Moridhal College

Moridhal College Educational Institution

19/12/2025
08/12/2025
লুইত কণ্ঠ আজি নীৰৱ নিস্তব্ধ।জুবিনৰ দুঃখজনক মহাপ্ৰয়াণে অসমক এক শূন্যতাৰ দিশে ঠেলি দিলে।অসমীয়া সংগীতৰ নতুন ধাৰাৰ সৃষ্টি ...
20/09/2025

লুইত কণ্ঠ আজি নীৰৱ নিস্তব্ধ।

জুবিনৰ দুঃখজনক মহাপ্ৰয়াণে অসমক এক শূন্যতাৰ দিশে ঠেলি দিলে।
অসমীয়া সংগীতৰ নতুন ধাৰাৰ সৃষ্টি কৰিছিল তেওঁ। আমাৰ কলেজীয়া/ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে মায়া গীত টোৱে সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি জুবিনৰ জনপ্ৰিয়তা চৌদিশে বিয়পি পৰিছিল। অসমীয়া জাতিক তেওঁৰ কণ্ঠ গীতৰ দ্বাৰাই সমগ্ৰ বিশ্বতে চিনাকি কৰাই দিলে।
তেওঁ এই অতি চমু জীৱনকালত ৩৮ হাজাৰৰো অধিক গান আমাক দি থৈ গৈছে।
কোনো কামতেই হাৰ নমনা জুবিন নিয়তিৰ ওচৰত হাৰ মানিলে।
তেওঁ যি অৱদান অসমীয়া জনজীৱনৰ বাবে দি থৈ গ'ল, অসমীয়া জাতিয়ে তেওঁক চিৰদিন চিৰকাল মনত ৰাখিব।

শ্ৰদ্ধাঞ্জলি! 🙏🏼🙏🏼🙏🏼
Gunin Kr Dutta

10/04/2025

Address

NH 15, Moridhal
Dhemaji
787057

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919954368225

Alerts

Be the first to know and let us send you an email when Moridhal College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Moridhal College:

Shortcuts

Share

Category