23/05/2026
#হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আমাৰ নিকেতনৰ ছাত্ৰ -ছাত্ৰী সকলৰ আজি অভিনন্দন অনুষ্ঠানৰ কেইখনমান স্থিৰ চিত্ৰ...
প্ৰত্যেকেই একো একোজন ভাল মানুহ হোৱা, মৰমৰ ছাত্ৰ -ছাত্ৰী সকললৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
19/04/2026
ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ শিশু সমাৰোহ প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত দল Sankardev Sishu/Vidya Niketan, Dhekiajuli
13/04/2026
সদ্য-ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন, পাটাছাৰকুছিৰ মেধাবী ছাত্ৰ জ্যোতিৰ্ময় দাসে ৫৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। 🌟
এই অভূতপূৰ্ব সফলতা বিদ্যা ভাৰতীৰ সংস্কাৰযুক্ত শিক্ষা, আচাৰ্যসকলৰ পথ-প্ৰদৰ্শন আৰু জ্যোতিৰ্ময়ৰ অদম্য পৰিশ্ৰমৰ পৰিণতি।
শিশু শিক্ষা সমিতি,অসমৰ তৰফৰ পৰা অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
13/04/2026
একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰ পত্ৰ দি থকা হৈছে
02/04/2026
বিদ্যাৰম্ভ পূজাৰ কেইখনমান স্থিৰ চিত্ৰ...
02/04/2026
শংকৰদেৱ শিশু বিদ্যা নিকেতন,ঢেকিয়াজুলিৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ আজি শুভাৰম্ভ কৰা হয়🙏🙏
09/02/2026
শংকৰদেৱ শিশু বিদ্যা নিকেতন, ঢেকীয়াজুলিত অনুষ্ঠিত হোৱা "উৎকৰ্ষ মহোৎসৱ"ৰ কিছু দৃশ্যাংশ..........
15/01/2026
অগ্নিং প্ৰজ্বলিতং বন্দে চাতুৰ্বণ্যং হুতাশনম্। সুবৰ্ণ-বৰ্ণমমলং জ্যোতিৰূপায়তে নমঃ ।।
নিকেতনৰ বাকৰিত নিকেতন পৰিয়ালৰ দ্বাৰা মেজিত সেৱা জনাই প্ৰাৰ্থনা কৰা সময়ৰ কিছু স্থিৰ চিত্ৰ ।