Zam-Zam Mission Academy

Zam-Zam Mission Academy

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Zam-Zam Mission Academy, School, Singimari Koch Gaon, Sirajuli, Dhekiajuli.

20/03/2026

🌙𝗘𝗶𝗱 𝗠𝘂𝗯𝗮𝗿𝗮𝗸 from
𝗭𝗮𝗺-𝗭𝗮𝗺 𝗠𝗶𝘀𝘀𝗶𝗼𝗻 𝗔𝗰𝗮𝗱𝗲𝗺𝘆!
𝙒𝙞𝙨𝙝𝙞𝙣𝙜 𝙖 𝙫𝙚𝙧𝙮 𝙝𝙖𝙥𝙥𝙮 & 𝙗𝙡𝙚𝙨𝙨𝙚𝙙 𝙀𝙞𝙙-𝙪𝙡-𝙁𝙞𝙩𝙧 𝙩𝙤 𝙖𝙡𝙡 𝙤𝙪𝙧 𝙨𝙩𝙪𝙙𝙚𝙣𝙩𝙨, 𝙥𝙖𝙧𝙚𝙣𝙩𝙨, 𝙝𝙤𝙣𝙤𝙪𝙧𝙖𝙗𝙡𝙚 𝙜𝙪𝙖𝙧𝙙𝙞𝙖𝙣𝙨, 𝙖𝙣𝙙 𝙬𝙚𝙡𝙡-𝙬𝙞𝙨𝙝𝙚𝙧𝙨🤲🌹
𝙈𝙖𝙮 𝙩𝙝𝙞𝙨 𝙨𝙥𝙚𝙘𝙞𝙖𝙡 𝙙𝙖𝙮 𝙗𝙧𝙞𝙣𝙜 𝙥𝙚𝙖𝙘𝙚 & 𝙝𝙖𝙥𝙥𝙞𝙣𝙚𝙨𝙨 𝙩𝙤 𝙚𝙫𝙚𝙧𝙮𝙤𝙣𝙚! 🤝✨
𝙒𝙖𝙧𝙢𝙚𝙨𝙩 𝙍𝙚𝙜𝙖𝙧𝙙𝙨,
The Management & Staff
𝐙𝐚𝐦-𝐙𝐚𝐦 𝐌𝐢𝐬𝐬𝐢𝐨𝐧 𝐀𝐜𝐚𝐝𝐞𝐦𝐲

Photos from Zam-Zam Mission Academy 's post 13/02/2026

📢 𝐒𝐏𝐄𝐂𝐈𝐀𝐋 𝐀𝐂𝐀𝐃𝐄𝐌𝐈𝐂 𝐀𝐍𝐍𝐎𝐔𝐍𝐂𝐄𝐌𝐄𝐍𝐓

হিফ্‌জ সম্পন্ন কৰা শিক্ষাৰ্থীসকলৰ বাবে HSLC প্ৰস্তুতিৰ Golden Opportunity!
যি সকল শিক্ষাৰ্থীয়ে সফলতাৰে Hifz সম্পূৰ্ণ কৰি এতিয়া 𝐇𝐒𝐋𝐂 Exam দিব বিচাৰে, তেওঁলোকৰ বাবে "𝗭𝗮𝗺-𝗭𝗮𝗺 𝗠𝗶𝘀𝘀𝗶𝗼𝗻 𝗔𝗰𝗮𝗱𝗲𝗺𝘆"
লৈ আহিছে এক বিশেষ আৰু Well-planned একাডেমিক ব্যৱস্থা।
🚩 Our Slogan: “𝙊𝙪𝙧 𝙈𝙞𝙨𝙨𝙞𝙤𝙣, 𝙔𝙤𝙪𝙧 𝙎𝙪𝙘𝙘𝙚𝙨𝙨”
📘 KEY HIGHLIGHTS (আমাৰ বিশেষত্বসমূহ):
Comprehensive Coaching: HSLC পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ আৰু পৰিকল্পিত পাঠদান।
Expert Faculty: অভিজ্ঞ আৰু দায়িত্বশীল শিক্ষক মণ্ডলীৰ দ্বাৰা নিৰন্তৰ Guidance।
Special Care for Hafiz Students: হিফ্‌জ সম্পূৰ্ণ কৰা শিক্ষাৰ্থীৰ বাবে সহজ আৰু বিশেষ একাডেমিক গাইডেন্স।
Islamic Environment: সম্পূৰ্ণ নিয়ম-শৃঙ্খলাপূৰ্ণ, সুস্থ আৰু ইছলামিক পৰিৱেশ।
Personalized Assessment: প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে Personal Care আৰু নিয়মীয়া মূল্যায়ন।
💡 OUR VISION
“যি শিক্ষাই দ্বীন আৰু দুনিয়া দুয়োকে আলোকিত কৰে, সেই শিক্ষাই হৈছে প্ৰকৃত সফলতাৰ চাবিকাঠি।”
📢 𝗔𝗗𝗠𝗜𝗦𝗦𝗜𝗢𝗡 𝗢𝗣𝗘𝗡 (নাম ভৰ্ত্তি চলি আছে)
আগ্ৰহী শিক্ষাৰ্থী আৰু অভিভাৱকসকলক অতি সোনকালে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।
📞 𝐂𝐨𝐧𝐭𝐚𝐜𝐭 𝐟𝐨𝐫 𝐃𝐞𝐭𝐚𝐢𝐥𝐬:
𝐏𝐡𝐨𝐧𝐞: 𝟔𝟎𝟎𝟏𝟓𝟒𝟕𝟎𝟔𝟐 / 𝟗𝟖𝟓𝟒𝟒𝟒𝟐𝟒𝟏𝟓
📍 𝐀𝐝𝐝𝐫𝐞𝐬𝐬:
𝐒𝐢𝐧𝐠𝐢𝐦𝐚𝐫𝐢 𝐊𝐨𝐜𝐡 𝐆𝐚𝐨𝐧, 𝐒𝐢𝐫𝐚𝐣𝐮𝐥𝐢, 𝐒𝐨𝐧𝐢𝐭𝐩𝐮𝐫 (𝐀𝐬𝐬𝐚𝐦)
𝐏𝐈𝐍: 𝟕𝟖𝟒𝟏𝟏𝟕

12/02/2026

"কেৱল শিক্ষা নহয়, সৰ্বাংগীণ বিকাশৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাৰে আমি সাজু। 📚💻
আমাৰ বিদ্যালয়ৰ এক চমু যাত্ৰা...
"

10/02/2026

"আমাৰ বিদ্যালয়, আমাৰ গৌৰৱ! 🏫✨
আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে উপলব্ধ আধুনিক সা-সুবিধাসমূহৰ এক চমু আভাস। চাওক এই ভিডিঅ'টো।
"

06/02/2026

Names of the days of the week in Arabic

06/02/2026

"আমাৰ Zam-Zam Mission Academy-ৰ দুটিকৈ উজ্জ্বল নক্ষত্ৰ! আমাৰ নাৰ্ছাৰী শ্ৰেণীৰ মৰমৰ দুই যমজ ভনীৰ কণ্ঠত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত 'মায়াবিনী'।
এই কণমানি দুজনীৰ সুন্দৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ নিস্পাপ কণ্ঠই সঁচাকৈয়ে আমাৰ মন মোহিলে। একে সাজেৰে, একে সুৰত দুই ভনীৰ এই জুতিটো সঁচাকৈয়ে চাবলগীয়া। আপোনালোকেও মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। ✨🎶"

29/01/2026

Heartfelt English Naat by our Hifz student at Zam-Zam Mission Academy. 🤲🌿

26/01/2026

যোৱা ১৬/০১/২৬ তাৰিখে Zam-Zam Mission Academy-ৰ প্ৰাংগণত ধ্বনিত হৈছিল সেই হৃদয়স্পৰ্শী গজল—
🎤 "যাদেৰ বুকেৰ মানিক হল হাফেজে কোৰান..."

26/01/2026

যোৱা ১৬/০১/২৬ তাৰিখে আমাৰ একাডেমীত অনুষ্ঠিত হৈ যোৱা হিফজ বিভাগৰ পাগুৰী প্ৰদানৰ এক আৱেগিক মুহূৰ্ত। মাকৰ মহিমাৰ এই মৰ্মস্পৰ্শী ৱাজ শুনিলে আপোনাৰো চকু সেমেকি উঠিব। 🤲😭😭

Photos from Zam-Zam Mission Academy 's post 26/01/2026

"Proudly celebrating the 77th Republic Day at 𝗭𝗮𝗺-𝗭𝗮𝗺 𝗠𝗶𝘀𝘀𝗶𝗼𝗻 𝗔𝗰𝗮𝗱𝗲𝗺𝘆. 🇮🇳"

Want your school to be the top-listed School/college in Dhekiajuli?

Click here to claim your Sponsored Listing.

Location

Category

Address


Singimari Koch Gaon, Sirajuli
Dhekiajuli