All Assam polytechnic youths

All Assam polytechnic youths Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Assam polytechnic youths, Dhubri.

11/12/2025

28/09/2025

Accept my greetings,

What are MIT, Oxford University, Harvard University... or in India, IISc, Delhi University, JNU? What happens if someone studies in such institutions? Is it possible for students from our rural and poor backgrounds to study in such institutions?

What are NASA, Google, Facebook, ISRO, DRDO? Why can’t students from Assam work in such places? Similarly, why are companies like Tesla and Facebook only in America? Our respected Uddhab Bharali has contributed greatly in the field of innovation. In a country where Abdul Kalam created a wave of innovation and made India a global attraction through his inventions — can’t we take that forward?

A consciousness-raising program is being planned around these topics.

To begin with, the main theme "Pathway to Top Institutions" will be taken to educational institutions to bring awareness. Discussions with concerned individuals have already taken place, and programs are being planned after Puja. We firmly believe this will help take our society forward.

So, we request all interested individuals to kindly contact us.

Thank you 👍

28/09/2025

নমস্কাৰ গ্ৰহণ কৰিব,

MIT, Oxford University, Harvard University এইবোৰ কি..... বা ভাৰতৰ IISC, Delhi University, JNU এইবোৰ কি? এইবোৰত পঢ়িলে কি হয়? আমাৰ গাওঁ অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলৰ তেনেকুৱা প্রতিষ্ঠানত শিক্ষা লোৱাটো সম্ভৱ নে?

NASA, Google, Facebook, ISRO, DRDO এইবোৰ কি? এইবোৰত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী সকলে চাকৰি কৰিব কিয় নোৱাৰিব? সমান্তৰালকৈ Tesla, Facebook ৰ দৰে কোম্পানী সমূহ আমেৰিকাতেই কিয় আছে? অসমৰ সন্মানীয় উদ্ভৱ ভৰালী ডাঙৰীয়াই উদ্ভাৱনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। যিখন দেশত আব্দুল কালামে সৃষ্টিৰাজিৰ জৰিয়তে ভাৰতক বিশ্বৰ অন্যতম আকৰ্ষণ কৰি তোলাৰ লগতে Innovation ৰ এটা ঢৌ সৃষ্টি কৰিছিল সেইয়া আমি আৰু আগুৱাই লৈ যাব পাৰো নেকি ??

এই বিষয় সমূহৰ বাবে এক সচেতনতামূলক কাৰ্যসূচী লোৱাৰ পৰিকল্পনা কৰা হৈছে।

আৰম্ভণিতে - "শীর্ষস্থানীয় প্রতিষ্ঠানসমূহলৈ পথ" মূল বিষয়বস্তু হিচাপে লৈ শিক্ষানুষ্ঠান সমূহত সচেতনতা অনাৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে সমল ব্যক্তিৰ লগত আলোচনা কৰা হৈছে আৰু পূজাৰ পিছতে কাৰ্য্যসূচীসমূহ লোৱাৰ পৰিকল্পনা কৰা হৈছে। আৰু ইয়াৰ দ্বাৰা সমাজ খনক আৰু আগুৱাই নিব পৰা যাব বুলি আমাৰ দৃঢ় বিশ্বাস।

গতিকে এই বিষয়টিত ইচ্ছুক সকলে আমাক যোগাযোগ কৰিবলৈ অনুৰোধ জনালো।

ধন্যবাদ।

21/09/2025

সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাৰ অনুৰোধৰ লগতে বৰ্তমান পৰিস্থিতি তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাৰ প্ৰতি সন্মান জনাই অইলৰ কৰ্তৃপক্ষই কণিষ্ঠ অভিযন্তাৰ পৰীক্ষা ২২ চেপ্তেম্বৰ তাৰিখে বাতিল কৰে ।

19/09/2025

নিৰ্মীয়মান ধুবুৰী -ফুলবাৰী দলংৰ নাম জুবিন গাৰ্গ সেতু হওক। অসমৰ একেবাৰে পূৱ সীমান্তত ব্ৰহ্মপুত্ৰৰ ওপৰত ধলা-শদিয়া তথা অসম- অৰুণাচলক সংযুক্ত কৰা ব্ৰীজখনৰ নাম দিয়া হৈছে ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা দেৱৰ জন্ম স্থান আছিল শদিয়া।‌ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ গাৰো পাহাৰৰ তুৰাত। সেয়েহে অসমৰ একেবাৰে পশ্চিম সীমান্তত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান মেঘালয়ৰ গাৰো পাহাৰ আৰু অসমক সংযোগ কৰা ধুবুৰী -ফুলবাৰী দলংখনৰ নামাকৰণ জুবিন গাৰ্গ সেতু কৰাৰ কাৰণে অসম চৰকাৰৰ ওচৰত বিনম্ৰ দাবী জনালোঁ। যদি আপুনি এই দাবীৰ সৈতে সহমত তেন্তে পোষ্টটো শ্বেয়াৰ কৰক।

🥹☺️
18/06/2025

🥹☺️

06/06/2025

"I extend my heartfelt Eid greetings to all the people of Assam. I respectfully request that no images of animal sacrifices be shared on social media, and urge everyone to refrain from any actions that may hurt the sentiments of others. Thank you."

19/04/2025

15/04/2025

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when All Assam polytechnic youths posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to All Assam polytechnic youths:

Shortcuts

Share