Halakura Higher Secondary School,our pride.

Halakura Higher Secondary School,our pride. Educational and Social

15/08/2026

A friendly Kabaddi match was organized at our school between Halakura HS School and Meridian Senior Secondary school on the occasion of Independence Day 2026.

সকলোলৈ স্বাধীনতা দিৱসৰ বহুত বহুত শুভ কামনা  জনালোঁ।দেশৰ ৮০তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত জাতীয় পতাকা...
15/08/2026

সকলোলৈ স্বাধীনতা দিৱসৰ বহুত বহুত শুভ কামনা জনালোঁ।দেশৰ ৮০তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন খেল ধেমালি আৰু নৃত্য গীতৰ অনুষ্ঠান হয়।

07/08/2026

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়া আমাৰ বিদ্যালয়ত উপস্থিতহৈ 4,5000000.00 কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হবলগীয়া কামৰ(বিদ্যালয় গৃহ) ঘোষণা কৰাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰী সকলৰ লগত মত বিনিময় কৰে। বিদ্যালয়ত উপস্থিতহৈ আমাক উৎসাহিত কৰাৰ বাবে সন্মানীয় মন্ত্ৰী মহোদয়ক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰা হ'ল।

04/08/2026

প্ৰাৰ্থনা

15/07/2026

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টি ভিত্তিক জনগোষ্ঠীয় নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫ জুলাইৰ পৰা ২৯ জুলাইলৈ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ যিকোনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।

20/06/2026

ৰাভা দিৱস উদযাপন ২০২৬

শুভ অন্নপ্ৰাশন উপলক্ষে নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈ কণমানি জনলৈ সুভাশিস জনোৱা হয়। সন্তানটিৰ ভৱিষ্যত উজ্বল আৰু সুস্বাস...
21/05/2026

শুভ অন্নপ্ৰাশন উপলক্ষে নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈ কণমানি জনলৈ সুভাশিস জনোৱা হয়। সন্তানটিৰ ভৱিষ্যত উজ্বল আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক, তাৰেই কামনা কৰিলোঁ।

14/05/2026

Students are learning the hindi language....

HS Final Result 2026
28/04/2026

HS Final Result 2026

We are proud to announce that our student, Mr. Ashraful Alom, has achieved Distinction (89.5%) with 6 Letter Marks and s...
11/04/2026

We are proud to announce that our student, Mr. Ashraful Alom, has achieved Distinction (89.5%) with 6 Letter Marks and secured the position of Centre topper.Congratulations....
Wishing you a bright and successful future ahead.

Address

Halakura, P. O-Mahamayahat, Dist-Dhubri
Dhubri

Website

Alerts

Be the first to know and let us send you an email when Halakura Higher Secondary School,our pride. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category