Nilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয়

  • Home
  • India
  • Dhemaji
  • Nilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয়

Nilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয় Nilakh Jatiya Bidyalay

 #নিলখ_জাতীয়_বিদ্যালয়ৰ  #যোগ_দিৱসৰ কিছু স্থিৰ চিত্ৰ।  নিলখ উচ্চ মাধ্যমিক বিদ্যালয় Nilakh High SchoolSuren BoruahNilakh...
21/06/2023

#নিলখ_জাতীয়_বিদ্যালয়ৰ #যোগ_দিৱসৰ কিছু স্থিৰ চিত্ৰ।

নিলখ উচ্চ মাধ্যমিক বিদ্যালয় Nilakh High School
Suren Boruah
Nilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয়

 #নিলখ_বালিজান_জনসেৱক_পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত ২২ সংখ্যক  #ৰাভা_দিৱসত ১৯ আৰু  ুন তাৰিখে  #নিলখ_জাতীয়_বিদ্যালয়ৰ ছাত্...
21/06/2023

#নিলখ_বালিজান_জনসেৱক_পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত ২২ সংখ্যক #ৰাভা_দিৱসত ১৯ আৰু ুন তাৰিখে #নিলখ_জাতীয়_বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা কিছু মূহুৰ্ত। ছাত্ৰ ছাত্ৰীসকলৰ একাংকিকা নাট প্ৰতিযোগিতাত প্ৰথম প্ৰয়াস।
উল্লেখযোগ্য যে কবিতা আবৃত্তি প্ৰতিযোগিতাত বিদ্যালয়ৰ ছাত্ৰ শ্ৰীমান সম্মুজল শইকীয়াই প্ৰথম স্থান লাভ কৰে।
নিলখ উচ্চ মাধ্যমিক বিদ্যালয় Nilakh High School
Suren BoruahNilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয়

গছ থাকিলেহে মানুহ থাকিব   বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি Nilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয় ৰ চৌহদত বৃক...
05/06/2023

গছ থাকিলেহে মানুহ থাকিব
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি Nilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয় ৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী আয়োজিত কৰা হয়। উপস্থিত থাকে পৰিচালনা সমিতিৰ উপদেষ্টা নিৰঞ্জন দত্তদেৱ, সভাপতি ফুলকুমাৰ গগৈদেৱ, প্ৰতিষ্ঠাপক অধ্যক্ষ ৰুবুল বড়াদেৱ, ভাৰপ্ৰাপ্ত অধ্যক্ষ সুৰেন বৰুৱাদেৱ, সম্পাদক অসীম দত্তৰ লগতে বিদ্যালয়ৰ শিক্ষক গোটৰ সদস্য সকল, অভিভাৱক অভিভাৱিকাসকল আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল।


নিলখ উচ্চ মাধ্যমিক বিদ্যালয় Nilakh High School
Suren Boruah

আজিৰ ৰাজহুৱা সভা আৰু পূৰ্বৰ সিদ্ধান্ত অনুসৰি বিদ্যালয়ৰ পিছফালে থকা স্বৰ্গীয় ভৱ দত্তদেৱৰ ঘৰলৈ যাবৰ বাবে বিদ্যালয়ৰ ভূমিৰ ...
10/05/2023

আজিৰ ৰাজহুৱা সভা আৰু পূৰ্বৰ সিদ্ধান্ত অনুসৰি বিদ্যালয়ৰ পিছফালে থকা স্বৰ্গীয় ভৱ দত্তদেৱৰ ঘৰলৈ যাবৰ বাবে বিদ্যালয়ৰ ভূমিৰ পৰা ৰাস্তাৰ বাবে মাটি দিয়া সময়ত জোখ মাখৰ স্থিৰ চিত্ৰ। উপস্থিত থাকে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপদেষ্টাদ্বয় ক্ৰমে থুলন চন্দ্ৰ বড়াদেৱ আৰু গাওঁপ্ৰধান নিৰঞ্জন দত্তদেৱ, উপ-সভাপতি বিতুল শইকীয়াদেৱ, সম্পাদক অসীম দত্ত, প্ৰতিষ্ঠাপক অধ্যক্ষ ৰুবুল বড়াদেৱ, ভাৰপ্ৰাপ্ত অধ্যক্ষ Suren Boruah লগতে বিদ্যালয়ৰ শিক্ষক গোটৰ সকলো সদস্য। লগতে উপস্থিত থাকে ভৱ দত্তদেৱৰ ভাতৃ হাহিঁৰাম দত্তদেৱ।

ছাত্ৰ ছাত্ৰীৰ হাতৰ কাম বিভিন্ন ফল মূল
18/03/2023

ছাত্ৰ ছাত্ৰীৰ হাতৰ কাম বিভিন্ন ফল মূল

04/02/2023

Address

Nilakh, PO. Nilakh Chariali, Pin. , Dist. Dhemaji
Dhemaji
787110

Opening Hours

Monday 9am - 1:30pm
Tuesday 9am - 1:30pm
Wednesday 9am - 1:30pm
Thursday 9am - 1:30pm
Friday 9am - 1:30pm
Saturday 9am - 1:30pm

Telephone

+918011925028

Website

Alerts

Be the first to know and let us send you an email when Nilakh Jatiya Bidyalay নিলখ জাতীয় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category