Arney chapori lower primary school

Arney chapori lower primary school Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arney chapori lower primary school, Elementary School, Arney chapori, Dhemaji.

আজি 2025-26 বৰ্ষৰ শৈক্ষিক ফলাফল দিয়াৰ লগতে সামান্য হলেও সিহঁতৰ মাজত উৎসাহ যোগোৱাৰ উদ্দেশ্যে শ্ৰেণী ভিত্তিক সৰ্বাধিক নম্ব...
26/03/2026

আজি 2025-26 বৰ্ষৰ শৈক্ষিক ফলাফল দিয়াৰ লগতে সামান্য হলেও সিহঁতৰ মাজত উৎসাহ যোগোৱাৰ উদ্দেশ্যে শ্ৰেণী ভিত্তিক সৰ্বাধিক নম্বৰ পোৱা সকলক পুৰষ্কৃত কৰাৰ কিছু মুহুৰ্ত ।

সম্প্ৰীতি ভোজন উপলক্ষে ছাত্ৰ-ছাত্ৰীক ফল-মূল খোৱাৰ উপৰিও খেতি পথাৰত অলপ ফুৰালোঁ
10/12/2025

সম্প্ৰীতি ভোজন উপলক্ষে ছাত্ৰ-ছাত্ৰীক ফল-মূল খোৱাৰ উপৰিও খেতি পথাৰত অলপ ফুৰালোঁ

25/08/2025
ইংৰাজী ২৩ আৰু ২৪ আগষ্ট 2025 তাৰিখে আৰ্নে চাপৰি  গাওঁৰ শ্ৰী দিগেন পেগু আৰু শ্ৰীমতী জোন পেগুৰ জীয়েক, আৰ্নে চাপৰি  প্ৰাথমিক...
25/08/2025

ইংৰাজী ২৩ আৰু ২৪ আগষ্ট 2025 তাৰিখে আৰ্নে চাপৰি গাওঁৰ শ্ৰী দিগেন পেগু আৰু শ্ৰীমতী জোন পেগুৰ জীয়েক, আৰ্নে চাপৰি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী লুহিতা পেগুৱে আৰুনাচল প্ৰদেশৰ চিংপুত অনুষ্ঠিত পেঞ্চিক চিলাত গেমছত প্ৰথম স্থানত পাবলৈ সক্ষম হৈছে । তাইৰ এই সফলতাৰ বাবে আমি সমুহ আৰ্নে চাপৰি প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে উজ্বল কামনা কৰিলোঁ । লগতে আগন্তোক খেলসমুহতো সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত সকলোকে আশীৰ্বাদ কৰিব বুলি ইয়াৰে প্ৰাৰ্থনা জনালোঁ ।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে
05/06/2025

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে

27/03/2025
2nd FLN training at Akajan HS. RP Akash Misong and Jadav Bejboruah
17/08/2024

2nd FLN training at Akajan HS. RP Akash Misong and Jadav Bejboruah

যোগা দিবস উপলকে
26/06/2024

যোগা দিবস উপলকে

Address

Arney Chapori
Dhemaji
786110

Website

Alerts

Be the first to know and let us send you an email when Arney chapori lower primary school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Arney chapori lower primary school:

Shortcuts

Share