শংকৰদেৱ শিশু নিকেতন,শ্রীপাণি

  • Home
  • India
  • Dhemaji
  • শংকৰদেৱ শিশু নিকেতন,শ্রীপাণি

শংকৰদেৱ শিশু নিকেতন,শ্রীপাণি শংকৰদেৱ শিশু নিকেতন,শ্রীপাণি
স্হান: শ্রীপাণি আহোম গাওঁ,ধেমাজি
সংকুল:ধেমাজি
বিভাগ:লখিমপুৰ
স্থাপিত : ২০০১ চন ।

04/01/2026
28/12/2025

আপোনাৰ সাৰুৱা বক্তব্যত আমি, আমাৰ অভিভাৱকসকল আৰু আমাৰ অঞ্চলৱাসী উপকৃত হব বুলি বিশ্বাসী।।।

21/12/2025

নিকেতনৰ শীর্ষ গীত, ৰূপালী জয়ন্ত বষ্ ২০২৫

শংকৰদেৱ শিশু নিকেতন,শ্রীপাণি


20/12/2025
15/09/2025

This version of Facebook uses less data and works in all network conditions.

শিক্ষক দিৱস (Teachers' Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ ...
05/09/2025

শিক্ষক দিৱস (Teachers' Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন। প্ৰখ্যাত শিক্ষাবিদ আৰু পূৰ্বৰ ৰাষ্ট্ৰপতি ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত তেখেতৰ জন্মৰ তাৰিখ ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস পালন কৰা হয়।শিক্ষক দিৱস আৰু 'বিশ্ব শিক্ষক দিৱস' একে নহয়; UNESCO-ই আৰম্ভ কৰা পিছৰ দিৱসটো বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হয়। ইয়াৰ লগতে সংগতি ৰাখি নিকেতনত অনুষ্ঠিত শিক্ষক দিৱস আয়োজনৰ কিছু আলোকচিত্ৰ।

আমাৰ নিকেতনখনিয়ে ২৫ বৰ্ষত ভৰি দিলেহি,সেইহেতুকে নিকেতনত যোৱা ইং ০৪/০৯/২০২৫  তাৰিখে নিকেতনৰ প্ৰয়াত প্ৰধান আচাৰ্য ঁ টোখেস...
05/09/2025

আমাৰ নিকেতনখনিয়ে ২৫ বৰ্ষত ভৰি দিলেহি,সেইহেতুকে নিকেতনত যোৱা ইং ০৪/০৯/২০২৫ তাৰিখে নিকেতনৰ প্ৰয়াত প্ৰধান আচাৰ্য ঁ টোখেস্বৰ গগৈ ৰ সোঁৱৰণত তেখেতৰ সপৰিয়ালে মূল টোৰণৰ লাইখুটা স্থাপন কৰা মূহুৰ্তত...

22/05/2025

Address

Sripani Ahom Gaon
Dhemaji
787110

Opening Hours

Monday 9am - 2:30pm
Tuesday 9am - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 11:45pm

Telephone

+919678603756

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু নিকেতন,শ্রীপাণি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category