Patamari Sonaram High School

Patamari Sonaram High School EDUCATION SERVICE

দেশৰ বিভিন্ন প্ৰান্তত দেশ সেৱাত আত্মনিয়োগ কৰি Patamari Sonaram High School ক গৌৰাম্বিত কৰা স্কুলৰ ছাত্ৰ সকল
27/04/2026

দেশৰ বিভিন্ন প্ৰান্তত দেশ সেৱাত আত্মনিয়োগ কৰি Patamari Sonaram High School ক গৌৰাম্বিত কৰা স্কুলৰ ছাত্ৰ সকল

2026 বৰ্ষত HSLC পৰীক্ষাত অৱতীৰ্ণ হবলগা ছাত্ৰ ছাত্ৰী সকলৰ বিদায় অনুষ্ঠান। (24/1/26)
24/01/2026

2026 বৰ্ষত HSLC পৰীক্ষাত অৱতীৰ্ণ হবলগা ছাত্ৰ ছাত্ৰী সকলৰ বিদায় অনুষ্ঠান। (24/1/26)

9/1/26 তাৰিখে মান্য ব্যক্তিসকলৰ উপস্থিতিত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰা হয়।
09/01/2026

9/1/26 তাৰিখে মান্য ব্যক্তিসকলৰ উপস্থিতিত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰা হয়।

6/12/25 তাৰিখে স্কুলত সম্প্ৰীতি ভোজৰ আয়োজন কৰা হয়।
06/12/2025

6/12/25 তাৰিখে স্কুলত সম্প্ৰীতি ভোজৰ আয়োজন কৰা হয়।

04/11/2025

সুধা কণ্ঠ দিৱস পালনৰ প্ৰস্তুতি।4/11/2025

17/10/2025

জুবিন দাক স্মৰণ কৰি......

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
22/09/2025

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

30 জুন 2025 তাৰিখে ফাতেমা খাতুন বাইদেউ 35 বছৰ কাল স্কুলখনলৈ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে।
02/07/2025

30 জুন 2025 তাৰিখে ফাতেমা খাতুন বাইদেউ 35 বছৰ কাল স্কুলখনলৈ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে।

SANKALP ৰ উদ্যোগত 2/জুন/25 তাৰিখে menstrual hygiene সম্পৰ্কে এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত সমাজ কল্যাণ বিভাগৰ জিলা বি...
02/06/2025

SANKALP ৰ উদ্যোগত 2/জুন/25 তাৰিখে menstrual hygiene সম্পৰ্কে এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত সমাজ কল্যাণ বিভাগৰ জিলা বিষয়াৰ লগতে আৰু বহুতে আলোচনাত ভাগ লয়।

17/05/25 তাৰিখে আমাৰ স্কুলৰ উদ্যোগত স্থানীয় স্কুলসমূহৰ  প্ৰধান আৰু CRCC সকলক লৈ এখন শৈক্ষিক পৰ্যালোচনা সভা অনুষ্ঠিত হয়...
17/05/2025

17/05/25 তাৰিখে আমাৰ স্কুলৰ উদ্যোগত স্থানীয় স্কুলসমূহৰ প্ৰধান আৰু CRCC সকলক লৈ এখন শৈক্ষিক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত IS/DEEO মহোদয়, BEEO মহোদয়, আমন্ত্ৰিত শিক্ষাবিদ সকলে বিভিন্ন দিশত আলোচনা কৰি অঞ্চলখনত এক শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰে।

HS (arts) 2nd year পৰীক্ষাত স্কুলৰ প্ৰাক্তন ছাত্ৰী আৰিফা চুলতানা 94% নম্বৰ লগতে ৰাজনীতি বিজ্ঞানত 100 নম্বৰ লাভ কৰি সকলোক...
30/04/2025

HS (arts) 2nd year পৰীক্ষাত স্কুলৰ প্ৰাক্তন ছাত্ৰী আৰিফা চুলতানা 94% নম্বৰ লগতে ৰাজনীতি বিজ্ঞানত 100 নম্বৰ লাভ কৰি সকলোকে উৎফুল্লিত কৰি তোলে।

Address

HOWRARPAR
Dhubri
783324

Opening Hours

Monday 9am - 3:30am
Tuesday 9am - 3:30am
Wednesday 9am - 3:30am
Thursday 9am - 3:30am
Friday 9am - 3:30am
Saturday 9am - 1am

Telephone

+917002300255

Website

Alerts

Be the first to know and let us send you an email when Patamari Sonaram High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Patamari Sonaram High School:

Shortcuts

Share

Category