মাটি আখৰা কৃষ্টি সাধনা কেন্দ্র Mati Aakhora

  • Home
  • India
  • Dhekiajuli
  • মাটি আখৰা কৃষ্টি সাধনা কেন্দ্র Mati Aakhora

মাটি আখৰা কৃষ্টি  সাধনা কেন্দ্র Mati Aakhora কৃষ্টি সংস্কৃতি সাধনাৰ বাবে এটি অনুষ্ঠান 🌸🍒

ভগৱদজ্জুকম  নাটক খনিৰ যাত্ৰা এটা পূৰ্ণ বৃত্তলৈ আহি ঠিয় দিলে।নাট্যকাৰ বোধায়নক নমস্কাৰ, যাৰ কলমৰ শক্তিয়ে শতাব্দী অতিক্ৰম ...
19/01/2026

ভগৱদজ্জুকম নাটক খনিৰ যাত্ৰা এটা পূৰ্ণ বৃত্তলৈ আহি ঠিয় দিলে।
নাট্যকাৰ বোধায়নক নমস্কাৰ, যাৰ কলমৰ শক্তিয়ে শতাব্দী অতিক্ৰম কৰি অহা এই নাট্য ধেমালিৰ– দাৰ্শনিক বিশ্বখন আমাৰ মঞ্চত পুনৰ জীৱন্ত কৰি তুলিলে।

সকলোজন শিল্পী আৰু সমল ব্যক্তিক কৃতজ্ঞতা জনাইছোঁ—

মঞ্চত জীৱন্ত ৰূপ দিয়া অভিনেতা-অভিনেত্ৰী সকল, যিয়ে কঠোৰ অনুশীলন আৰু আত্ম-অনুসন্ধানৰ জৰিয়তে পাত্ৰক সাঁচি তুলিলে।

পটভূমি সজোৱা, আলো-শব্দ, পোছাক, সংগীত আৰু মেক-আপ বিভাগ, যিয়ে একেলগে এই নাটকখনক সম্পূৰ্ণ নাট্যমঞ্চৰ অভিজ্ঞতা দিলে।

মঞ্চ-কৰ্মী সকল, যিয়ে নীৰৱে থাকি প্রত্যেকটো দৃশ্য সফল কৰাৰ বাবে নেপথ্যমঞ্চৰে হাড়ভাঙা পৰিশ্ৰম কৰিছিল।

আমাৰ প্ৰিয় দর্শকবৃন্দৰ উদ্দেশ্যে বিশেষ ধন্যবাদ—আপোনালোকৰ উপস্থিতি, আৰু নীৰৱ মনোসংযোগেই এই প্ৰচেষ্টাক অৰ্থবহ কৰি তুলিলে।
আপোনালোকৰ ভালপোৱা আৰু সমালোচনাই আগলৈ আৰু সু-নাট্য সৃষ্টিৰ অনুপ্ৰেৰণা দিব।

এই প্ৰযোজনা সম্ভৱ কৰাৰ বাবে সংগঠক প্রতিষ্ঠান, স্থান-ব্যৱস্থাপনা, লগতে মিডিয়া আৰু চছিয়েল মিডিয়াযোগে সমৰ্থন আগবঢ়োৱা সকলো বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীক অন্তৰৰ পৰা ধন্যবাদ।
ভালৰ লগত থাকক, নাট্যকলাৰ ওপৰত আস্থা ৰাখক—আগন্তুক দিনত নতুন প্ৰযোজনাৰ সৈতে পুনৰ দেখা হ’ব।

— পৰিচালক
ভগৱদজ্জুকম 🎭

ভগৱদজ্জুকম নাটক খনিৰ যাত্ৰা এটা পূৰ্ণ বৃত্তলৈ আহি ঠিয় দিলে।নাট্যকাৰ বোধায়নক নমস্কাৰ, যাৰ কলমৰ শক্তিয়ে শতাব্.....

29/12/2025

Dhekiajuli ke theatre premion! Classical Sanskrit play का अनोखा adaptation Trimurti Auditorium में 9 जनवरी को! मटियाखारा कृष्टि साधना केंद्र लाया है प्राचीन कथाओं को जीवंत मंच पर।

Local audience के लिए special: Assamese cultural vibes के साथ Assamease dialogues, dramatic characters जैसे Chandilya, Paribrajak और Ramilak. Evening show, family के साथ enjoy करें!

Tickets are open on call bookings, contact करें: [8473906399, 8724935987, 9707760477, 9957903267]. Seats limited! 🔥

২০২৬ চনৰ প্ৰথম খন নাটক, ভগৱদজ্জুকম। আমি আশাবাদী, ঢেকীয়াজুলিত নাটকৰ ধাৰা আকৌ অব্যাহত হব।
24/12/2025

২০২৬ চনৰ প্ৰথম খন নাটক, ভগৱদজ্জুকম। আমি আশাবাদী, ঢেকীয়াজুলিত নাটকৰ ধাৰা আকৌ অব্যাহত হব।

Bhagavadjukkam, An Assamese translation of classic Sanskrit play, originally written by Bodhayan is all set to start its...
03/12/2025

Bhagavadjukkam, An Assamese translation of classic Sanskrit play, originally written by Bodhayan is all set to start its theatrical journey in Assam. It will be a collaborated production of passionate theatre artists of Dhekiajuli. Tomorrow at Sri Sri Gupteswar Dewalay the ritualistic Shubh muhurt of the play will be conducted by all the actors and directors. We seek everyone's support and love in this journey.

24/11/2025

🎭 Theatre Call: Bhagavadajjukam 🎭Mati Aakhara Krishti Sadhana Kendra, Dhekiajuli, is excited to present the Assamese version of Bhagavadajjukam, a funny and thoughtful classical play. We invite local actors and theatre lovers from Dhekiajuli and nearby areas to join us. Whether you have experience or just love acting, come be part of this creative journey.🗓️ Rehearsals: Dec 11, 2025 – Jan 8, 2026
⏰ Time: 5:00 PM to 9:00 PM every day
🎯 Weekly Work: script reading, rehearsals, acting, technical practice, and final dress rehearsal.Rehearsal place details will be shared in a WhatsApp group in early December.📍 Place: Dhekiajuli Town
For more info and to join, message or call 📞 9706684314.Stay tuned for audition dates!

নাম: মৃগাংক দাসশ্ৰেণী:পঞ্চম শ্ৰেণী বিদ্যালয়:শংকৰদেৱ শিশু নিকেতনঢেকিয়াজুলিমাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ এজন শিল্পীয়ে স্...
12/08/2023

নাম: মৃগাংক দাস
শ্ৰেণী:পঞ্চম শ্ৰেণী
বিদ্যালয়:শংকৰদেৱ শিশু নিকেতন
ঢেকিয়াজুলি
মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰৰ এজন শিল্পীয়ে স্বাধীনতা দিৱস উপলক্ষে অংকন কৰা এখন চিত্ৰ ।

দৈনিক অসম বাতৰি কাকতত, ২৮ জুলাই তাৰিখে প্ৰকাশিত হৈছে মাটি আখৰাই আয়োজিত কৰা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি উৎসৱ, স্বৰ...
28/07/2023

দৈনিক অসম বাতৰি কাকতত, ২৮ জুলাই তাৰিখে প্ৰকাশিত হৈছে মাটি আখৰাই আয়োজিত কৰা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি উৎসৱ, স্বৰ্গীয় প্ৰদীপ নাথ দেৱলৈ‌ উৎসৰ্গিত নাট্য সন্ধ্যাত প্ৰদৰ্শিত নাটক "অকণিৰ ভাওনা সমাৰোহ"ৰ বাতৰি সংকলন।

24/07/2023
"মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰ"ৰ এইবেলিৰ নিবেদন "অকণিৰ ভাওনা সমাৰোহ" । ১৫ দিনীয়া কৰ্মশালাৰ অন্তত শিশু সকলৰ দ্বাৰা ২২ আৰ...
24/07/2023

"মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰ"ৰ এইবেলিৰ নিবেদন "অকণিৰ ভাওনা সমাৰোহ" । ১৫ দিনীয়া কৰ্মশালাৰ অন্তত শিশু সকলৰ দ্বাৰা ২২ আৰু ২৩ জুলাইত ঢেকিয়াজুলি ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহত "স্বৰ্গীয় প্রদীপ নাথ সোঁৱৰণী নাট্য সন্ধ্যা" নামাকৰণ কৰি এখনি সুন্দৰ নাটক অনুষ্ঠিত হৈ যায় । নাটকৰ এই দুদিনীয়া কার্যসূচীত প্ৰথম দিনা বিশিষ্ট ব্যক্তি ৰূপে আমাৰ লগত উপস্থিত থাকে কাজল বৰা দেৱ লগতে ৰিপন বৰা আনহাতে দ্বিতীয় দিনটোত আমাৰ সৈতে উপস্থিত থাকে কৃষ্ণাশ্ৰী বৰা বাইদেউ ,কল্পনা দাস,দিলীপ সেনাপতি আৰু সুদৰ্শন নাথ । ৪বছৰৰ পৰা ১৫ বছৰৰ মাজৰ শিশুসকলকলৈ কৰা এই নাটকে ঢেকিয়াজুলিৰ সাংস্কৃতিক ধাৰাটো ধৰি ৰখাত চেষ্টা কৰিছে লগতে ভাওঁনা সংস্কৃতিক এই নাটকৰ জৰিয়তে জীয়াই ৰখাৰ চেষ্টা কৰিছে । অনুকূল বতৰকো নেওচি যি সকললোকে এই "অকণীৰ ভাওঁনা সমাৰোহ চাবলৈ আহিল তেওঁলোকক মাটি আখৰাৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জনালোঁ ।

"মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰ"ৰ এইবেলিৰ নিবেদন "অকণিৰ ভাওনা সমাৰোহ" । অহা ইংৰাজী ২২ আৰু ২৩ আগষ্ট তাৰিখে গৰমৰ বন্ধত চেম...
20/07/2023

"মাটি আখৰা কৃষ্টি সাধনা কেন্দ্ৰ"ৰ এইবেলিৰ নিবেদন "অকণিৰ ভাওনা সমাৰোহ" । অহা ইংৰাজী ২২ আৰু ২৩ আগষ্ট তাৰিখে গৰমৰ বন্ধত চেমনীয়া সকলে ভাগ লোৱা ১৫ দিনীয়া কৰ্মশালাৰ অন্তত স্বৰ্গীয় প্ৰদীপ ‌‌‌‌‌‌‌নাথ দেৱৰ সোঁৱৰণত এখনি সুন্দৰ শিশু নাট মঞ্চস্থ কৰা হ'ব ।গতিকে নাট্যপ্ৰেমী ৰাইজ আপোনালোক সাজুনে আমাৰ এই নাটকৰ বাবে তেন্তে পলম নকৰি সদল- বলে আহি আমাৰ এই নাটক উপভোগ কৰক লগতে আমাৰ এই নাটকৰ যাত্ৰাত আপোনালোকো সমভাগী হওঁক ।

29/06/2023

Actor Sanjay Mishra's Hindi short film 'Giddh' (The Scavenger) has won the Asia International Competition at the renowned Short Shorts Film Festival & Asia 2023. The actor was also honoured with the 'Best Actor' award at the festival, with the ‘Best Short Film’ win officially qualifying 'Giddh' ...

Address

ন চহৰ, শ্বহীদ মনবৰ নাথ পথ, উপ পথ সংখ্যা ২
Dhekiajuli

Alerts

Be the first to know and let us send you an email when মাটি আখৰা কৃষ্টি সাধনা কেন্দ্র Mati Aakhora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to মাটি আখৰা কৃষ্টি সাধনা কেন্দ্র Mati Aakhora:

Shortcuts

Share