Nabaratna High School

Nabaratna High School Secondary level educational institution

  ৰ সহযোগত বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে সামূহিক গণিত দিৱস উদযাপনৰ কিছু মূহুৰ্ত ।
22/12/2025

ৰ সহযোগত বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে সামূহিক গণিত দিৱস উদযাপনৰ কিছু মূহুৰ্ত ।

আমাৰ বিদ্যালয়ৰ বাবে সৌভাগ্যৰ বিষয় যে আজি আমাৰ বিদ্যালয়ৰ পৰা ধেমাজি বিধানসভা সমষ্টিটোত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত...
18/12/2025

আমাৰ বিদ্যালয়ৰ বাবে সৌভাগ্যৰ বিষয় যে আজি আমাৰ বিদ্যালয়ৰ পৰা ধেমাজি বিধানসভা সমষ্টিটোত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু ডাঙৰীয়াই । সভাত ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ চেয়াৰমেন তুলন কোৱঁৰ, ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুতা কবিতা ডেকা ৰ উপৰিও হাতীগড় গাওঁ পঞ্চায়তৰ সমূহ কৰ্মকৰ্তা আৰু যথেষ্ট সংখ্যক অভিভাৱক উপস্থিত থাকে।

 #মন্থন অভিভাৱক শিক্ষক সভানৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয় ২২/১১/২০২৫লগতে বাল্যবিবাহ ৰোধ সম্পৰ্কে সজাগতা সভাসমল ব্যক্তি: শ...
22/11/2025

#মন্থন

অভিভাৱক শিক্ষক সভা
নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়
২২/১১/২০২৫

লগতে বাল্যবিবাহ ৰোধ সম্পৰ্কে সজাগতা সভা
সমল ব্যক্তি: শ্ৰীযুত দেৱ কাকতি
District Community Mobilizer
National Health mission
Dhemaji

07/11/2025

Mass singing celebration at school premises on the occasion of 150th Anniversary of the first singing of the National Song "Vande Mataram".

সপ্তধাৰা:জ্ঞান ধাৰা : ২৭/০৯/২০২৫(সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ‘সপ্তধাৰা':বিশেষকৈ পাঠ্যক্ৰম বৰ্হিভুত কাৰ্যকলাপৰ শিক্ষা প্ৰদ...
28/09/2025

সপ্তধাৰা:
জ্ঞান ধাৰা : ২৭/০৯/২০২৫

(সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ‘সপ্তধাৰা':

বিশেষকৈ পাঠ্যক্ৰম বৰ্হিভুত কাৰ্যকলাপৰ শিক্ষা প্ৰদান আৰু প্ৰতিটো যুৱ শিশু/কিশোৰক, দক্ষতা ভিত্তিক উদ্ভাৱনী শিক্ষণ শিকাৰ কৌশলৰ ওপৰত, বিশ্বায়নৰ জ্ঞান অৰ্জিত কৰাৰ সুযোগ প্ৰদানৰ উদ্দেশ্যে ই এক বিশেষ আঁচনি।)

💐💐ভাগি গ'ল বীণখনি ছিগি গ'ল তাঁৰ        ৰৈ গ'ল অৱশেষ অমিয়া জোঁকাৰ💐💐লুইত কণ্ঠ, অসমৰ হাৰ্টথ্ৰব আমাৰ সকলোৰে অতি মৰমৰ জুবিনদ...
22/09/2025

💐💐ভাগি গ'ল বীণখনি ছিগি গ'ল তাঁৰ
ৰৈ গ'ল অৱশেষ অমিয়া জোঁকাৰ💐💐

লুইত কণ্ঠ, অসমৰ হাৰ্টথ্ৰব আমাৰ সকলোৰে অতি মৰমৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 🙏🙏🙏🙏

🏝️🏜️ফুলে ফলে বন বননীৰ           সজীৱতা আহে,       আহা আমি বৃক্ষৰোপণ                কৰো বাৰ মাহে ।            বিনন্দীয়া ...
19/09/2025

🏝️🏜️ফুলে ফলে বন বননীৰ
সজীৱতা আহে,
আহা আমি বৃক্ষৰোপণ
কৰো বাৰ মাহে ।

বিনন্দীয়া প্ৰকৃতিৰ সেউজীয়া খিনি অক্ষুণ্ণ ৰাখিবলৈ আমি সদায়েই প্ৰয়াস কৰি আহিছোঁ । আজি বিদ্যালয়ত হয়তো সেই প্ৰয়াস, সেই সুচিন্তাৰেই ফচল 'ইক'ক্লাৱ ফৰ মিচন লাইফ' ৰ অধীনত "এক পে'ৰ মাকে নাম" শীৰ্ষক কাৰ্যসূচীৰ শুভ আৰম্ভণি কৰে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহা প্ৰবন্ধক মাননীয় শ্ৰীযুতা অংকিতা কাশ্যপ মহোদয়াই । এই আপাহতে বিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ 🙏🌲🌳🌴🌵🪴

আমাৰ বিদ্যালয়ৰ প্ৰতিজন শুভাকাংক্ষী, প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু বৃহত্তৰ হাতীগড়বাসী ৰাইজক জনাবলৈ পায় সুখী হ...
05/09/2025

আমাৰ বিদ্যালয়ৰ প্ৰতিজন শুভাকাংক্ষী, প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু বৃহত্তৰ হাতীগড়বাসী ৰাইজক জনাবলৈ পায় সুখী হৈছো যে আজি শিক্ষক দিৱস উপলক্ষে জিলা প্ৰশাসনে আয়োজন কৰা শিক্ষক দিৱসত আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰধান শিক্ষক শ্ৰীযুত মিলন গোহাঁই দেৱে কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰি আমাৰ বিদ্যালয় তথা হাতীগড় অঞ্চললৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয়। এই আপাহতে বিদ্যালয়ৰ পৰিয়ালে তেখেতলৈ জনাইছোঁ আন্তৰিক অভিনন্দন। আশাকৰোঁ আপোনাৰ দিকদৰ্শনেৰে আমাৰ বিদ্যালয় উন্নতিৰ পথত অগ্ৰসৰ হবলৈ সক্ষম হব ।

Swachch Bharat Mission Summer Internship program, organised by DWSE Dhemaji in collaboration with NAVARATNA HIGH SCHOOL ...
22/08/2025

Swachch Bharat Mission Summer Internship program, organised by DWSE Dhemaji in collaboration with NAVARATNA HIGH SCHOOL on 22nd August, 2025.

Celebrating spirit of Tiranga🇳🇪
12/08/2025

Celebrating spirit of Tiranga🇳🇪

গ্ৰীষ্মকালীন শিবিৰৰ পঞ্চম দিন  ⛱️ ভবিষ্যতৰ বাবে সোঁৱৰণী বুটলি ঘৰমুৱা হ'ল ল'ৰা-ছোৱালীহঁত⛱️🎉💃
05/07/2025

গ্ৰীষ্মকালীন শিবিৰৰ পঞ্চম দিন ⛱️

ভবিষ্যতৰ বাবে সোঁৱৰণী বুটলি ঘৰমুৱা হ'ল ল'ৰা-ছোৱালীহঁত⛱️🎉💃

Activities of fourth day of the summer camp ⛱️ °°°°°° All the students are learning and enjoying themselves through acti...
04/07/2025

Activities of fourth day of the summer camp ⛱️ °°°°°° All the students are learning and enjoying themselves through activities 💃🧚

Address

NH15
Dhemaji
787057

Opening Hours

Monday 8:45am - 3pm
Tuesday 8:45am - 3pm
Wednesday 8:45am - 3pm
Thursday 8:45am - 3pm
Friday 8:45am - 3pm
Saturday 8:45am - 12:15pm

Website

Alerts

Be the first to know and let us send you an email when Nabaratna High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category