সৰুপাম হাজং প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Dhemaji
  • সৰুপাম হাজং প্ৰাথমিক বিদ্যালয়

সৰুপাম হাজং প্ৰাথমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সৰুপাম হাজং প্ৰাথমিক বিদ্যালয়, School, সৰুপাম জাঁজী ডাক:-বেতনিপাম, Dhemaji.

বিদ্যালয়ত শিশু দিৱস উদযাপনৰ কিছু ক্ষণ
14/11/2025

বিদ্যালয়ত শিশু দিৱস উদযাপনৰ কিছু ক্ষণ

অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী য়ে ২০২৫ বৰ্ষত ৰাজ্যখনৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰ...
06/07/2025

অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী য়ে ২০২৫ বৰ্ষত ৰাজ্যখনৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত ধেমাজি মহকুমা ভিত্তিত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক কালি ইংৰাজী ০৫/০৭/২০২৫ তাৰিখে ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ অভিনন্দন আৰু বঁটা প্ৰদান কৰা হয়, এই অনুষ্ঠানটিত আমাৰ বিদ্যালয়ৰ পৰা ধেমাজি জিলাৰ ভিতৰত চতুৰ্থ শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰা বৰ্তমানৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ কৌস্তভ গগৈয়ে, ধেমাজি জিলা শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা মহোদয়া, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ নেওগ মহোদয়ৰ উপস্থিতিত মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ ভৱানী চহৰীয়া মহোদয়াৰ পৰা বঁটা গ্ৰহণ কৰে । আমি তেওঁৰ লগতে এই পৰীক্ষাত উত্তীৰ্ণ সকলো কৃতি ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

আজি ইংৰাজী ৩০/০৬/২০২৫ তাৰিখে বিদ্যালয়ত এখন শিক্ষক-অভিভাৱক সভা আৰু বিদ্যালয়ৰ মাতৃগোটৰ আৰু পৰিচালনা সমিতিৰ উদ্যোগত এক 'সম্...
30/06/2025

আজি ইংৰাজী ৩০/০৬/২০২৫ তাৰিখে বিদ্যালয়ত এখন শিক্ষক-অভিভাৱক সভা আৰু বিদ্যালয়ৰ মাতৃগোটৰ আৰু পৰিচালনা সমিতিৰ উদ্যোগত এক 'সম্প্ৰীতি ভোজন' অনুষ্ঠিত হয়। সভাত বিদ্যালয়ৰ শৈক্ষিক দিশৰ আলোচনাৰ লগতে 'ভাৰতীয় ভাষা শিবিৰ'ৰ উদ্বোধনী কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক গ্ৰীষ্ম-বন্ধৰ সময়ছোৱাত কৰণীয় কৰ্মৰাজিৰ বিষয়ে অৱগত কৰা হয়।

বিদ্যালয়ত অনুষ্ঠিত হোৱা ২০২৪ বৰ্ষৰ গুণোৎসৱ কাৰ্যসূচীৰ কিছুআলোকচিত্ৰ..বহিঃমূল্যায়ক বাইদেউৰ লগতে কাৰ্যসূচীৰ সফল ৰূপায়নত সক...
10/01/2024

বিদ্যালয়ত অনুষ্ঠিত হোৱা ২০২৪ বৰ্ষৰ গুণোৎসৱ কাৰ্যসূচীৰ কিছু
আলোকচিত্ৰ..
বহিঃমূল্যায়ক বাইদেউৰ লগতে কাৰ্যসূচীৰ সফল ৰূপায়নত সক্ৰিয় অংশগ্ৰহণ কৰা বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱক সকলোকে আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ...

আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে এক স্মৰণীয় দিন, আজি চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে, ...
23/08/2023

আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে এক স্মৰণীয় দিন, আজি চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে, এই গৌৰৱময় ক্ষণৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদৰ্শন কৰা হয়।

বিদ্যালয়ৰ মাতৃগোটৰ দ্বাৰা সম্প্ৰীতি ভোজন পৰিৱেশন..দিনাংক: ৩০/০৬/২০২৩
03/07/2023

বিদ্যালয়ৰ মাতৃগোটৰ দ্বাৰা সম্প্ৰীতি ভোজন পৰিৱেশন..
দিনাংক: ৩০/০৬/২০২৩

আমাৰ বিদ্যালয়খনে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰিছে। বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী,পৰিচালনা সমিতি,মাতৃগোট,অভিভাৱক আৰু ...
26/04/2023

আমাৰ বিদ্যালয়খনে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰিছে। বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী,পৰিচালনা সমিতি,মাতৃগোট,অভিভাৱক আৰু সংশ্লিষ্ট সকলোলৈকে বিদ্যালয়ৰ এই গৌৰৱময় যাত্ৰাত আগৱঢ়োৱা অৱদানৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।অনাগত দিনতো যাতে আমি এই ধাৰা অক্ষুণ্ণ ৰাখিব পাৰোঁ; তাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিলোঁ।🙏

২০২২-২০২৩ শিক্ষা-বৰ্ষৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভাৰ কিছু দৃশ্য...বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা বৰ্ষশ্ৰে...
06/03/2023

২০২২-২০২৩ শিক্ষা-বৰ্ষৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভাৰ কিছু দৃশ্য...
বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা বৰ্ষশ্ৰেষ্ঠ শিক্ষাৰ্থীক সম্বৰ্ধনাৰ শিতানটিয়ে অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰিলে ৷

বিদ্যালয়ত ২০২৩ বৰ্ষৰ গুণোৎসৱ কাৰ্যসূচীৰ কিছুআলোকচিত্ৰ..বহিঃমূল্যায়কদেৱৰ লগতে কাৰ্যসূচীৰ সফল ৰূপায়নত সক্ৰিয় অংশগ্ৰহণ কৰা ...
02/02/2023

বিদ্যালয়ত ২০২৩ বৰ্ষৰ গুণোৎসৱ কাৰ্যসূচীৰ কিছু
আলোকচিত্ৰ..
বহিঃমূল্যায়কদেৱৰ লগতে কাৰ্যসূচীৰ সফল ৰূপায়নত সক্ৰিয় অংশগ্ৰহণ কৰা বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ...

বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ শ্ৰী মনজিত বৰুৱা, প্ৰথম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী ৰেখা গগৈ আৰু স্থানীয় কণমানি শ্ৰীমতী আইভী ল...
03/01/2023

বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ শ্ৰী মনজিত বৰুৱা, প্ৰথম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী ৰেখা গগৈ আৰু স্থানীয় কণমানি শ্ৰীমতী আইভী লাহনৰ জন্মদিন উদযাপন উপলক্ষে আয়োজন কৰা সম্প্ৰীতি ভোজনৰ কিছু আলোকচিত্ৰ..

মধ্যাহ্ন ভোজন পৰিৱেশনতাং: ১৪/০৯/২০২২
14/09/2022

মধ্যাহ্ন ভোজন পৰিৱেশন
তাং: ১৪/০৯/২০২২

মধ্যাহ্ন ভোজন পৰিৱেশনতাং: ১৩/০৯/২০২২
13/09/2022

মধ্যাহ্ন ভোজন পৰিৱেশন
তাং: ১৩/০৯/২০২২

Address

সৰুপাম জাঁজী ডাক:-বেতনিপাম
Dhemaji
787059

Website

Alerts

Be the first to know and let us send you an email when সৰুপাম হাজং প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category