লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Dhekiajuli
  • লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়

লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়, School, ward no8, Dhekiajuli Town, Dhekiajuli.

19/09/2026

শ্ৰদ্ধা নিবেদন কৰিছোঁ....🙏🙏

🙏🙏🙏🪔🪔🪔🪔🪔🙏🙏🙏
19/09/2026

🙏🙏🙏🪔🪔🪔🪔🪔🙏🙏🙏

শ্ৰদ্ধাৰে সুঁৱৰিছোঁ 🙏🪔
08/09/2026

শ্ৰদ্ধাৰে সুঁৱৰিছোঁ 🙏🪔

২১ জুন, ২০২৬আজি ১২সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । এই বছৰৰ মূল বিষয়বস্তু (Theme) হৈছে "সুস্থ বাৰ্ধক্যৰ বাবে যোগ" (Yoga...
21/06/2026

২১ জুন, ২০২৬
আজি ১২সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । এই বছৰৰ মূল বিষয়বস্তু (Theme) হৈছে "সুস্থ বাৰ্ধক্যৰ বাবে যোগ" (Yoga for Healthy Ageing)। এই কাৰ্যসূচীয়ে শাৰীৰিক সুস্থতা, মানসিক দৃঢ়তা আৰু সকলো বয়সতে যোগাসনৰ গুৰুত্বক প্ৰতিনিধিত্ব কৰে।

২০জুন, ২০২৬ৰাভা দিৱস উদযাপন
20/06/2026

২০জুন, ২০২৬
ৰাভা দিৱস উদযাপন

আজি ইং ১৯/০৬/২০২৬ তাৰিখে বিদ্যালয়ত সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হয়।দাতা: ডাঃ প্ৰিয়ংকা গৌতম আৰু স্বাস্তিকা গৌতম।তেওঁলোক ...
19/06/2026

আজি ইং ১৯/০৬/২০২৬ তাৰিখে বিদ্যালয়ত সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হয়।
দাতা: ডাঃ প্ৰিয়ংকা গৌতম আৰু স্বাস্তিকা গৌতম।
তেওঁলোক দুয়োগৰাকীয়ে মধ্যাহ্ন ভোজনৰ পিচতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পায়সৰ যোগান ধৰে।
দুয়োগৰাকীলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

০৫/০৬/২০২৬পৰিৱেশ দিৱস উপলক্ষে সজাগতামূলক সংকল্প গ্ৰহণ।
05/06/2026

০৫/০৬/২০২৬
পৰিৱেশ দিৱস উপলক্ষে সজাগতামূলক সংকল্প গ্ৰহণ।

23/05/2026

ক শ্ৰেণী (২০২৬বৰ্ষ)

Address

Ward No8, Dhekiajuli Town
Dhekiajuli
784110

Telephone

+19854446893

Website

Alerts

Be the first to know and let us send you an email when লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category