360 Degree Learning Space, Machkhowa, Dhemaji - Assam

360 Degree Learning Space, Machkhowa, Dhemaji - Assam ১: সপ্তম শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈ দৃষ্টিত লৈ আছো সৃষ্টিৰ নৱ উন্মেষণ

04/09/2025
ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা যাচিলো
28/12/2024

ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা যাচিলো

সপোন দেখা নদীখনৰ মাজেৰে গৈ থকাৰ পৰত………অভিনন্দন ৩৬০ ডিগ্ৰীয়ান…………
20/04/2024

সপোন দেখা নদীখনৰ মাজেৰে গৈ থকাৰ পৰত………অভিনন্দন ৩৬০ ডিগ্ৰীয়ান…………

নামভৰ্তি চলি আছে৬ বছৰীয়া জ্ঞান আৰোহীৰ সফলতাৰ বৰ্ণিল পৰিক্ৰমাৰে ৩৬০ ডিগ্ৰী লাৰ্ণিং স্পেছ,মাছখোৱা,ধেমাজি(অসম গ্ৰামীণ বিকাশ...
01/04/2024

নামভৰ্তি চলি আছে
৬ বছৰীয়া জ্ঞান আৰোহীৰ সফলতাৰ বৰ্ণিল পৰিক্ৰমাৰে
৩৬০ ডিগ্ৰী লাৰ্ণিং স্পেছ,মাছখোৱা,ধেমাজি
(অসম গ্ৰামীণ বিকাশ বেংকৰ বিপৰীতে,২য় মহলা জে কে হাৰ্ডৱেৰ)

সময়ে কথা কোৱা দিনৰ গান……৩৬০ ডিগ্ৰীয়ান…উঃমাঃ ২০২৩ বৰ্ষৰ শিকাৰু সকল…থীচিক্সটি ডিগ্ৰীয়ান,
15/07/2023

সময়ে কথা কোৱা দিনৰ গান……
৩৬০ ডিগ্ৰীয়ান…
উঃমাঃ ২০২৩ বৰ্ষৰ শিকাৰু সকল…
থীচিক্সটি ডিগ্ৰীয়ান,

নামভৰ্তি চলি আছে……সপোন দেখাৰ লগে লগে…হেঁপাহবোৰ খেদি ফুৰাৰ সময়তে……
31/03/2023

নামভৰ্তি চলি আছে……
সপোন দেখাৰ লগে লগে…
হেঁপাহবোৰ খেদি ফুৰাৰ সময়তে……

 #দ্য_৩৬০_ডিগ্ৰীয়ান #বিদায়ৰ আগৰ থিক কাষৰত ১৮/০২/২০২৩থীছিক্সটি ডিগ্ৰী লাৰ্নিং স্পেছ  #শিকাৰ তাড়ণাত সময়বোৰে বাগৰ সলাওতে সি...
18/02/2023

#দ্য_৩৬০_ডিগ্ৰীয়ান
#বিদায়ৰ আগৰ থিক কাষৰত ১৮/০২/২০২৩

থীছিক্সটি ডিগ্ৰী লাৰ্নিং স্পেছ

#শিকাৰ তাড়ণাত সময়বোৰে বাগৰ সলাওতে সিঁহতবোৰ আহে আৰু যায়…

#ফাগুণী বাটৰ মাজত আমি একেলগে চেষ্টা কৰি থাকো শিকা আৰু শিকোৱাৰ যুদ্ধখন……

#সফলতাৰ কাষে কাষে সময়ৰ অভিজ্ঞতাৰে সিঁহতবোৰে
শিকাই যাই শিক্ষক হোৱাৰ হেঁপাহৰ গৌৰৱ…

#সপোনৰ মাজে মাজে বগুৱাবাই গৈ থকাৰ বেলিকা সিহতে হয়তু ঘূৰি চাব নষ্টালজিয়াৰ আৱেগেৰে……

#উচ্চতৰ_মাধ্যমিক_চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী ২০২৩

#হাইস্কুল_শিক্ষান্ত_পৰীক্ষাৰ পৰীক্ষাৰ্থী ২০২৩

্য_বেষ্ট😊

 #ক্ষেত্ৰ_অধ্যয়ন ৪.০প্ৰান্ততঃ নাৰি ,অৰুণাচলতাংঃ ২৪/১২/২০২২360 Degree Learning Space, Machkhowa, Dhemaji - Assam Exponent...
31/12/2022

#ক্ষেত্ৰ_অধ্যয়ন ৪.০
প্ৰান্ততঃ নাৰি ,অৰুণাচল
তাংঃ ২৪/১২/২০২২

360 Degree Learning Space, Machkhowa, Dhemaji - Assam

Exponential Tutorials

ভাললগা সময়ৰ সুবাস…
আশাৰ সময়ৰ স্মৃতিৰ ৰঙেৰে ৰঙীণ এটা দিন……
দুচকুত হাজাৰ সপোন দেখা মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে ভাললগা এটা দিন…।
অতীতৰ সময়ৰ দাপোনত জিলিকিব অনাগত সময়ৰ সুৱাস……

পূৰ্বৰ বছৰবোৰৰ দৰেই……পুনৰ বাৰ……দীপাৱলী উপলক্ষ্য ত…কিতাপ পঢ়া আৰু কিনাৰ হেপাঁহৰ বাবে…৩৬০ ডিগ্ৰী লাৰ্ণিং স্পেছ,মাছখোৱা ৰ উদ...
22/10/2022

পূৰ্বৰ বছৰবোৰৰ দৰেই……
পুনৰ বাৰ……
দীপাৱলী উপলক্ষ্য ত…
কিতাপ পঢ়া আৰু কিনাৰ হেপাঁহৰ বাবে…
৩৬০ ডিগ্ৰী লাৰ্ণিং স্পেছ,মাছখোৱা ৰ উদ্যোগত

#গ্ৰন্থৰ_লটাৰী_4.0

স্থানঃ ৩৬০ ডিগ্ৰী লাৰ্ণিং স্পেছ,মাছখোৱা

তাৰিখঃ ২৪/১০/২০২২

সময়ঃ পুৱা ৯ বজাৰ পৰা

৩৬০ ডিগ্ৰী লাৰ্ণিং স্পেছ,মাছখোৱা ৰ সহঃ প্ৰতিষ্ঠাপক তথা সঞ্চালক শ্ৰদ্ধাৰ সৌৰভ শৰ্মা ছাৰলৈ জন্মদিনৰ বহুত বহুত শুভকামনা যাচ...
31/07/2022

৩৬০ ডিগ্ৰী লাৰ্ণিং স্পেছ,মাছখোৱা ৰ সহঃ প্ৰতিষ্ঠাপক তথা সঞ্চালক শ্ৰদ্ধাৰ সৌৰভ শৰ্মা ছাৰলৈ জন্মদিনৰ বহুত বহুত শুভকামনা যাচিলো।সপোনৰ পমখেদি ছাৰৰ অনাগত দিনবোৰ সুখেৰে আলোকিত হওক।

হেপ্পি বৰ্থ দে ছাৰ।

Address

Dhemaji
787058

Opening Hours

Monday 5am - 8:30am
2:30pm - 8pm
Tuesday 5am - 8:30pm
Wednesday 5am - 8:30pm
Thursday 5am - 8:30pm
Friday 5am - 8:30pm
Saturday 5am - 8:30pm

Website

Alerts

Be the first to know and let us send you an email when 360 Degree Learning Space, Machkhowa, Dhemaji - Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 360 Degree Learning Space, Machkhowa, Dhemaji - Assam:

Shortcuts

Share

Category