Asinaki Jodiu Apun/ অচিনাকি যদিও আপোন

  • Home
  • India
  • Dhemaji
  • Asinaki Jodiu Apun/ অচিনাকি যদিও আপোন

Asinaki Jodiu Apun/ অচিনাকি যদিও আপোন This page is all about sharing infotainment, achievements of hard working people, different cultural

30/05/2025

ৰূপকোঁৱৰৰ মহান অৱদান 'জয়মতী'ৰ পাছৰে পৰা অসমীয়া চলচ্চিত্ৰই বহু বাট অতিক্ৰম কৰি আহি ইতিমধ্যে ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা সম্পন্ন কৰিছে৷ বহু কৃতবিদ্য ব্যক্তিয়ে সমৃদ্ধ কৰিছে অসমীয়া চলচ্চিত্ৰক৷

অসমীয়া চলচ্চিত্ৰ জগতৰ এক সম্ভ্ৰান্ত নাম আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুনিন বৰুৱাদেৱ৷ বহুজনৰ বাবে তেখেত ভাইমন দা৷ বহুকেইখন কালজয়ী অসমীয়া চিনেমা উপহাৰ দিয়া মুনিন বৰুৱাদেৱে চলচ্চিত্ৰ পৰিচালক হিচাপে নিজৰ খ্যাতি কাললৈ অক্ষুণ্ণ ৰখাৰ লগতে অসমৰ সাংস্কৃতিক জগতক দি গৈছে অনন্য উপহাৰ৷ আমাৰ কলেজীয়া দিনত দূৰদৰ্শনযোগে প্ৰচাৰ হোৱা 'পাপু-নিকু সংবাদ' নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ যোগেদি তেখেতৰ সৈতে মোৰ সম্পৰ্ক গঢ় লৈ উঠিছিল৷ পৰৱৰ্তী সময়ত চিনেমা জগতৰ বহু বিষয় লৈ তেখেতৰ সৈতে মোৰ যোগাযোগ অব্যাহত আছিল৷

মুনিন বৰুৱাদেৱৰ জীৱনৰ আধাৰত 'ভাইমন দা' শীৰ্ষক চিনেমা এখন নিৰ্মাণ হোৱা বাতৰিয়ে মোক আহ্লাদিত কৰিছিল৷ চিনেমাখনে শেহতীয়াকৈ মুক্তিলাভো কৰিছে৷ ৰাইজে মৰমেৰে আঁকোৱালি লৈছে 'ভাইমন দা'ক৷ আমি আশা ৰাখিছোঁ এই চিনেমাখনে আমাৰ ছবি জগতৰ ইতিহাসৰ এটা টুকুৰা নিশ্চয়কৈ জিলিকাই তুলিব৷ চিনেমাখনৰ লগত জড়িত প্ৰতিগৰাকীকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি শ্রদ্ধাৰ ভাইমন দালৈ শত-সহস্ৰ প্ৰণিপাত জনালোঁ৷

28/05/2025
28/05/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

21/05/2023
13/08/2021

should be our teacher, not our undertaker. Failure is delay, not defeat. It is a temporary detour, not a dead end. Failure is something we can avoid only by saying nothing, doing nothing, and being nothing.

23/12/2020

Aiya Amar gaon n amar dhemaji

মিন্টু আৰু মৃণাল দুয়ো সপ্তম শ্রেণীৰ ছাত্র। লোকগীত, হিন্দীগীত, জুবিন দাৰ গীতসমূহ খুবেই সুন্দৰকৈ গায়। তেওঁলোকৰ কণ্ঠই মুগ্ধ...
04/10/2020

মিন্টু আৰু মৃণাল দুয়ো সপ্তম শ্রেণীৰ ছাত্র। লোকগীত, হিন্দীগীত, জুবিন দাৰ গীতসমূহ খুবেই সুন্দৰকৈ গায়। তেওঁলোকৰ কণ্ঠই মুগ্ধ কৰিব আপোনাকো। কিন্তু গীত শিকিবৰ বাবে নাই কোনো সুবিধা, আনৰ মোবাইলত শুনি শুনি গীত গাই তেওঁলোকে। ভাল কৰিছা Bondona Saikia

Account No : 38295060743 Name: Mr. KAMESWAR DEKA SBI (Baihata Chariali)

অতি উপযোগী পদক্ষেপ ধন্যবাদ Satabdi Saikia
13/09/2020

অতি উপযোগী পদক্ষেপ

ধন্যবাদ Satabdi Saikia

Awareness of Covid-19|Mask distribution|Mask is Must

05/09/2020

সকলো শিক্ষা গুৰুলৈ শিক্ষক দিৱসৰ অন্তৰিক শুভকামনা আৰু সশ্ৰদ্ধ প্ৰণাম জনালোঁ 🙏🏻

(ধন্যবাদ জ্যোতিৰ্ময় হাজৰিকা ৷ অতি সুন্দৰ আবৃত্তি)

Address

Dhemaji
787057

Alerts

Be the first to know and let us send you an email when Asinaki Jodiu Apun/ অচিনাকি যদিও আপোন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share