Dibya Jyoti Lagachu

Dibya Jyoti Lagachu Student & Swayamsevak. I want to give my life to IND
जय माँ भारती
भारत माता की जय
জয় আই অসম

Let me introduce myself. My name is Dibya Jyoti Lagachu.

My home place is Kachaiting,Hatigarh,Dhemaji, Assam,787057. My father's name is Mr. Padma Lagachu and mother's name Huntara Lagachu. My Educational era -
�Jiadhal Patirichuk Lower Primary School, Kachaiting, Dhemaji
�Nabaratna Middle English School, Hatigarh Dhemaji
�Nabaratna High School, Hatigarh Dhemaji
Dhemaji College , Dhemaji
�Guwahati College, Guwahati

Born in 5 November 1999

19/06/2025
KarbiAnglong
29/05/2025

KarbiAnglong

28/05/2025
স্বয়ংসেৱক ভাইটি পাইদুল মিলিলৈ ওপজা দিনৰ ওলগ যাচিলোঁ। অনাগত দিনবোৰ সুখ -সমৃদ্ধি হৈ দেশ-সমাজৰ কাৰণে কাম কৰি যাবা বুলি কামন...
24/12/2024

স্বয়ংসেৱক ভাইটি পাইদুল মিলিলৈ ওপজা দিনৰ ওলগ যাচিলোঁ। অনাগত দিনবোৰ সুখ -সমৃদ্ধি হৈ দেশ-সমাজৰ কাৰণে কাম কৰি যাবা বুলি কামনা কৰিলোঁ ।

Paidul Mili 🌱🙏

কৃষ্ণৰ চৰণে লৈলো শৰণ🙏🙏🙏অসমৰ আধ্যাত্মিক আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠস্বৰূপ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। গোলাঘাট জিলাৰ ঘিলাধাৰী...
24/12/2024

কৃষ্ণৰ চৰণে লৈলো শৰণ🙏🙏🙏
অসমৰ আধ্যাত্মিক আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠস্বৰূপ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সংগমস্থলত ঘিলাধাৰী মৌজাৰ বচাগাঁৱত এই নামঘৰ অৱস্থিত। ১৬৮১ চনত আহোম ৰজা গদাধৰ সিংহই প্ৰতিষ্ঠা কৰা এই মন্দিৰভাগ ১৯৭০ চনৰ আগলৈকে শ্ৰীশ্ৰী আঠখেলীয়া হৰি মন্দিৰৰূপে পৰিচিত আছিল যদিও ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰি মন্দিৰ’ৰ সলনি শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ নামেৰে পৰিচিত হয়।

প্ৰসিদ্ধ নামঘৰভাগিৰ ৰক্ষণাবেক্ষণ আৰু চোৱা-চিতাৰ বাবে দায়িত্বত ন্যস্ত থকা আঠখন সমাজৰ পৰা আঠখেলীয়া নামটোৰ উৎপত্তি হৈছিল বুলি জনা যায়। এই আঠখন খেল অথবা সমাজ হৈছে ক্ৰমে বচাকুড়ি, বৈৰাগীকুড়ি, ব্ৰাহ্মণকুড়ি, নাঙলকুড়ি, শলালকুড়ি, কছাৰীকুড়ি, বৰাহীকুড়ি আৰু কাকতিকুড়ি। অসমবাসীৰ শ্ৰদ্ধা, আস্থা-বিশ্বাস আৰু ভক্তিৰ প্ৰাণকেন্দ্ৰস্বৰূপ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰে সমাজ জীৱন সমৃদ্ধ কৰি আমাক একতা আৰু ভক্তিৰসৰ অমিয়া সুৰেৰে সদায়েই সমৃদ্ধ কৰি আহিছে।

07/10/2024

21/12/2024

Address

NH 15
Dhemaji
781001

Alerts

Be the first to know and let us send you an email when Dibya Jyoti Lagachu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dibya Jyoti Lagachu:

Shortcuts

Share