I accepted 1 fan badge from SATRA NGO.
Rafikul Islam New
I love allah [email protected]
With SATRA NGO – I just got recognized as one of their top fans!
খালে ঐ খালে এ আই ইউ ডি এফ ৰ গু কংগ্ৰেছে খালে।
Gaurav Gogoi
Rakibul Hussain
24/04/2026
আজি ইংৰাজী ২৪/০৪/২০২৬ তাৰিখে আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত দক্ষিণ শিঙৰী, নিজ বৰছলা, নতুনপাম আৰু পলাশবস্তি গাওঁ পঞ্চায়ত সমূহৰ সভাকক্ষত আয়োজিত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস ৰ লগতে বাল্য বিবাহ ৰ পৰা শিশু সকলক সুৰক্ষা দিয়া ৰ বাবে সজাগতামূলক সভা অনুষ্ঠিত হয়। উক্ত সভাসমূহত উপস্থিত হৈ কিছু আলোচনা কৰোঁ।
SATRA NGO
*ঈদ_মোবাৰক*
আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ত্যাগ সংযম আৰু আত্মশুদ্ধিৰ পৱিত্ৰ উৎসৱ *পৱিত্ৰ ঈদ উল ফিতৰ* ৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
*পৱিত্ৰ ঈদ উল ফিতৰ* ৰ আনন্দ উল্লাসে সমাজৰ পৰা আঁতৰাই দিয়ক হিংসা বিদ্বেষ।আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱনলৈ সুখ শান্তি সম্প্ৰীতিৰ বতৰা কঢ়িয়াই আনক। সমৃদ্ধিশালী,শান্তিপূৰ্ণ সমাজ প্ৰতিষ্ঠা হওঁক তাৰেই কামনাৰে *ঈদ মোবাৰক* ।
শ্ৰদ্ধা সহকাৰে...
ৰফিকুল ইছলাম
ধলগুৰি পথাৰ।
14/01/2026
সংখ্যালঘু সমাজৰ হিতসাধক হিচাপে কাম কৰা Rejaul Karim Sarkar , Ex-President of AAMSU ডাঙৰীয়াক অপমান অপদস্ত কৰাৰ বাবে সংখ্যালঘু সমাজে কংগ্ৰেছ দল ত্যাগ কৰা উচিত বুলি মই ভাবোঁ।
কংগ্ৰেছ দল সংখ্যালঘু সমাজৰ শুভ চিন্তক নহয়।
লাজ থাকিলে জাতীয় স্বাৰ্থত বৰ্তমানৰ কংগ্ৰেছী বিধায়ক তথা নেতাসকলে জাতি ৰ গাদ্দাৰ কংগ্ৰেছ দলৰ পৰা ওলাই আহি বদৰুদ্দিন আজমলৰ লগত জড়িত হৈ বিৰোধী দলৰ ভূমিকা পালন কৰিব লাগে। এই কংগ্ৰেছৰ দুমুখীয়া নীতি ৰ বাবে বিধায়ক ছেৰমান আলি চাহাবে কংগ্ৰেছ ত্যাগ কৰাৰ বাবে বাধ্য হ'ল। কংগ্ৰেছৰ দুমুখীয়া নীতি ৰ বাবে আজিৰ তাৰিখত সংখ্যালঘু সম্প্ৰদায়ৰ ঘৰ দুৱাৰ ভাঙি মুকলি ঠাইত বসবাস কৰিব লগা হৈছে। আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ কিছুমান দালাল কংগ্ৰেছী বিধায়ক সকলে যদি ২০১২ চনত তেতিয়াৰ কংগ্ৰেছী বিসম্বাদী বিধায়কসকলক সমৰ্থন কৰা হ'লে আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ ৰাজনীতিত আহিব নোৱাৰে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হ'লে হেতেন। গতিকে জাতীয় গাদ্দাৰ কংগ্ৰেছ ক বৰ্জন কৰাৰ আহ্বান জনালোঁ।Thank you.Rejaul Korim Sarkar Da. Ex-president of AAMSU
Shout out to my newest followers! Excited to have you onboard! Md Hasan, Hitesh Das, Arung Arangham Arung, Areyan Sultan, Habibul Islam, LxMustakin Aolm, Ziaur Rahman, Diptee Gogoi Tamuli, Shakib Ahamed, Tahirul Hoque
30/12/2025
নৱ-নিৰ্বাচিত আমছু কেন্দ্ৰীয় সমিতিৰ সভাপতি তেজপুৰৰ সুযোগ্য সন্তান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰদ্ধাৰ ইমতিয়াজ হুছেইন ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনত আপোনাৰ নেতৃত্বত অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ বাবে গণতান্ত্ৰিক আন্দোলন আৰু আইনী অধিকাৰ আৰু অধিক শক্তিশালী বাবে আগবঢ়ায় লৈ যাবলৈ সক্ষম হ'ব। সংখ্যালঘু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব। পুনৰ এবাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নৱ-নিৰ্বাচিত সভাপতি ডাঙৰীয়া লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।।জয় আই অসম।।
আমছু জিন্দাবাদ।আমছু জিন্দাবাদ।আমছূ জিন্দাবাদ।।
Shout out to my newest followers! Excited to have you onboard! Asma Tun Nahar, Habijul Islam, Aminur Mollah, অঞ্জন ৰূপা বিবেক কাৰ্কী, Amlrhamja Amlrhamja, মজুমদার প্রবাসী, শিল্পী বাপ্পি ইসলাম
23/12/2025
যোৱা ২১আৰু ২২ডিচেম্বৰ তাৰিখে আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত দাৰুল কোৰআন ইছলামীয়া মাদ্ৰাছা ধলগুৰি পথাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যোৱা বিশাল ওৱাজ মেহফিল ও প্ৰথম বাৰৰ বাবে দস্তাবন্দী সভাৰ আয়োজন কৰা হৈছিল। বৃহত্তৰ ঢেকিয়াজুলি পশ্চিম অঞ্চলত অৱস্থিত এই ইছলামিক (ব্যক্তিগত খণ্ডৰ) মাদ্ৰাছা খনত পোন প্ৰথমে ৪জন ছাত্ৰ হাফিজে কোৰআন হিচাপে সুখ্যাতি অৰ্জন কৰিছে। কাৰ্য্যক্ৰমণিকাৰ খিতানত ২১ তাৰিখে নৱ-হাফিজ খিতাপ লাভ কৰা ছাত্ৰ সকলে (ছবিনা)সম্পন্ন কৰে। যোৱা কালি ৰাতি পশ্চিম বংগৰ বিখ্যাত ইছলামিক চিন্তাবিদ সুশিক্ষিত হজৰত মৌলানা আব্দুল্লাহিল মাৰুফ ফাতেহী চাহাব আৰু বিশিষ্ট অতিথি বৰপেটা জিলাৰ হাফিজ ও ক্কাৰী মৌলানা ইদ্ৰিছ আলি চাহাবে নবীন কীৰ্তিমান ছাত্ৰ সকলক পাগুৰি পৰিধান কৰায়। আপোনাসৱক আমাৰ এই পিছপৰা অঞ্চলৰ দ্বীনি অনুষ্ঠানত চকু ৰাখিবৰ বাবে অনুৰোধ জনালোঁ। আগন্তুক দিনত আৰু অধিক সফলতা অৰ্জন কৰাৰ বাবে আপোনাসকলে আল্লাহৰ ওচৰত দোৱা কৰিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ সহকাৰে....
পৰিচালনা সমিতিৰ হৈ
ৰফিকুল ইছলাম
সম্পাদক।
Click here to claim your Sponsored Listing.
Location
Contact the school
Telephone
Website
Address
Dhalaguri Pather
Dhekiajuli
784112