18/07/2026
1. Dyslexia হৈছে—
(ক) পঢ়া আৰু শব্দ চিনাক্ত কৰাত অসুবিধা হোৱা এক বিশেষ শিকন-অক্ষমতা।
(খ) লিখাত অসুবিধা।
(গ) গণিতত অসুবিধা।
(ঘ) শ্ৰৱণ সমস্যাৰোগ।
2. Dysgraphia হৈছে—
(ক) লিখাত অসুবিধা হোৱা এক বিশেষ শিকন-অক্ষমতা।
(খ) পঢ়াত অসুবিধা।
(গ) গণিতত অসুবিধা।
(ঘ) ভাষা বুজাত অসুবিধা।
3.Dyscalculia হৈছে—
(ক) গণিত শিকিবলৈ অসুবিধা হোৱা এক বিশেষ শিকন-অক্ষমতা।
(খ) লিখাত অসুবিধা।
(গ) পঢ়াত অসুবিধা।
(ঘ) স্মৃতিশক্তিৰ সমস্যা।