Dekamajgaon L.P. School

Directions Contact the school

Dekamajgaon L.P. School Dekamajgaon L.P. School
Cluster:-Dekapam
Block:- Murkong Selek
Dist:-Dhemaji

হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে বিদ্যালয়ৰ নৱনিৰ্বাচিত সভাপতি - গোবিন্দা নাথৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি ...
19/09/2026

হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে বিদ্যালয়ৰ নৱনিৰ্বাচিত সভাপতি - গোবিন্দা নাথৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ মুহুৰ্তত ।

শিক্ষক দিৱস,,
05/09/2026

শিক্ষক দিৱস,,

বিদ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিবস উদযাপন। মাতৃ চিকিৎসাৰ বাবে এইবাৰ মই অসম চিকিৎসা মহাবিদ্যালয়ত থাকিব লগা হোৱাত প্ৰথম ব...
15/08/2026

বিদ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিবস উদযাপন। মাতৃ চিকিৎসাৰ বাবে এইবাৰ মই অসম চিকিৎসা মহাবিদ্যালয়ত থাকিব লগা হোৱাত প্ৰথম বাৰৰ বাবে এই দিৱসত অনুপস্থিতিতো হলোঁ। SMC সমিতিৰ সভাপতি লাহাৰাম স্বৰ্গীয়াৰী, সহকাৰী শিক্ষক প্ৰাঞ্জল পেগু, আৰু জ্যোতিকাই সুন্দৰ ভাবে আজিৰ দিৱসটি উদযাপন কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

কাইলৈৰ পৰা গৰমৰ বন্ধ,  আজি ৩০ জুন ।   আজিৰ দিনটোত প্ৰতিবছৰে আমাৰ বিদ্যালয়ত অভিভাৱক সভা অনুষ্ঠিত হয়।     খেতিৰ সময়, প্ৰতি...
30/06/2026

কাইলৈৰ পৰা গৰমৰ বন্ধ,
আজি ৩০ জুন । আজিৰ দিনটোত প্ৰতিবছৰে আমাৰ বিদ্যালয়ত অভিভাৱক সভা অনুষ্ঠিত হয়।
খেতিৰ সময়, প্ৰতিজন অভিভাৱকে সকলো কাম ৰাজ ক্ষতি কৰি আজিৰ সভাত উপস্থিত হৈছে। সেয়ে অভিভাৱক সকলৰ প্ৰতি আমি সদায় কৃতজ্ঞ।

25/06/2026

পুৰৱক শিক্ষা দিৱ পৰা মোৰ ঐশ্বৰিক শক্তি নাই, বিভাগে ব্যবস্থা লওঁক।

24/06/2026

প্ৰাক্তন ছাত্ৰ - বিমল দাসে, ধেমাজি পলিটেকনিক কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা আহৰণ কৰি চেন্নাইত নিযুক্তি লাভ কৰিছে, আজি বিমল দাসৰ হৈ মাতৃ অঞ্জলি দাসে বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰী সকলক সম্প্ৰীতি ভোজন কৰোৱাই আৰু সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰে।

বিদায়ী পঞ্চম শ্ৰেণীৰ সৈতে...
23/06/2026

বিদায়ী পঞ্চম শ্ৰেণীৰ সৈতে...

20/06/2026

বিষ্ণু ৰাভা দিৱস উদযাপন,,
ডেকামাজগাওঁ প্ৰাথমিক বিদ্যালয়।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৪ জোপা নাহৰ পুলি ৰোপন।
05/06/2026

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৪ জোপা নাহৰ পুলি ৰোপন।

👉ফটোখন মন কৰক । এনেকুৱা শিক্ষাৰ্থীক আমি শিক্ষা দিব লাগে। যি সময়ত চৰকাৰী বিদ্যালয় শিক্ষা আৰু শিক্ষকক লৈ বিভিন্ন ট্ৰল কৰা...
22/05/2026

👉ফটোখন মন কৰক । এনেকুৱা শিক্ষাৰ্থীক আমি শিক্ষা দিব লাগে। যি সময়ত চৰকাৰী বিদ্যালয় শিক্ষা আৰু শিক্ষকক লৈ বিভিন্ন ট্ৰল কৰা যায়, কিন্তু তেওলোকে ভাবি নাচায় যে চৰকাৰী বিদ্যালয়ত কোনবোৰ ছাত্ৰ ছাত্ৰী পঢ়াব লাগে।
👉এই ফটোখন এটা সাধাৰণ উদাহৰণ হে মাথোঁ,, এনেকুৱা এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চৰকাৰী বিদ্যালয়।

Address

Dhemaji
787061

Website

Alerts

Be the first to know and let us send you an email when Dekamajgaon L.P. School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dekamajgaon L.P. School:

Shortcuts

Share

Category