade Potential posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category