Gyan Saptarshi Senior Secondary School by Principal

Gyan Saptarshi Senior Secondary School by Principal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gyan Saptarshi Senior Secondary School by Principal, School, Dhekiajuli.

The images of GYAN SAPTARSHI SENIOR SECONDARY SCHOOL, Dhekiajuli,(Dangabasti), Sonitpur,at the time of morning assembly.
19/11/2025

The images of GYAN SAPTARSHI SENIOR SECONDARY SCHOOL, Dhekiajuli,(Dangabasti), Sonitpur,at the time of morning assembly.

18/11/2025
আজি ইংৰাজী ১৮ নবেম্বৰ তাৰিখে  জ্ঞান সপ্তৰ্ষি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত  *জুবিন গাৰ্গৰ জন্ম জয়ন্তী* অনুষ্ঠানৰ আয়োজন কৰা...
18/11/2025

আজি ইংৰাজী ১৮ নবেম্বৰ তাৰিখে জ্ঞান সপ্তৰ্ষি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত *জুবিন গাৰ্গৰ জন্ম জয়ন্তী* অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ইয়াৰ লগতে তেখেতৰ বিদেশী আত্মাৰ চিৰ শান্তিৰ কাৰণে নেদেখা জনৰ ওচৰত অন্তৰৰ পৰা সকলোৱে প্ৰাৰ্থনা জনালো........

আমাৰ অসমৰ জনপ্ৰিয় ডায়মণ্ড সদৃশ কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকস্মাত বিয়োগ হোৱাত আমি অসমবাসী মৰ্মাহত হৈ পৰিছো।    তেখেতৰ বি...
23/09/2025

আমাৰ অসমৰ জনপ্ৰিয় ডায়মণ্ড সদৃশ কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকস্মাত বিয়োগ হোৱাত আমি অসমবাসী মৰ্মাহত হৈ পৰিছো।
তেখেতৰ বিদেশী আত্মাৰ সদগতি আৰু চিৰ শান্তিৰ কাৰণে আমি জ্ঞান সপ্তৰ্ষি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কৰ্তৃপক্ষৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে লগতে মৰমৰ ছাত্ৰ-ছাত্ৰী সকলে একেলগে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। ধন্যবাদ।।
জয় আই অসম
জয় জুবিন দা.........

Address

Dhekiajuli
784110

Website

Alerts

Be the first to know and let us send you an email when Gyan Saptarshi Senior Secondary School by Principal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category