Assam Competitive Exam Knowledge

Assam Competitive Exam Knowledge Only for Knowledge �

19/06/2022

বিজ্ঞান কুইজ – সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ১। প্ৰতি এশ গ্ৰামত ম’হৰ গাখীৰৰ পৰা কিমান শক্তি প্ৰাপ্ত কৰা হয়?
উত্তৰ:- প্ৰায় ৯০ কে’লৰি।

প্ৰশ্ন ২। মানুহৰ তেজ ৰঙা হোৱা কাৰণ কি?
উত্তৰ:- মানুহৰ তেজত হিমোগ্লোবিন থকা বাবে।

প্ৰশ্ন ৩। গেষ্ট্ৰিক ৰস মানুহৰ কোনটো অংগৰ পৰা নিঃসৰণ হয়?
উত্তৰ:- পেটৰ পৰা।

প্ৰশ্ন ৪। The Origin of Species নামৰ কিতাপখন কোনে লিখিছিল?
উত্তৰ – ডাৰউইনৰ দ্বাৰা

প্ৰশ্ন ৪। The Origin of Species নামৰ কিতাপখন কোনে লিখিছিল?
উত্তৰ – ডাৰউইনৰ দ্বাৰা


প্ৰশ্ন ৫। প্ৰচেছৰৰ গতি কোন এককত জোখা হয়?
উত্তৰ:- মেগাহাৰ্জ আৰু গিগাহাৰ্জ।

প্ৰশ্ন ৬। ফটোগ্ৰাফীত ৰাসায়নিক ভাৱে ব্যৱহৃত ‘হাইপো’ কি?
উত্তৰ:- ছডিয়াম থিওচালফেট।

প্ৰশ্ন ৭। প্ৰস্ৰাৱৰ হালধীয়া ৰং কিহৰ বাবে হয়?
উত্তৰ:- ইউৰোক্ৰোমৰ বাবে।

প্ৰশ্ন ৮। প্ৰাকৃতিক ৰবৰ কিহৰ পলিমাৰ?
উত্তৰ:- আইচোপ্ৰিনৰ

প্ৰশ্ন ৯। তৰলৰ চতুৰ্থ অৱস্থাক কি বুলি কোৱা হয়?
উত্তৰ:- প্লাজমা।

প্ৰশ্ন ১০। শৰীৰৰ কোন অংশত পিত্ত গঠন হয়?
উত্তৰ:- যকৃতত।

প্ৰশ্ন ১১। তেজত পোৱা ধাতুটো নাম কি?
উত্তৰ:- লো।

প্ৰশ্ন ১২। কোনটো খাদ্যই মানৱ শৰীৰত নতুন কলাৰ বিকাশৰ বাবে পুষ্টি প্ৰদান কৰে?
উত্তৰ:- পনীৰ। গাখীৰ পৰা উৎপাদিত এদিধ খাদ্য।

প্ৰশ্ন ১৩। মাহ জাতীয় শস্য কাৰ এক ভাল উৎস?
উত্তৰ:- প্ৰ’টিনৰ।

প্ৰশ্ন ১৪। দেশী ঘিউৰ গোন্ধ কিয় হয়?
উত্তৰ:- ডায়েচাইটিলৰ বাবে।

প্ৰশ্ন ১৫। ৰামধেনুত কোনটো ৰং অধিক বিক্ষেপ?
উত্তৰ:- ৰঙা।

প্ৰশ্ন ১৬। কোনে দূৰদৰ্শন উদ্ভাৱন কৰিছিল?
উত্তৰ:- জে.এল. বেয়াৰ্ড।

প্ৰশ্ন ১৭। Modern Taxonomy ৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ:- লিনিয়াছক।

প্ৰশ্ন ১৮। স্মলপক্স ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- এডৱাৰ্ড জেনাৰে।

প্ৰশ্ন ১৯। আমৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- মেংগিফেৰা ইণ্ডিকা।

প্ৰশ্ন ২০। সেউজ গৃহ প্ৰভাৱত আটাইতকৈ বেছি অৰিহণা যোগায় গেছ বিধৰ নাম কি?
উত্তৰ:- কাৰ্বন ডাই অক্সাইড গেছ।

প্ৰশ্ন ২১। ছালৰ কৰ্কট ৰোগ কিহৰ ফলত হয়?
উত্তৰ:- সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত হয়।

প্ৰশ্ন ২২। জলাতঙ্কৰ ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিংয়ে।

প্ৰশ্ন ২৩। ‘ফিজিকেল ইণ্ডিয়ান ডক্টৰ’ বুলি কোনবিধ ফলক কোৱা হয়?
উত্তৰ:- আমলখিক।

প্ৰশ্ন ২৪। অমিতা ৰং হালধীয়া হোৱা কাৰণ কি?
উত্তৰ:- কেৰিকাজেন্থিন থকা কাৰণে অমিতাৰ ৰং হালধীয়া।

19/06/2022

১) অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তি গৰাকী কোন?
উত্তৰ : ভাস্কৰ বৰ্মন।

২) প্রশ্ন : অসমৰ প্রথম ব্রিটিছ চীফ কমিছনাৰ কোন আছিল?
উত্তৰ : কৰ্ণেল কীটিং।

৩) প্রশ্ন : ‘অাভ্যন্তৰীণ সীমা আইন’ কেতিয়া কার্যকৰী কৰা হয়?
উত্তৰ : ১৮৭৩ চনত।

৪) প্রশ্ন : প্রাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?
উত্তৰ : ৰাজকুমাৰী অমৃত প্রভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

৫) প্রশ্ন : ব্রহ্মপুত্র নদীক তিনিটা নদীৰ সংগমস্থলী’ বুলি কোৱা হয়?
উত্তৰ : দিহিং, দিবং আৰু লােহিত নদী।

৬) প্রশ্ন : আহােম আৰু মােগলৰ মাজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

৭) প্রশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।

৮) প্রশ্ন : ইংৰাজে ভাৰতত প্রতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?
উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

৯) প্রশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মােগল আক্রমণকাৰী কোন আছিল?
উত্তৰ : মহম্মদ ইবন বখতিয়া।

১০) প্রশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

১১) প্রশ্ন : ‘অসম ছাত্র সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্রথম সভাপতি কোন আছিল?
উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা।

১২) প্রশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।

১৩) প্রশ্ন : অসমত আহােম সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ: চুকাফা।

১৪) প্রশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৬ চনত।

১৫) প্রশ্ন : ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

১৬) প্রশ্ন : চুতীয়া সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।

১৭) প্রশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।

১৮) প্রশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল?
উত্তৰ : গােপীনাথ বৰদলৈ।

১৯) প্রশ্ন : কেন্দ্রীয় মন্ত্রী সভাত মন্ত্রীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ ৰেণুকা দেৱী বৰকটকী।

২০) প্রশ্ন : আহােম সাম্রাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।

২১) প্রশ্ন : অসমৰ প্রথম মহিলা মুখ্য মন্ত্রী কোন আছিল?
উত্তৰ : ছৈয়দা আনােৱাৰা টাইমূৰ৷

২২) প্রশ্ন :

06/06/2022

অগ্নিকবি : কমলাকান্ত ভট্টাচার্য

অতীন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী

অভিনয়াচার্য : ব্রজনাথ শৰ্মা

অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী

অসম গৌৰৱ : হেম বৰুৱা

অসমৰ আইতা : নীলমণি ফুকন

অসমৰ আইতা : নলিনীবালা দেৱী

অসমৰ ব্যাস : ৰাম সৰস্বতী

অসমৰ মীনা কুমাৰী : অনুপমা ভট্টাচাৰ্য

অসমৰ হিতৈষী : মাণিক চন্দ্ৰ বৰুৱা

ইতিহাস ৰত্ন : বেণুধৰ শৰ্মা

ইন্দ্ৰধনুৰ কবি : ডিম্বেশ্বৰ নেওগ

উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ

এণ্ডি খুৰা : ডা° নগেন দত্ত

কথা শিল্পী : চৈয়দ আব্দুল মালিক

কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন

কৰ্মবীৰ : নবীন চন্দ্ৰ বৰদলৈ

কৰ্মযোগী : ভবেন্দ্ৰনাথ শইকীয়া

কলংপৰীয়া কবি : দেৱকান্ত বৰুৱা

কলাগুৰু : বিষ্ণুপ্ৰসাদ ৰাভা

কাব্যভানু : হেম বৰুৱা

কৃপাবৰ বৰুৱা : লক্ষ্মীনাথ বেজবৰুৱা

খৰিকাজাঁইৰ কবি : ভৱানন্দ ৰাজখোৱা

গণ শিল্পী : বিক্ৰম সিং য়েইন

গল্প সম্ৰাট : চৈয়দ আব্দুল মালিক

গীতিকবি: পাৰ্বতিপ্ৰসাদ বৰুৱা

গোলাপী জামুৰ কবি : নীলমণি ফুকন

জগতগুৰু : শ্ৰীমন্ত শংকৰদেৱ

জননায়ক : দেৱেশ্বৰ শৰ্মা

জ্ঞানমালিনীৰ কবি: মফিজুদ্দিন আহমদ হাজৰিকা

জীৱন শিল্পী : জ্যোতিপ্ৰসাদ আগৰৱালা

তত্ত্ব-ভূষণ : ৰাজমোহন নাথ

তপোবনৰ কবি : অতুলচন্দ্ৰ হাজৰিকা

ত্যাগবীৰ : হেমচন্দ্ৰ বৰুৱা

দানবীৰ : ৰাধানাথ সন্দিকৈ

দেশপ্রাণ : লক্ষ্মীধৰ শৰ্মা

দেশভক্ত : তৰুণৰাম ফুকন

দেশ হিতৈষী : বিমলা প্ৰসাদ চলিহা

ধিং এক্সপ্ৰেছ : হিমা দাস

ধ্বনি কবি : বিনন্দ চন্দ্ৰ বৰুৱা

নটসূর্য : ফণী শৰ্মা

নাট্য প্রভাকৰ : সত্যপ্ৰসাদ বৰুৱা

নাট্যচাৰ্য : ইন্দ্ৰেশ্বৰ বৰঠাকুৰ

নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা

নৃট্যাচাৰ্য : যতীন গোস্বামী

পণ্ডিতপ্ৰবৰ : কৃষ্ণকান্ত সন্দিকৈ

পথাৰৰ কবি : ৰাম গগৈ

পাপৰিৰ কবি : গণেশ চন্দ্ৰ গগৈ

প্ৰকৃত কবি : ৰঘুনাথ চৌধাৰী

প্রতিমাৰ খনিকৰ : চন্দ্ৰকুমাৰ আগৰাৱালা

প্ৰাচ্য বিদ্যাৰ্ণৱ : কৃষ্ণকান্ত সন্দিকৈ

প্ৰেম আৰু ৰ’দালিৰ কবি: হীৰেন ভট্টাচার্য

ফুলনিৰ কবি: পদ্মধৰ চলিহা

বকুলবনৰ কবি: আনন্দ চন্দ্ৰ বৰুৱা

বনকোঁৱৰ : আনন্দিৰাম দাস

বনফুলৰ কবি : যতীন্দ্ৰনাথ দুৱৰা

বৰদৈচিলা : জুনুমণি শইকীয়া

বড়োফা : উপেন্দ্ৰনাথ ব্ৰহ্ম

বঢ়াৰ পো : মাধৱদেৱ

বাউলী কবি : কমলানন্দ ভট্টাচাৰ্য

বাগ্মীবৰ : নীলমণি ফুকন

বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী

বিহগী কবি : ৰঘুনাথ চৌধাৰী

বীৰবালা : কনকলতা

বুৰঞ্জী প্ৰভাকৰ : ভূবন চন্দ্ৰ সন্দিকৈ

ভাঙনি কোঁৱৰ : আনন্দ চন্

05/06/2022

3rd Point (Phase)
Calcutta will be the capital of New Bengal province which includes West Bengal, Orissa and Chotanagpur.

4th Point(Phase)
The partition of Bengal will be implemented on 16th October, 1905

05/06/2022

2nd Point (Phase)
(a) There will be separate high court in Dhaka for Eastern Bengal and Assam.
(b) Until a separate high court is established, the new province will be under the jurisdiction of Calcutta high court.

05/06/2022

The 1st point(phase) of the partition of Bengal-

(a) The name of the new province will be 'Eastern Bengal of Assam', by annexation of Rajshahi, Dhaka and Chattagram to Assam.
(b) The capital of new province will be Dhaka.
(c) The administration of Eastern Bengal and Assam will be handed over to a Lt. Governor.
(d) The capital of Assam will be transferred from Shillong to Dhaka.

05/03/2022

নতুন শিক্ষানীতিক কেন্দ্ৰীয় কেবিনেটে আজি মঞ্জুৰ কৰে ।
১০শ্ৰেণী বৰ্ড বন্ধ M.Phil বন্ধ কৰা হ'ল। মাননীয়
মন্ত্ৰীও কেন্দ্ৰীয় শিক্ষা বিভাগ ভাৰত চৰকাৰে
প্ৰস্তাৱিত নতুন শিক্ষানীতি ২০২০ আজি কেন্দ্ৰীয় কেবিনেটে স্বীকৃতি প্ৰদানৰ পিছতে ভাৰতে প্ৰায় ৩৬বছৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী হৈছে।

নতুন শিক্ষানীতি কেবিনেটে আজি (New Education Policy 2020) সেউজ সংকেট প্ৰদান কৰে।৩৪বছৰৰ পিছত শিক্ষানীতিত কি কি পৰিৱৰ্তন আহিল তাক সৰলকৈ জানো আহা। নতুন শিক্ষানীতিৰ প্ৰকাৰ সমূহ চমুকৈ জানো আহা।

----5 Years Fundamental---
1. Nursery @4 Years
2. Jr KG @5 Years
3. Sr KG @6 Years
4. Std 1st @7 Years
5. Std 2nd @8 Years

---- 3 Years Preparatory---
6. Std 3rd @9 Years
7. Std 4th @10 Years
8. Std 5th @11 Years

----- 3 Years Middle---
9. Std 6th @12 Years
10.Std 7th @13 Years
11.Std 8th @14 Years

---- 4 Years Secondary---
12.Std 9th @15 Years
13.Std SSC @16 Years
14.Std FYJC
15.STD SYJC @18 Years

মন কৰিবলগীয়া কথা:

----কেৱল 12ৰ শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা

---M.Phil বন্ধ কলেজৰ ডিগ্ৰী ৪বছৰ
10class Exame বন্ধ Mphil বন্ধ ---

৫ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা -- স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়োৱাব লাগিব
বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় লব লাগিব।

আগতে 10পৰীক্ষা দিব লাগিছিল এতিয়া নালাগে ।
9 class ৰ পৰা 12 লৈ চেমিষ্টাৰ ৰ্ফৰ্মলা হব স্কুলৰ শিক্ষা 5+3+3+4 ফূৰ্মলাত পঢ়োৱা হব ।

কলেজৰ ডিগ্ৰী 3আৰু 4 বছৰ হব । ইয়াৰে প্ৰথম বছৰ চাৰ্টিফিকেট কৰ্চ দ্বিতীয় বছৰ ডিপ্লমা আৰু তৃতীয় বছৰ ডিগ্ৰী তৃতীয় বছৰ ডিগ্ৰী পাব।

৩বছৰ ডিগ্ৰী তেওঁলেকে পাব যিবোৰ শিক্ষাৰ্থী উচ্চতশিক্ষা লব নিবিচাৰে । সেইবিলাক শিক্ষাৰ্থীয়ে ৪বছৰ ডিগ্ৰী হ'লে সেই ১বছৰতে M.A কৰিব পাৰিব।

M.A ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব।

ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলে এটা কৰ্চৰ মাজতে আন এটা কৰ্চ কৰিব পাৰিব ২০৩৫;ভিতৰত গ্ৰেছ এনলমেণ্ট ৫০হাজাৰ আশা কৰে।

উচ্চ শিক্ষাটো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডিমিক ফাইনেন্সছিয়েল অটোনমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হব ।দেশৰ মুঠ৪৫হাজাৰ কলেজক সাঙৰি লোৱা হব ।

চৰকাৰীএটা শ্লগান চৰকাৰী নিজৰ সপোনৰ প্ৰজেক্ট সকলো সংস্থাক হব সমান।

সংগ্ৰহ:ভাৰত চৰকাৰ শিক্ষামন্ত্ৰণালয় ও সংসদীয় চেনেল

05/03/2022

【INDIAN POLITY】:::::::

1/ "সংসদীয় চৰকাৰ" প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম কি আছিল?
উত্তৰ: গ্ৰেট ব্ৰিটেইন।

2/ অসম চৰকাৰে কেতিয়া অসম পৌৰ আইন গ্ৰহণ কৰিছিল?
উত্তৰ: ১৯৫৬ চনত।

3/ কিমান চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল?
উত্তৰ: ১৯৫৪ চনত।

4/ "ৰাষ্ট্ৰসংঘ" দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ২৪ অক্টোবৰ।

5/ নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান?
উত্তৰ: ৭ জন।

6/ ভাৰতীয় সংসদে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে?
উত্তৰ: ৩৬৮ নং।

7/ ১৪ দফীয়া নীতিৰ প্ৰৱৰ্তন কোনে কৰিছিল?
উত্তৰ: চাৰ্চিল।

8/ পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয়?
উত্তৰ: চুইজাৰলেণ্ড।

9/ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্য সংখ্যা কিমান জন?
উত্তৰ: ১২ জন।

10/ অসম বিধানসভাৰ সদস্য সংখ্যা কিমান জন?
উত্তৰ: ১২৬ গৰাকী।

11/ লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত কোনে সভাপতিত্ব কৰে?
উত্তৰ: লোকসভাৰ অধ্যক্ষ।

12/ পশ্চিম বংগ ৰাজ্যত দ্বি-সদনীয় বিধান মণ্ডল আছে নে নাই?
উত্তৰ: নাই।

13/ বিধানসভাৰ সদস্য হব লাগিলে তেওঁৰ ন্যূনতম বয়স কিমান হব লাগিব?
উত্তৰ: ২৫ বছৰ।

14/ গুৱাহাটী পৌৰ নিগম আইন কেতিয়া পাছ কৰা হয়?
উত্তৰ: ১৯৬৯ চনত।

15/ ভাৰতীয় সংসদে নাগৰিকত্ব আইন কেতিয়া গ্ৰহণ কৰে?
উত্তৰ: ১৯৫৫ চনত।

16/ ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ: ৰাজেন্দ্ৰ প্ৰসাদ।

17/ হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯১৬ চনত।

18/ "গণতন্ত্ৰ হৈছে আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰ"- এই মত কোনে সমৰ্থন কৰিছিল?
উত্তৰ: বাৰকাৰে।

19/ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?
উত্তৰ: ৬২ বছৰ।

20/ পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা কোনটো নিৰ্দেশক নীতিৰ অন্তৰ্ভূক্ত?
উত্তৰ: গান্ধীবাদী নীতি।

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when Assam Competitive Exam Knowledge posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category