Jnyanpeeth High school

Jnyanpeeth High school jnyanpeeth High school

অভিশপ্ত ১৯ ছেপ্টেম্বৰত অসমৰ সংগীত জগতৰ নক্ষত্ৰ জুবিন দাৰ প্ৰথম বাৰ্ষিকী মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়তো শ্ৰ...
19/09/2026

অভিশপ্ত ১৯ ছেপ্টেম্বৰত অসমৰ সংগীত জগতৰ নক্ষত্ৰ জুবিন দাৰ প্ৰথম বাৰ্ষিকী মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়তো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়।। জয় জুবিন দা।। জয় আই অসম ।।।

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা অনুষ্ঠানৰ কিছু আলোকচিত্ৰ।।
05/09/2026

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা অনুষ্ঠানৰ কিছু আলোকচিত্ৰ।।

80 তম স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত হোৱা পতাকা উত্তোলন কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ।।।
15/08/2026

80 তম স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত হোৱা পতাকা উত্তোলন কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ।।।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ।।।
05/06/2026

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ।।।

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ- ছাত্ৰী ও শিক্ষক সকলৰ পৰা সম্বৰ্দ্ধনা জনোৱা ...
16/05/2026

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ- ছাত্ৰী ও শিক্ষক সকলৰ পৰা সম্বৰ্দ্ধনা জনোৱা হ'ল।। সকলো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত উত্তৰণ আৰু প্ৰগতিৰ কামনা কৰিলোঁ।।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।।।২০২৬মুঠ পৰীক্ষাৰ্থী --৬২প্ৰথম বিভাগ--   ১১দ্বিতীয় বিভাগ --১৯ তৃতীয় বিভাগ -- ০2মুঠ ...
10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।।।২০২৬
মুঠ পৰীক্ষাৰ্থী --৬২

প্ৰথম বিভাগ-- ১১
দ্বিতীয় বিভাগ --১৯
তৃতীয় বিভাগ -- ০2

মুঠ উত্তীৰ্ণ ---- ৩২

2026 বৰ্ষৰ সৰস্বতী পূজাৰ কিছু দৃশ্য।। আমাৰ বৰ্তমান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজত।।।
23/01/2026

2026 বৰ্ষৰ সৰস্বতী পূজাৰ কিছু দৃশ্য।। আমাৰ বৰ্তমান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজত।।।

দশম শ্ৰেণীৰ বিদায়ী সভা।।
31/12/2025

দশম শ্ৰেণীৰ বিদায়ী সভা।।

Shout out to my newest followers! Excited to have you onboard! Kumar Basnet, Surjay Ghimire, Hemlata Devi
31/12/2025

Shout out to my newest followers! Excited to have you onboard! Kumar Basnet, Surjay Ghimire, Hemlata Devi

ছাত্ৰ ছাত্ৰী ৰ প্ৰাত প্ৰাৰ্থনা।।।
31/12/2025

ছাত্ৰ ছাত্ৰী ৰ প্ৰাত প্ৰাৰ্থনা।।।

Address

Bhangamandir
Dhekiajuli
784112

Telephone

+18486295937

Website

Alerts

Be the first to know and let us send you an email when Jnyanpeeth High school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jnyanpeeth High school:

Shortcuts

Share

Category