SamagraSiksha Dhemaji -সমগ্ৰ শিক্ষা ধেমাজি

  • Home
  • India
  • Dhemaji
  • SamagraSiksha Dhemaji -সমগ্ৰ শিক্ষা ধেমাজি

SamagraSiksha Dhemaji -সমগ্ৰ শিক্ষা ধেমাজি A Page is created for sharing information and Photograph related to various activities under Samagrasiksha Dhemaji.

A block level review meeting held yesterday    (Dhemaji block) under Samagra Siksha,Dhemaji where Dr.Sanjib Phokan , ACS...
28/05/2024

A block level review meeting held yesterday (Dhemaji block) under Samagra Siksha,Dhemaji where Dr.Sanjib Phokan , ACS ADC(Edn),IS,DEEO cm DMC SS,Dhemaji Sri Bitupan Hazarika AES,BEEO cm BMC Dhemaji P. Gogoi along with other SSA officials were present.
Rationalisation of teachers. FTB distribution, utilisation of different grants of Schools etc. issuees were discussed in the meeting.
All BRPs, CRCCs and block accountants were also present in the meeting.

আজি বৰদলনি শিক্ষাখণ্ডৰ নেতাজী সুভাষচন্দ্ৰ বসু আৱাসিক বিদ্যালয়ত BRP  মুকুল সুত ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক গুণোৎসৱ উপলক্ষ...
02/01/2024

আজি বৰদলনি শিক্ষাখণ্ডৰ নেতাজী সুভাষচন্দ্ৰ বসু আৱাসিক বিদ্যালয়ত BRP মুকুল সুত ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক গুণোৎসৱ উপলক্ষে এটা Mock পৰীক্ষা অনুষ্ঠিত কৰা হয় । উক্ত পৰীক্ষাত আমাৰ বৰদলনি শিক্ষাখণ্ডৰ খণ্ড মিছন সমন্বয়ক নীৰন দ‌ত্ত চাৰ আৰু CRC দুলাল বৰা চাৰ উপস্থিত থাকে।

Samagra Shiksha Assam
Samagrasiksha Dhemaji

সমগ্ৰ শিক্ষা ধেমাজি তথা জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত তথা বৰদলনি খণ্ড মিছন কাৰ্যালয়ৰ সহযোগত জিলা মিচন সমন্বয়ক , জি...
28/09/2023

সমগ্ৰ শিক্ষা ধেমাজি তথা জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত তথা বৰদলনি খণ্ড মিছন কাৰ্যালয়ৰ সহযোগত জিলা মিচন সমন্বয়ক , জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাৰ ঐকান্তিক প্ৰচেষ্টাত ধেমাজি জিলাত অসমৰ ভিতৰতেই পোন প্ৰথম বাৰৰ বাবে কালিলৈ অৰ্থাৎ ২৯ /৯/২০২৩ তাৰিখে অনুষ্ঠিত হব "বুনিয়াদী নিপুনতাৰ মূল্যায়ন"৷ নিপুন অসমৰ লগত সংগতি ৰাখি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বুনিয়াদী সাক্ষৰতা আৰু সাংখ্য জ্ঞানৰ মূল্যায়ন কৰাই ইয়াৰ মূল উদ্দেশ্য৷

এই লক্ষ্যত উপনিত হ'বৰ বাবে সকলোৰে সহযোগিতা কামনা কৰা হৈছে।
অসমৰ মিচন সঞ্চালক শ্ৰদ্ধাৰ ড° ঔম প্ৰকাশ ছাৰে সকলোলৈকে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

এই ছেগতে সমগ্ৰ শিক্ষা ধেমাজিৰ তৰফৰ পৰা ছাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হ'ল।

আহক, আমি সকলোৱে মিলি এই অভিযান সফল কৰো আৰু ধেমাজিৰ কণ কণ শিশু সকলক পোহৰৰ বাট দেখুৱাওঁ।

30/08/2023
Samagra Shiksha Assam  Mission Dhemaji
15/08/2023

Samagra Shiksha Assam
Mission Dhemaji

Samagrasiksha Dhemaji
Samagra Shiksha Assam
District Commissioner Dhemaji
SamagraSiksha Dhemaji -সমগ্ৰ শিক্ষা ধেমাজি

বিদ্যালয় শিক্ষা বিভাগ, ধেমাজিৰ উদ্যোগত অকাজান জনজাতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ...
12/07/2023

বিদ্যালয় শিক্ষা বিভাগ, ধেমাজিৰ উদ্যোগত অকাজান জনজাতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন বিশেষ কবিতা আবৃত্তি কৰ্মশালাৰ দ্বিতীয় দিনৰ কাৰ্য্যসূচীত সমল ব্যক্তিৰূপে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জেষ্ঠ ঘোষক তথা আবৃত্তি বিশাৰদ শ্ৰীযুত হাচান ইকবাল আহমেদ ডাঙৰীয়া উপস্থিত থাকি উপস্থিত ছাত্র-ছাত্ৰী তথা শিক্ষকসকলক উপকৃত কৰে।

Samagra Shiksha Assam
Ranoj Pegu
Kabita Deka
Pankaj Borah

https://youtu.be/7uuhq_Jwl0I
05/07/2023

https://youtu.be/7uuhq_Jwl0I

দা-ধৰা মাদুৰী প্ৰাথমিক বিদ্যালয় পশ্চিম চিমেন চাপৰি মুৰ্কংচেলেক শিক্ষাখণ্ড ।

https://youtu.be/pyrCWfTFFhYhttps://youtube.com/সমগ্ৰ শিক্ষা, ধেমাজিৰ ইউটিউব চেনেলত উপলব্ধ ।Ranoj PeguSamagra Shiksha As...
03/07/2023

https://youtu.be/pyrCWfTFFhY

https://youtube.com/
সমগ্ৰ শিক্ষা, ধেমাজিৰ ইউটিউব চেনেলত উপলব্ধ ।

Ranoj Pegu
Samagra Shiksha Assam
Samagrasiksha Dhemaji
Kabita Deka

Address

N. H. 15
Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when SamagraSiksha Dhemaji -সমগ্ৰ শিক্ষা ধেমাজি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to SamagraSiksha Dhemaji -সমগ্ৰ শিক্ষা ধেমাজি:

Shortcuts

Share

Category