As22 Manmohan Doley

As22 Manmohan Doley Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from As22 Manmohan Doley, Tutor/Teacher, Dhemaji.

खुलुमबाय🙏
16/04/2024

खुलुमबाय🙏

26/12/2023

অৱশেষত আকৌ দ্বিতীয়বাৰৰ বাবে "দৰ্শন বিষয়"ৰ বাহিৰেও আন এটা বিষয়: "অসমীয়া বিষয়"ৰ চতুৰ্থ ষান্মাসিকৰ বাবে নামভৰ্তি কৰিলোঁ।

On 22/11/2023, it was the birthday of Dreshikha (Naina) on my left. I wish you all the best.
23/11/2023

On 22/11/2023, it was the birthday of Dreshikha (Naina) on my left. I wish you all the best.

11/11/2023

Harvest festival of Mising
Ali-A:yé-Lígang, yes, they have 6-inch chests as I suppose, but no Mising blood. So, we are the victims. However, I am going to observe the (Ali-A:yé-Lígang) holiday of my own free will.

এসময়ত আমাৰ মিচিং চলচ্চিত্ৰ জগত (Pa:me Appun" ৰ জনপ্ৰিয় অভিনেতা (বৰ্তমান শিক্ষক) শ্ৰদ্ধাৰ শ্ৰীযুত জনাৰ্দন পেগু চাৰক তেখে...
06/10/2023

এসময়ত আমাৰ মিচিং চলচ্চিত্ৰ জগত (Pa:me Appun" ৰ জনপ্ৰিয় অভিনেতা (বৰ্তমান শিক্ষক) শ্ৰদ্ধাৰ শ্ৰীযুত জনাৰ্দন পেগু চাৰক তেখেতৰ কৰ্মস্থলীত লগ পাই এখনি ফটো তেখেতৰ সৈতে তোলা হয়। চাৰে জানিব দিয়া মতে, চাকৰিৰ অৱসৰৰ পাছত অতি শীঘ্ৰে আকৌ ছবি জগতলৈ যোৱাৰ কথা কৈছে। চাৰৰ মনে ভবা মতেই হওঁক আৰু দীৰ্ঘায়ু কামনা কৰিছো।

17/09/2023

মনটো বৰকৈ ভাল লাগি থকা নাই। এনে অনুভৱ হৈছো, মোৰ অজ্ঞাতে যেন কোনোবাই মোক বিশ্বাসঘাতকতা কৰি আছে।

06/09/2023

Happy Krishna Janmashtami ..

"জ্ঞানৰ পোহৰ বিলাই      জগত আলোকিত কৰাঁ তুমি           হে নমস্য গুৰু,               তোমাৰ বাবেই ধন্য এই জননী।"          ...
05/09/2023

"জ্ঞানৰ পোহৰ বিলাই
জগত আলোকিত কৰাঁ তুমি
হে নমস্য গুৰু,
তোমাৰ বাবেই ধন্য এই জননী।"

শিক্ষক দিৱসৰ এই পৱিত্ৰ ক্ষণত দেশৰ উপৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি, শিক্ষাবিদ, মহান পণ্ডিত, দাৰ্শনিক তথা সদায় নিজকে শিক্ষক হিচাপে পৰিচয় দিবলৈ গৌৰৱবোধ কৰা ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণদেৱক শ্ৰদ্ধাৰে সোৱৰণ কৰিছো, আৰু লগতে শিক্ষাদানৰ দৰে মহৎ বৃত্তিৰ সৈতে জড়িত প্ৰতিগৰাকী আনুষ্ঠানিক তথা অনানুষ্ঠানিক শিক্ষাগুৰু সকলোলৈকেও মই "শিক্ষক দিৱস"ৰ শতকোটি আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো।

03/09/2023

অৱশেষত অহা কাইলৈ ​​সমস্যাটো সমাধান হ’ব। মই গৌৰৱেৰে কওঁ যে, সময়ৰ যি সঠিক সিদ্ধান্তই তোমালোকক সুখী কৰি তুলিবই। কেৱল মই নহয় মোৰ সহধৰ্মিণীও তোমালোকৰ এই সিদ্ধান্তত বহুত সুখী। গতিকে, অহা কাইলৈৰ পৰা ভালদৰে আৰু শুদ্ধকৈ চিন্তা কৰিবা যেতিয়াই তোমালোকে এই যে সময়ৰ এই কঠিন কঠিন সিদ্ধান্তবোৰ ল’বা। আমি সদায় তোমালোকৰ লগতেই আছো, অনাগত দিনলৈও থাকিব আৰু লগতে প্ৰয়োজন হ'লে শক্তি চাই যি পাৰো সদায় সহায় সহযোগ কৰি যাম। মাত্ৰ তোমালোক সুখ শান্তিৰে থাকা।

02/09/2023

বৰ অধৈৰ্য হৈ গৈছো অ'! হয়, তোমাকেই কৈছো…, তোমাৰ কোনো নিশ্চয়তা নাই, কোনো স্বাধীনতা নাই, তুমি নানা বৰণীয়া। তোমাক সচাকৈয়ে বুজিব নোৱাৰিছো। তুমি মায়াবী সত্তা। তোমাৰ সিদ্ধান্তই সেই ঘৰখনত দিনে-ৰাতিয়ে অশান্তিৰ সৃষ্টি কৰিছে। মোৰ দৰে তোমাক সম্ভৱত অন্য কোনোবাই পৰামৰ্শ দিছেনে নাই নাজানো। কাইলৈ মোক পাহৰিবা, কিন্তু মায়াময় পৃথিৱীৰ লোভ-মোহৰ কোনো আমেজ নজনা ভুল পথপ্ৰদৰ্শক তথা আদৰ্শহীন সেইসকলৰ চলাহি কথাত তুমি বিবেক নোহোৱাকৈ মুক্ত মনে হাঁহি আছা। নিৰৱচ্ছিন্নভাবে চাই আছো, শেষৰ ৰাতি কি হয়?? হয়! সঠিক সিদ্ধান্ত ল'বলৈ এতিয়াও সময় আছে। তোমাৰ এই ঘৃণনীয় মানৱতাক গৰিহণা দিছো।

I came back from duty and sat down for a while, and thought! There's one! But, even if there is! I feel like I need anot...
30/08/2023

I came back from duty and sat down for a while, and thought! There's one! But, even if there is! I feel like I need another loving sister to talk about all my happiness and sorrow. I am the only person who is completely different from today's auspicious day. Nothing, what God has given me is enough for me. I wish everyone a very happy Rakhi Bandhan on this auspicious day.

Address

Dhemaji
787057

Telephone

+918011058893

Website

Alerts

Be the first to know and let us send you an email when As22 Manmohan Doley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category