Kamala Miri High School

Directions

Kamala Miri High School Kamala Miri High School is a high school of Dhemaji district. It is located in Mechaki Tongani.

08/10/2026

Activity ( Bagless Day )

যোৱা ১/১০/২০২৬ তাৰিখে বুজাবুজিৰ বদলিৰ জৰিয়তে আমাৰ বিদ্যালয়ত যোগদান কৰে শিক্ষয়িত্ৰী শ্ৰীমতী সংযুক্তা দিহিঙীয়া বাইদেৱে...
06/10/2026

যোৱা ১/১০/২০২৬ তাৰিখে বুজাবুজিৰ বদলিৰ জৰিয়তে আমাৰ বিদ্যালয়ত যোগদান কৰে শিক্ষয়িত্ৰী শ্ৰীমতী সংযুক্তা দিহিঙীয়া বাইদেৱে।
তেখেতক আমাৰ বিদ্যালয়ৰ পৰিয়াললৈ আন্তৰিক স্বাগতম জনালোঁ।
তেখেতৰ আগমনে আমাৰ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অধিক সমৃদ্ধ কৰি তুলিব বুলি আশা কৰিলোঁ। তেখেতৰ নতুন কৰ্মস্থলীৰ যাত্ৰা সুখময় আৰু সফল হওক—তাৰে আন্তৰিক শুভকামনা জনালোঁ।

যোৱা ১৯-১২-২০২৫ তাৰিখে আমাৰ বিদ্যালয়ত যোগদান কৰা আমাৰ সকলোৰে মৰমৰ সহকৰ্মী শ্ৰী কৌস্তভ ৰিজালৰ অন্য এখন বিদ্যালয়লৈ বদলিৰ...
06/10/2026

যোৱা ১৯-১২-২০২৫ তাৰিখে আমাৰ বিদ্যালয়ত যোগদান কৰা আমাৰ সকলোৰে মৰমৰ সহকৰ্মী শ্ৰী কৌস্তভ ৰিজালৰ অন্য এখন বিদ্যালয়লৈ বদলিৰ নিৰ্দেশ অহাত তেখেতৰ বিদায়ৰ মূহূৰ্তখিনি কেমেৰাত সাঁচি ৰাখিলোঁ।
সহকৰ্মী হিচাপে কটোৱা সময়খিনি সদায় স্মৰণীয় হৈ ৰওক। তেখেতৰ নতুন কৰ্মস্থলীও সুখ, সফলতা আৰু সুন্দৰ অভিজ্ঞতাৰে ভৰি পৰক—তাৰেই আন্তৰিক কামনা।
নতুন কৰ্মস্থলীৰ বাবে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।
তাৰিখ: 30/09/2026

বৃক্ষৰোপণৰ কিছু  সুন্দৰ মুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ একাংশ।
06/10/2026

বৃক্ষৰোপণৰ কিছু সুন্দৰ মুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ একাংশ।

🇮🇳 Nasha Mukt Bharat Abhiyan 🇮🇳Our school took the pledge to build a drug-free India and spread awareness about the harm...
02/10/2026

🇮🇳 Nasha Mukt Bharat Abhiyan 🇮🇳
Our school took the pledge to build a drug-free India and spread awareness about the harmful effects of substance abuse.
Venue: Kamala Miri HS
Date : 30/09/2026

10/09/2026

Teaching

আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক তথা আমাৰ অতি আদৰৰ দলে ছাৰে জিলা পৰ্যায়ৰ কৃতি শিক্ষক বঁটা লাভ কৰি সমগ্ৰ বিদ্যালয় পৰিয়া...
09/09/2026

আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক তথা আমাৰ অতি আদৰৰ দলে ছাৰে জিলা পৰ্যায়ৰ কৃতি শিক্ষক বঁটা লাভ কৰি সমগ্ৰ বিদ্যালয় পৰিয়ালকে গৌৰৱান্বিত কৰিছে। তেখেতৰ এই গৌৰৱময় সাফল্য আমাৰ সকলোৰে বাবে আনন্দ আৰু গৌৰৱৰ বিষয়। এই বিশেষ মূহূৰ্তৰ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা দলে ছাৰক জনোৱাৰ সন্মান আৰু তেখেতৰ সৈতে উঠা কেইখনমান স্মৰণীয় ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ ।
Kr Doley

আমাৰ বিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্মজয়ন্তী বা জন্ম শতবাৰ্ষিকী পালন কৰা কিছু দৃশ্যাংশ ।তাৰিখ। : 08/09/2026
09/09/2026

আমাৰ বিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্মজয়ন্তী বা জন্ম শতবাৰ্ষিকী পালন কৰা কিছু দৃশ্যাংশ ।
তাৰিখ। : 08/09/2026

09/09/2026

পাঠদান ।

অত্যন্ত উৎসাহ আৰু দেশপ্ৰেমৰ ভাবনাৰে আমাৰ বিদ্যালয়ত ভাৰতৰ ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰা হয়।
26/01/2026

অত্যন্ত উৎসাহ আৰু দেশপ্ৰেমৰ ভাবনাৰে আমাৰ বিদ্যালয়ত ভাৰতৰ ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰা হয়।

Address

Mechaki Tongani
Dhemaji
787110

Website

Alerts

Be the first to know and let us send you an email when Kamala Miri High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category