Bali Deori Bogoli LP School

Bali Deori Bogoli LP School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bali Deori Bogoli LP School, School, Moderguri, Dhemaji.

01/01/2026

বিগত 2025 বৰ্ষ ত আমাৰ বিদ্যালয়ৰ সফলতা

১.গুণোতসৱ ত 𝙰+ গ্ৰেড

২.ভূৱনেশ্বৰ মিলি ৰ নৱোদয়ত স্থান লাভ

৩.প্ৰজ্ঞান বৃত্তি পৰীক্ষাত তিনি জনৰ স্থান লাভ, তেওঁলোক ক্ৰমে

𝙸.ভূৱনেশ্বৰ মিলি
𝙸𝙸.জুৰি দত্ত
𝙸𝙸𝙸.প্ৰনৱজ্যোতি শইাকীয়া

৪.NERITS বৃত্তি পৰীক্ষাত

𝙸.অংশুমান শইকীয়া ৰ স্থান লাভ ।

৫.Best SMC award

৬.Best TLM Show Award

অনাগত দিনবোৰতো যাতে আৰু ভাল ফলাফল লাভ কৰিব পাৰো তাৰ প্ৰতি অধিক গুৰুত্ব দি আগবাঢ়িব লাগিব ।

School Twinning programme
22/12/2025

School Twinning programme

Annual Sports Prize distribution 16/12/2025
20/12/2025

Annual Sports Prize distribution 16/12/2025

12/12/2025
বাৰ্ষিক ক্ৰীড়া সপ্তাহ
12/12/2025

বাৰ্ষিক ক্ৰীড়া সপ্তাহ

শিক্ষণ-শিকন সঁজুলিৰ প্ৰদৰ্শনী প্ৰতিযোগীতাৰ বুনিয়াদী সাংখিকতাত আমাৰ বিদ্যালয়ে দ্বিতীয় স্থান পাবলৈ সক্ষম হলো । ১৪/১১/২০...
15/11/2025

শিক্ষণ-শিকন সঁজুলিৰ প্ৰদৰ্শনী প্ৰতিযোগীতাৰ বুনিয়াদী সাংখিকতাত আমাৰ বিদ্যালয়ে দ্বিতীয় স্থান পাবলৈ সক্ষম হলো । ১৪/১১/২০২৫

শিশু দিৱসৰ কিছু আলোকচিত্ৰ । 14/11/2025
15/11/2025

শিশু দিৱসৰ কিছু আলোকচিত্ৰ । 14/11/2025

আজি বিশ্ব বৰেণ্য শিল্পী সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শত বাৰ্ষিকী । এই পবিত্ৰ দিনটোত তেখেতলৈ জনাইছোঁ শ্ৰদ্ধা আৰু ভ...
08/09/2025

আজি বিশ্ব বৰেণ্য শিল্পী সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শত বাৰ্ষিকী । এই পবিত্ৰ দিনটোত তেখেতলৈ জনাইছোঁ শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা 🙏🙏🙏
🪔🪔🪔🌼 শ্ৰদ্ধাঞ্জলি 🌼🪔🪔🪔
🙏🙏🙏🙏🙏

Teacher's day special 😍
05/09/2025

Teacher's day special 😍

Address

Moderguri
Dhemaji

Alerts

Be the first to know and let us send you an email when Bali Deori Bogoli LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category