Theatery Rong Theatery Dhong

Theatery Rong Theatery Dhong Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Theatery Rong Theatery Dhong, Performing arts school, Dhemaji.

ড৹ ভূপেন হাজৰিকাদেৱৰ এশ বছৰীয়া জন্মজয়ন্তী দিনা
17/01/2026

ড৹ ভূপেন হাজৰিকাদেৱৰ এশ বছৰীয়া জন্মজয়ন্তী দিনা

24/07/2025
আসন সীমিত ,সোনকালে যোগাযোগ কৰিব
01/07/2025

আসন সীমিত ,সোনকালে যোগাযোগ কৰিব

থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু বৰুৱাচুক গাঁওৰ মহিলা সমিতিৰ সহযোগত ভেহপৰা বৰুৱাচূকৰ মহিলা সকলে বিদ্য...
16/04/2025

থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু বৰুৱাচুক গাঁওৰ মহিলা সমিতিৰ সহযোগত ভেহপৰা বৰুৱাচূকৰ মহিলা সকলে বিদ্যালয়ৰ প্ৰাংগণত হৈ যোৱা জয়া দিবসত জযমতী নাটক প্ৰদৰ্শন কৰে। লগতে বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী প্ৰদ্যুত মিশ্ৰ আৰু বিশিষ্ট বেহেলা বাদক দীপেন শৰ্মাৰ সংগীতৰ অনুষ্ঠান।

বিশ্ব নাট্য দিৱসৰ দিনাই থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ে এলানি বাটৰ নাটৰ কৰ্মসূচী ৰূপায়ন কৰে...সকলোলৈ বিশ্ব না...
27/03/2025

বিশ্ব নাট্য দিৱসৰ দিনাই থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ে এলানি বাটৰ নাটৰ কৰ্মসূচী ৰূপায়ন কৰে...সকলোলৈ বিশ্ব নাট্য দিৱস 2025 ৰ শুভেচ্ছা জনালোঁ..

আজি আৰু কাইলৈ 18,19 ফেব্ৰুৱাৰীত আকাশবাণী নাট সমাৰোহ 2025 ত আমাৰ নাটক জয়মতী,এক ৰাতিৰ মালিতা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ...
18/02/2025

আজি আৰু কাইলৈ 18,19 ফেব্ৰুৱাৰীত আকাশবাণী নাট সমাৰোহ 2025 ত আমাৰ নাটক জয়মতী,এক ৰাতিৰ মালিতা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'ব..নাটকখনৰ পুনৰ প্ৰচাৰণ 19,20 তাৰিখে ৰাতিপুৱা 8.30 বজাত হ'ব..সকলোকে শুনিবলৈ অনুৰোধ জনাইছো

থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ত হৈ থকা কৰ্মশালাৰ কিছু মুহুৰ্ত
11/07/2024

থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ত হৈ থকা কৰ্মশালাৰ কিছু মুহুৰ্ত

থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ৰ উদ্যোগত  আৰু আবৃত্তি পৰিষদ , ধেমাজি জিলা সমিতিৰ সহযোগত হৈ থকা অভিনয় আৰু আবৃত্তি ...
09/07/2023

থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু আবৃত্তি পৰিষদ , ধেমাজি জিলা সমিতিৰ সহযোগত হৈ থকা অভিনয় আৰু আবৃত্তি কৰ্মশালাৰ কিছু দৃশ্য

Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when Theatery Rong Theatery Dhong posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share