Mr_mahabub

Mr_mahabub Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mr_mahabub, Education, Dhubri.

16/03/2023

কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতি মঞ্জুৰ কৰিলে ।
দশম শ্ৰেণী বৰ্ড পৰীক্ষা বন্ধ৷
M.Phil বন্ধ ৷
এয়া ৩৬বছৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী
কৰা হ’ল ৷

এতিয়াঃ
1. Nursery @4 Years
2. Jr KG @5 Years
3. Sr KG @6 Years
4. Std 1st @7 Years
5. Std 2nd @8 years
6. Std 3rd @9 Years
7. Std 4th @10 Years
8. Std 5th @11 Years
9. Std 6th @12 Years
10.Std 7th @13 Years
11.Std 8th @14 Years
12.Std 9th @15 Years
13.Std SSC @16 Years
14.Std FYJC
15.STD SYJC @18 Years

এতিয়াৰপৰা কেৱল 12ৰ শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা ৷ কলেজৰ ডিগ্ৰী ৪বছৰ৷ ৫ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা ৷( স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়ুৱাব লাগিব )৷ বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় লব লাগিব।
নবমৰপৰা দ্বাদশলৈ চেমেষ্টাৰ হ’ব৷
৩বছৰত ডিগ্ৰী তেওঁলেকে পাব যিবোৰ শিক্ষাৰ্থী উচ্চ শিক্ষা লব নিবিচাৰে । সেইবিলাক শিক্ষাৰ্থীয়ে ৪বছৰ ডিগ্ৰী হ'লে সেই ১বছৰতে M.A কৰিব পাৰিব।M.A. ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব।
উচ্চ শিক্ষাতো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডেমিক ফাইনেন্সছিয়েল অট’নমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হ’ব। দেশৰ মুঠ৪৫ হাজাৰ কলেজক সাঙুৰি লোৱা হ’ব ৷

Address

Dhubri

Telephone

+16002165516

Website

Alerts

Be the first to know and let us send you an email when Mr_mahabub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Mr_mahabub:

Shortcuts

Share

Category