Medobil Alladibala L.P School

Medobil Alladibala L.P School medortari

এয়া সচাই ভাল পদক্ষেপ।
10/06/2025

এয়া সচাই ভাল পদক্ষেপ।

28/03/2025

💐💐💐💐💐গুণোৎসৱ ২০২৫💐💐💐💐💐

আমাৰ মেদবিল আল্লাদিবালা প্ৰাথমিক বিদ্যালয়ে গুণোৎসৱ ২০২৫ ত A+ পাবলৈ সক্ষম হৈছো।

প্ৰথমতেই ধন্যবাদ জনাইছো আমাৰ বিদ্যালয়ৰ মৰমৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক। লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলকো বিদ্যালয়ৰ ফালৰ পৰা ধন্যবাদ জনাইছো।

বিদ্যালয় খনত কৰ্মৰত প্ৰধান শিক্ষক আজাহাৰুল ইছলাম মিঞা , সহ শিক্ষক আলা উদ্দীন আৰু সদৰ আলি শিকদাৰ ছাৰৰ লগতে পৰিচালনা সমিতিৰ সভাপতি কদ্দুছ আলি উপ সভানেত্ৰী কুলছুম খাতুনৰ লগতে সকলো সদস্য/সদস্যা আৰু স্থানীয় সকলো ৰাইজক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ।

আমাৰ সন্মানীয় CRCC নুৰ হাফিজ খান ছাৰক তেওঁৰ সু-পৰামৰ্শ ৰ বাবে ধন্যবাদ জনাইছোঁ।

শেষত বহিঃ মুল্যায়ক শৰীফ উদ্দীন আহমেদ ছাৰৰ লগতে LO হিচাবে দায়িত্বত থকা আবেদ আলি ছাৰকো আমাৰ বিদ্যালয়ৰ ফালৰ পৰা ধন্যবাদ জনালোঁ।

22/02/2025
26/01/2025

মেদবিল আল্লাদিবালা প্ৰাথমিক বিদ্যালয়ত আজি ৭৬ তম গণতন্ত্ৰ দিৱস উদযাপন কৰা হল।

আজি শনিবাৰ।
25/01/2025

আজি শনিবাৰ।

29/11/2024

ধুবুৰী জিলাৰ মেদৰটাৰী গাঁওপঞ্চায়ৰ অন্তৰ্গত দৰিয়াৰপাৰ মাইজালি পশ্চিম খণ্ড প্ৰাথমিক বিদ্যালয়ৰ সহ: শিক্ষক হাফিজুৰ ৰহমান ছাৰক হানিফ আলীয়ে যোৱাকালি কৰা মাৰপিটৰ উচিত শাস্তি বিচাৰি উক্ত বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী মিছিল।

education

নতুনকৈ বনালোঁ।কেনেকুৱা লাগিছে?
15/11/2024

নতুনকৈ বনালোঁ।
কেনেকুৱা লাগিছে?

07/09/2024

আমাৰ বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীয়ে কবিতাটো কেনেকুৱা আবৃতি কৰিলে?
আপোনালোকৰ মহামূল্যবান মতামত জনাবলৈ অনুৰোধ থাকিল।

05/09/2024

মেদবিল আল্লাদিবালা প্ৰাথমিক বিদ্যালয়।

আজি আমাৰ বিদ্যালয়ত গান্ধী জয়ন্তী উদযাপনৰ এটি দৃশ্য ।
02/10/2023

আজি আমাৰ বিদ্যালয়ত গান্ধী জয়ন্তী উদযাপনৰ এটি দৃশ্য ।

05/06/2023

বিশ্ব পৰিৱেশ দিৱস উদযাপন।

Address

Dhubri
783330

Opening Hours

Monday 8:30am - 2:30pm
Tuesday 8:30am - 2:30pm
Wednesday 8:30am - 2:30pm
Thursday 8:30am - 2:30pm
Friday 8:30am - 2:30pm
Saturday 8:30am - 12:30pm

Telephone

+918638292474

Website

Alerts

Be the first to know and let us send you an email when Medobil Alladibala L.P School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category